আজি নিশা ৮ বাজি ২ মিনিটত বিশ্ব পৰিভ্ৰমী পক্ষী দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত বিশ্ব পৰিভ্ৰমী পক্ষী দিৱস উপলক্ষে এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ’ব।

বিশিষ্ট পক্ষীবিদ আৰু বন্যপ্ৰাণী বিশেষজ্ঞ ড° নীলোৎপল মহন্তৰ সৈতে হোৱা এই সাক্ষাৎকাৰ গ্ৰহণ কৰিব ড° মনস্বিনী মহন্তই।

শ্রোতাসকলে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ইউ টিউব চেনেল আৰু ফে’চবুক পেজৰ জৰিয়তেও অনুষ্ঠানটো শুনিবলৈ পাব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।