ৰাজ্যত মাষ্টাৰৰোল কৰ্মচাৰীৰ নিযুক্তি বন্ধ

ৰাজ্যত এতিয়াৰে পৰা মাষ্টাৰৰোল কৰ্মচাৰীৰ নিযুক্তি নহ’ব। একেদৰে ফিক্সড পে অস্থায়ী কৰ্মচাৰীক নিযুক্তি দিয়া নহ’ব।

ৰাজ্যিক মন্ত্রীসভাই যোৱা ২৪ ছেপ্তেম্বৰত এই সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্তমর্মে বিত্ত বিভাগে আজি বিভাগীয় নিৰ্দেশনা জাৰি কৰিছে।

এই নিৰ্দেশনা অনুসৰি কোনো বিভাগে এইধৰণৰ প্ৰস্তাৱ প্ৰেৰণ কৰিব নোৱৰিব৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।