November 2, 2026 8:18 PM
10
অসম চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৰাজ্যৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নিযুক্তি প্রক্রিয়া আৰম্ভ
অসম চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ৰাজ্যৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নিযুক্তি প্রক্রিয়া আৰম্ভ কৰিছে। এই সন্দৰ্ভত মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাইয়ে জিলাসমূহৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ জাৰি কৰা নিৰ্দেশনা অনুসৰি প্ৰধান শিক্ষক নিযুক্তিৰ বাবে আজিৰ পৰা আৰম্ভ হোৱা কেডাৰ বাচনি প্রক্রিয়া অহা ১১ নৱেম্বৰত সামৰণি পৰিব। ইয়াৰ পাছত ১২ নৱেম্বৰৰ পৰা ১৬ নৱেম্বৰলৈ জিলা পৰ্যায়ৰ বাচনি সমিতি গঠন হ'ব । বাচনি সমিতিয়ে ১৭ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰৰ ভিতৰত ৰাজ্যিক পৰ্যায়লৈ প্ৰধান শিক্ষকৰ বাবে বাচনি...