খেল

May 16, 2024 11:25 AM

views 47

ফেডাৰেচন কাপ প্রতিযোগিতাৰ পুৰুষৰ জেভলিন থ্রোত নীৰজ চোপ্ৰাৰ সোণৰ পদক অর্জন

অলিম্পিকত সোণৰ পদক বিজেতা নীৰজ চোপ্ৰাই কালি ভূৱনেশ্বৰত অনুষ্ঠিত ফেডাৰেচন কাপ প্রতিযোগিতাৰ পুৰুষৰ জেভলিন থ্রোত সোণৰ পদক অর্জন কৰে। ২৬ বছৰীয়া চোপ্ৰাই প্রতিযোগিতাৰ প্ৰাৰম্ভিক ৰাউণ্ডত সংঘর্ষ কৰিবলগীয়া হয় আৰু প্ৰথম তিনিটা ৰাউণ্ডৰ অন্তত দ্বিতীয় স্থানত থাকে। খেলুৱৈগৰাকীয়ে চতুৰ্থ ৰাউণ্ডত ২৮ দশমিক ২-৭ মিটাৰল...

May 15, 2024 6:05 PM

views 55

আই পি এল ক্রিকেটত আজি ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি গুৱাহাটীত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাৱ কিংছ মুখামুখি হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। বৰ্তমানলৈকে ১৬ পইণ্ট অর্জন কৰা ৰাজস্থান ৰয়েলছে আজিৰ খেলখনত জয়লাভ কৰি প্লে অফ পৰ্যায়ত স্থান নিশ্চিত কৰাৰ চেষ্টা চলাব। উল্লেখযোগ্য যে গুৱাহাটীত অহা ১৯ ...

May 15, 2024 11:28 AM

views 54

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি গুৱাহাটীত ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাব কিংছৰ মেচ

আই পি এল ক্রিকেট প্রতিযোগিতাত গুৱাহাটীত হ'বলগীয়া এখন খেলত আজি ৰাজস্থান ৰয়েলছ পাঞ্জাব কিংছৰ সন্মুখীন হ'ব। বর্তমানলৈকে ১৬ পইণ্ট অৰ্জন কৰা ৰাজস্থান ৰয়েলছে আজিৰ খেলখনত জয়লাভ কৰি প্লে অফ পৰ্যায়ত স্থান নিশ্চিত কৰাৰ চেষ্টা চলাব। উল্লেখযোগ্য যে পাঞ্জাব কিংছ ইতিমধ্যে প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ দৌৰৰ প...

May 15, 2024 11:25 AM

views 45

টেবুল টেনিছ খেলুৱৈ মণিকা বাট্ৰাৰ বিশ্ব ৰেংকিঙত ২৪সংখ্যক স্থান লাভ

দেশৰ আগশাৰীৰ টেবুল টেনিছ খেলুৱৈ মণিকা বাট্ৰা মহিলাৰ ছিংগলছৰ বিশ্ব ৰেংকিঙত শীৰ্ষৰ ২৫গৰাকী খেলুৱৈৰ ভিতৰত স্থান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা টেবুল টেনিছ খেলুৱৈ ৰূপে পৰিগণিত হৈছে। খেলুৱৈগৰাকীয়ে যোৱা সপ্তাহত অনুষ্ঠিত চৌদি স্মেছ প্রতিযোগিতাত দেখুওৱা প্ৰদৰ্শনৰ বাবে খেলুৱৈ জীৱনৰ সর্বশ্রেষ্ঠ ২৪সংখ্যক ৰে...

