খেল

June 5, 2024 12:07 PM

views 70

টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি আয়ৰলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম খেল

টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰতে আজি আয়ৰলেণ্ডৰ বিৰুদ্ধে খেলি নিজৰ অভিযান আৰম্ভ কৰিব। নিউয়ৰ্কৰ নাছাউ কাউন্টি আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া খেলখন ভাৰতীয় সময় অনুসৰি নিশা বজাত আৰম্ভ হ'ব ৷ প্ৰতিযোগিতাৰ যোৱা নিশা ডলাছত অনুষ্ঠিত এখন খেলত নেডাৰলেণ্ডছে নেপালক ৬ উইকেটত পৰাস্ত কৰে। খেলখনত ...

June 4, 2024 8:58 PM

views 78

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত উগাণ্ডাক ১২৫ ৰানত পৰাস্ত আফগানিস্তানৰ

আমেৰিকা আৰু ৱেষ্ট ইণ্ডিঞ্জত চলি থকা আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ আজি অনুষ্ঠিত এখন খেলত আফগানিস্তানে উগাণ্ডাক ১২৫ ৰানত পৰাস্ত কৰে। প্ৰভিডেন্সত অনুষ্ঠিত খেলখনত আফগানিস্তানে প্রথমে বেটিং কৰি ৫ উইকেটৰ বিনিময়ত ১৮৩ ৰান কৰাৰ প্ৰত্যুত্তৰত উগাণ্ডা ৫৮ ৰানত অল আউট হয়। আফগানিস্তানৰ হৈ ফজলহক ফা...

June 4, 2024 4:50 PM

views 74

উজবেকিস্তানৰ বিৰুদ্ধে ভাৰতৰ মহিলা ফুটবল দলে দ্বিতীয়খন বন্ধুত্বপূর্ণ খেলত অৱতীৰ্ণ হ’ব

ভাৰতৰ মহিলা ফুটবল দলটো আজি উজবেকিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন বন্ধুত্বপূর্ণ খেলত অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৫.৩০ বজাত টাছখণ্ডত অনুষ্ঠিত হ'ব। ভাৰতীয় দলটো উজবেকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰথমখন বন্ধুত্বপূর্ণ খেলত ০-৩ ফলাফলত পৰাস্ত হৈছিল।

June 4, 2024 12:11 PM

views 53

ভাৰতৰ মহিলা ফুটবল দলৰ আজি উজবেকিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন বন্ধুত্বপূৰ্ণ খেল

ভাৰতৰ মহিলা ফুটবল দলটো আজি উজবেকিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন বন্ধুত্বপূৰ্ণ খেলত অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া চাৰে ৫ বজাত টাছখণ্ডত অনুষ্ঠিত হ'ব। ভাৰতীয় দলটো উজবেকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত প্রথমখন বন্ধুত্বপূর্ণ খেলত ০-৩ ফলাফলত পৰাস্ত হৈছিল।

June 4, 2024 11:11 AM

views 72

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেটৰ এখন খেলত আফগানিস্তানৰ হাতত উগাণ্ডা শোচনীয়ভাৱে পৰাস্ত

আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত চলি থকা আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি গায়ানাত অনুষ্ঠিত প্ৰথমখন খেলত আফগানিস্তানে উগাণ্ডাক ১২৫ ৰাণত পৰাস্ত কৰে। আফগানিস্তান দলটোৱে নিৰ্ধাৰিত অভাৰত ৫ উইকেট হেৰুৱাই ১৮৩ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত উগাণ্ডাই ১৬ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ৫৮ ৰাণহে সংগ...

