খেল

July 21, 2024 8:07 PM

views 41

মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাত ভাৰতৰ হাতত ইউ এ ই ৭৮ ৰানত পৰাস্ত

মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত আজি ভাৰতে- ইউ এ ইক ৭৮ ৰানত পৰাস্ত কৰে। শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত খেলখনত ইউ এ ইএ টছত জিকি ভাৰতক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৫ টা উইকেট হেৰুৱাই ২০১ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ অধিনায়ক হৰমনপ্রীত কৌৰে ৬৬ ৰান আৰু উইকেট কিপাৰ ...

July 21, 2024 12:35 PM

views 43

পোলেণ্ডত অনুষ্ঠিত ২০২৪ চনৰ গ্ৰীষ্মকালীন এথলেটিক্স প্রতিযোগিতাৰ মহিলাৰ ২০০ মিটাৰ দৌৰত কিৰণ পাহালৰ সোণৰ পদক অৰ্জন

পোলেণ্ডৰ ৱাৰ্ছত অনুষ্ঠিত ২০২৪ চনৰ গ্ৰীষ্মকালীন এথলেটিক্স প্রতিযোগিতাৰ মহিলাৰ ২০০ মিটাৰ দৌৰত কালি কিৰণ পাহালে সোণৰ পদক অৰ্জন কৰিছে। ২৩ বছৰীয়া দৌৰবিদগৰাকীয়ে ২৩.৩৩ ছেকেণ্ডত দৌৰ সমাপ্ত কৰি প্ৰথম স্থান দখল কৰি এইবাৰ ভাৰতীয় খেলুৱৈ হিচাপে সর্বোচ্চ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। একেটা প্রতিযোগিতাতে অলি...

July 21, 2024 12:30 PM

views 26

মহিলাৰ এছিয়া কাপ টি-টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাত ভাৰত আজি সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ ইউ এ ইৰ বিৰুদ্ধে অৱতীৰ্ণ

ভাৰত আজি শ্ৰীলংকাৰ ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত হ'বলগীয়া মহিলাৰ এছিয়া কাপ টি-টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ-এৰ এখন গুৰুত্বপূৰ্ণ খেলত সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ ইউ এ ইৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ ২ বজাত আৰম্ভ হ'ব। ভাৰত খেলখনত জয়ী হ'লে ছেমি ফাইনে...

July 20, 2024 8:32 PM

views 45

মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত মালয়েছিয়াক ২২ ৰানত পৰাস্ত থাইলেণ্ডৰ

থাইলেণ্ডে আজি বিয়লি শ্রীলংকাৰ ৰণগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত মালয়েছিয়াক ২২ ৰানত পৰাস্ত কৰে। মালয়েছিয়াই ১৩৪ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১১১ ৰানহে কৰিবলৈ সমৰ্থ হয়।...

July 20, 2024 6:34 PM

views 37

পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ১১৭ গৰাকী ভাৰতীয় এথলিটৰ মাজত ২৪ গৰাকী সশস্ত্র বাহিনীৰ জোৱান

পেৰিছত ২৬ জুলাইত আৰম্ভ হ’বলগীয়া অলিম্পিক গেমছত অংশগ্ৰহণ কৰিবলগীয়া ১১৭ গৰাকী ভাৰতীয় এথলিটৰ মাজত সশস্ত্র বাহিনীৰ ২৪ গৰাকী জোৱানো আছে। এই ২৪ গৰাকী এথলিটৰ ২২ জনেই পুৰুষ আৰু দুগৰাকী মহিলা। তেওঁলোকৰ মাজত তাৰকা জেভেলিন খেলুৱৈ ছুবেদাৰ নীজ চোপ্ৰাও আছে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে যে, এইবাৰৰ অলিম...

