July 2, 2026 11:18 AM
28
অসম চৰকাৰ আৰু জাপান ফাউণ্ডেছনৰ উদ্যোগত জাপানী ভাষাৰ প্ৰথমটো শিক্ষক প্রশিক্ষণ কেন্দ্র মুকলি
অসম চৰকাৰ আৰু জাপান ফাউণ্ডেছনৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ বিৰুবাৰীৰ অসম দক্ষতা বিশ্ববিদ্যালয়ত কালি জাপানী ভাষাৰ প্ৰথমটো শিক্ষক প্রশিক্ষণ কেন্দ্র মুকলি কৰা হয়। অসমৰ যুৱক- যুৱতীসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সংস্থাপন লাভৰ বাট মুকলি কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই দক্ষতা বিকাশ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। কালিৰ অনুষ্ঠানত জাপান ফাউণ্ডেছনৰ সঞ্চালক কোজি ছাট আৰু ৰাজ্যৰ দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ লগতে ভাৰত-জাপান ব্যৱসায় পৰিষদৰ অধ্যক্ষ সি...