June 4, 2024 11:00 AM

views 59

ফ্ৰেন্স অপেন টেনিছৰ পুৰুষৰ ডাবলছত ৰোহন বোপান্না-মেথিউ এবডেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ফ্ৰেন্স অপেন টেনিছত ভাৰতৰ ৰোহন বোপান্না আৰু তেওঁৰ সহযোগী অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনে পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দ্বিতীয় বাছনিপ্রাপ্ত ভাৰত-অষ্ট্ৰেলিয়াৰ যুটীটোৱে ছুপাৰ টাই ব্ৰেকাৰত ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু মেক্সিকোৰ মিগেল এঞ্জেল বেয়েছ ভালোৰ যুটীটোক ৬-৭, ৬-৩ আৰু ৭-৬ ফলাফলত পৰাজি...

June 3, 2024 11:30 AM

views 61

আই চি চি টি-টুৱেণ্টি বিশ্বকাপত ৱেষ্ট ইণ্ডিজৰ হাতত পাপুৱা নিউগিনি ৫ উইকেটত পৰাজিত

আই চি চি টি-টুৱেণ্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত কালি গায়ানাৰ প্ৰভিডেন্স ষ্টেডিয়ামত অনুষ্ঠিত খেলত সহ আয়োজক ৱেষ্ট ইণ্ডিজে পাপুৱা নিউগিনিক ৫ উইকেটত পৰাস্ত কৰে। ৱেষ্ট ইণ্ডিজে ১৩৭ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰত ৫টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ৱেষ্ট ইণ্ডিজৰ হৈ ৰষ্টন ছেজে স...

June 2, 2024 9:04 PM

views 76

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেটত ৱেষ্ট ইণ্ডিজ পাপুৱা নিউগিনিৰ বিৰুদ্ধে অৱতীৰ্ণ

আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতা আজি গায়ানাৰ প্ৰভিডেন্স ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত সহআয়োজক ৱেষ্ট ইণ্ডিজ পাপুৱা নিউগিনিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা ৮ বজাত আৰম্ভ হ'ব। আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজে এইবাৰ যৌথভাৱে আয়োজন কৰা প্ৰতিযোগিতাৰ নৱম সংস্কৰণ আজি আমেৰিকাত আৰম...

June 2, 2024 9:01 PM

views 65

টাইৱান এথলেটিক্স অ’পেনত ভাৰতৰ অংকেশ চৌধুৰীৰ পুৰুষৰ ৮০০ মিটাৰ দৌৰত সোণৰ পদক লাভ

টাইৱান এথলেটিক্স অ'পেন প্ৰতিযোগিতাত ভাৰতৰ অংকেশ চৌধুৰীয়ে পুৰুষৰ ৮০০ মিটাৰ দৌৰত সোণৰ পদক লাভ কৰাৰ লগতে সোমনাথ চৌহানে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। অংকেশে এক মিনিট আৰু ৫০ দশমিক ৬-৩ ছেকেণ্ডত এই দূৰত্ব অতিক্ৰম কৰি সোণৰ পদক অৰ্জন কৰাৰ বিপৰীতে সোমনাথে এক মিনিট আৰু ৫০.৮৮ ছেকেণ্ডত এই দূৰত্ব অতিক্ৰম কৰে। একেটা শ...

June 2, 2024 8:06 PM

views 80

ভাৰতীয় বক্সাৰ অমিত পংগালৰ পেৰিছ অলিম্পিকলৈ যোগ্যতা অর্জন

ভাৰতীয় বক্সাৰ অমিত পংগালে পুৰুষৰ ৫১ কিলোগ্রাম শাখাত পেৰিছ অলিম্পিকলৈ যোগ্যতা অর্জন কৰিছে। আজি বেংককত অনুষ্ঠিত বিশ্ব বক্সিং কোৱালিফায়াৰৰ কোৱাৰ্টাৰ ফাইনেলত অমিতে চীনৰ লিউ ছুৱাঙক ৫-০ ফলাফলত পৰাস্ত কৰে। উল্লেখযোগ্য যে নিশান্ত দেৱ, নিখত জৰিণ, প্ৰীতি পাৱাৰ আৰু লাভলীনা বৰগোহাইৰ পাছত পেৰিছ অলিম্পিকলৈ যোগ্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।