July 20, 2024 6:25 PM

views 39

বিশ্ব জুনিয়ৰ স্কোৱাচ প্ৰতিযোগিতাত ভাৰতীয় ল’ৰা দলৰ ব্ৰাজিলক ৩-০৩ পৰাস্ত

আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিউছটনত চলি থকা বিশ্ব জুনিয়ৰ স্কোৱাচ প্ৰতিযোগিতাত দলীয় শাখাত কালি ভাৰতীয় ল'ৰাৰ দলটোৱে ব্ৰাজিলক ৩-০৩ পৰাস্ত কৰি গ্ৰুপ এফৰ শীৰ্ষ তিনিটা দলত প্ৰৱেশ কৰিছে। প্রি-কোৱাৰ্টাৰত ভাৰতীয় দলটো কানাডাৰ মুখামুখি হ'ব। ইপিনে ভাৰতীয় ছোৱালীৰ দলটোৱে ব্রাজিল আৰু অষ্ট্ৰেলিয়াক পৰাজিত কৰি কোৱাৰ্...

July 20, 2024 6:32 PM

views 74

মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেটত থাইলেণ্ড মালয়েছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাত আজি থাইলেণ্ড মালয়েছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন শ্ৰীলংকাৰ ৰংগিৰি ডাম্বুলা আন্তৰ্জাতিক ক্রিকেট ষ্টেডিয়ামত আজি দিনৰ ২ বজাত আৰম্ভ হ’ব। আনহাতে আজি সন্ধিয়া ৭ বজাত একেখন ষ্টেডিয়ামতে হ’বলগীয়া আন এখন খেলত শ্রীলংকা আৰু বাংলাদেশ মুখামুখি হ’ব। যোৱাবাৰৰ বিজয...

July 20, 2024 12:59 PM

views 44

মহিলাৰ এছিয়া কাপ টি-টুৱেণ্টি ক্রিকেট প্রতিযোগিতাত ভাৰতৰ হাতত পাকিস্তান ৭ উইকেটত পৰাস্ত

যোৱাবাৰৰ চেম্পিয়ন ভাৰতে যোৱা নিশা শ্ৰীলংকাৰ ডাম্বুলাত অনুষ্ঠিত মহিলাৰ এছিয়া কাপ টি-টুৱেণ্টি ক্রিকেট প্রতিযোগিতাৰ নিজৰ প্ৰথমখন খেলত পাকিস্তানক ৭ উইকেটত পৰাস্ত কৰে। ভাৰতে ১০৯ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৪ অভাৰ আৰু এটা বলত তিনিটা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। ভাৰতৰ হৈ অপেনাৰ স্মৃ...

July 19, 2024 11:58 AM

views 44

ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মাণ্ডাভিয়াই আজি নতুন দিল্লীত খেলো ইণ্ডিয়া উদীয়মান প্ৰতিভা চিনাক্তকৰণৰ দ্বিতীয় পৰ্যায় মুকলি কৰিব

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মাণ্ডাভিয়াই আজি নতুন দিল্লীত চৰকাৰৰ খেল' ইণ্ডিয়া উদীয়মান প্ৰতিভা চিনাক্তকৰণ চমুকৈ KIRTI পদক্ষেপৰ দ্বিতীয় পৰ্যায় মুকলি কৰিব। মন্ত্ৰ্যালয়ে কৈছে যে, আধুনিক আই চি টি সা-সৰঞ্জাম আৰু গোলকীয় সৰ্বশ্ৰেষ্ঠ অনুশীলনৰ আধাৰত প্ৰতিভাসমূহৰ চিনাক্ত কৰণৰ উদ্দেশ্যে এই প...

July 19, 2024 11:57 AM

views 55

শ্ৰীলংকাৰ ডাম্বুলাত আজিৰে পৰা আৰম্ভ মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতা

মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ আজি শ্ৰীলংকাৰ ডাম্বুলাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ আটাইকেইখন খেল ৰনগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত খেলোৱা হ'ব। প্ৰতিযোগিতাৰ উদ্বোধনী খেলখন আজি গ্ৰুপ এৰ দল নেপাল আৰু ইউ এ ইৰ মাজত অনুষ্ঠিত হ'ব। ইয়াৰ পাছতে যোৱাবাৰৰ চেম্পিয়ন ভাৰত গ্ৰুপ এৰ আন এখন খেলত...