May 14, 2024 8:53 PM

views 57

এছিয়া আৰু বিশ্ব ব’ডী বিল্ডিং চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দলত মাজুলীৰ পৱিত্র নাথৰ স্থান লাভ

এছিয়া আৰু বিশ্ব ব’ডী বিল্ডিং চেম্পিয়নশ্বিপৰ বাবে মাজুলীৰ পৱিত্র নাথে ভাৰতীয় দলত স্থান লাভ কৰিছে। যোৱা ১১ আৰু ১২ মে’ত কেৰালাৰ কোচিত অনুষ্ঠিত যোগ্যতা নিৰূপণকাৰী খেলৰ জৰিয়তে খেলুৱৈগৰাকীয়ে দলটোত স্থান লাভ কৰে। ইয়াৰ পূৰ্বে খেলুৱৈগৰাকীয়ে দক্ষিণ এছিয় ক্রীড়া সমাৰোহত সোণ আৰু বিশ্ব ব’ডী বিল্ডিং এণ্ড ...

May 14, 2024 8:52 PM

views 46

গুৱাহাটীৰ বৰ্ষাপাৰাত হ’বলগীয়া আই পি এলৰ মেচৰ বাবে যান-বাহনৰ চলাচলত বিশেষ নিৰ্দেশনা জাৰি

গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত কাইলৈ আৰু ১৯ মে'ত হ'বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ খেল দুখনৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ যান-বাহন আৰক্ষীয়ে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে। এই সময়ছোৱাত শিশু, মহিলা, ছাত্র-ছাত্রী, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম নাগৰিকসকলৰ আহ-যা...

May 14, 2024 8:50 PM

views 59

গুৱাহাটীৰ বৰ্ষাপাৰাত কাইলৈ ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাব কিংছৰ মাজৰ খেলখনৰ বাবে যাৱতীয় প্রস্তুতি সম্পূর্ণ

গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত কাইলৈ ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাব কিংছৰ মাজত হ'বলগীয়া খেলখনৰ বাবে যাৱতীয় প্রস্তুতি প্রায় সম্পূর্ণ হৈছে। পাঞ্জাব কিংছৰ দলটো দেওবাৰে গুৱাহাটীলৈ অহাৰ বিপৰীতে ৰাজস্থান ৰয়েলছ কালি বিয়লি গুৱাহাটীত আহি উপস্থিত হয়। আজি দুয়োটা দলেই বর্ষাপাৰাৰ ষ্টেডিয়ামত অনুশীলন...

May 14, 2024 8:36 PM

views 56

ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটি ইটালিয়ান অপেন টেনিছ প্ৰতিযোগিতাৰ পৰা বাহিৰ

ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটিটো ইটালিয়ান অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছ প্রি-কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হৈছে। দ্বিতীয় বাছনিপ্রাপ্ত বোপন্না আৰু এবডেনৰ যুটিটো আজি প্রি-কোৱাৰ্টাৰ ফাইনেলত ইটালীৰ ছিম’ন ব’লেলি আৰু এন্ড্রিয়া ৱাৱাচ্ছৰিৰ হাতত ২- ৬, ৪-৬ পোনপটীয়া ছেটত পৰাজিত...

May 14, 2024 6:18 PM

views 39

আই পি এলত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু দেলহী কেপিটেলছ মুখামুখি, গুজৰাট টাইটানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ খেল পৰিত্যক্ত

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ দেলহী কেপিটেলছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। গুজৰাট টাইটানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত কালি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া খেলখন বৰষুণৰ বাবে এটাও বল ...

May 14, 2024 11:49 AM

views 31

এল’ডা কাপ প্রতিযোগিতাৰ উদ্বোধনী দিনটোত জয়েৰে ভাৰতীয় বক্সাৰৰ অভিযান আৰম্ভ

ভাৰতীয় বক্সাৰসকলে কাজাখস্তানৰ আস্তানাত অনুষ্ঠিত চলিত বৰ্ষৰ এল'ডা কাপ প্রতিযোগিতাৰ উদ্বোধনী দিনটোত জয়েৰে অভিযান আৰম্ভ কৰিছে। মহিলাৰ ৫২ কিল'গ্রাম ওজন শাখাত বৰ্তমানৰ বিশ্ব চেম্পিয়ন নিখত জৰিনে আয়োজক দেশৰ ৰাখীম্বার্দি ঝানছায়াক ৫-০ গেমত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হয়। ইপিনে মহিলাৰ ৪৮ কিল'গ্রা...