খেল

May 26, 2024 12:54 PM

views 67

পি ভি সিন্ধু মালয়েছিয়া মাষ্টাৰ্ছ বেডমিন্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ

অলিম্পিকত পদক বিজেতা পি ভি সিন্ধু আজি কোৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া মাষ্টাৰ্ছ বেডমিন্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত চীনৰ ঝি য়ি ৱাঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় বেডমিন্টন খেলুৱৈগৰাকীয়ে কালি ছেমি ফাইনেলত থাইলেণ্ডৰ বুছানন অংবামৰাংফানক ১৩-২১, ২১ ১৬, ২১-১২ গেমত পৰাস্ত কৰে। আনহাতে বাঙে নিজ দেশ...

May 26, 2024 12:52 PM

views 72

আই পি এল ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীর্ণ

ছানৰাইজাৰ্ছ হায়দৰাবাদ আজি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীর্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। ছানৰাইজাৰ্ছ হায়দৰাবাদে প্রতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰ খেলত ৰাজস্থান ৰয়েলছক ৩৬ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱে...

May 25, 2024 8:30 PM

views 70

বিশ্ব টেবল টেনিছ কনটেণ্ডাৰ পুৰুষৰ ডাবলছৰ ছেমিফাইনেলত ভাৰতৰ মানুষ উৎপলভাই শ্বাহ আৰু মানৱ বিকাশ ঠক্কৰ

ভাৰতৰ মানুষ উৎপলভাই শ্বাহ আৰু মানৱ বিকাশ ঠক্কৰে ৰিঅ’ডি জেনেৰিঅ’ত অনুষ্ঠিত বিশ্ব টেবল টেনিছ কনটেণ্ডাৰ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। মানুষ আৰু মানৱৰ যুটীটোৱে আজি কোৱাৰ্টাৰ ফাইনেলৰ লুকাছ ৰোমানছকি আৰু ফেলিপে ডোটিৰ যুটীটো ৩-০ ফলাফলত পৰাস্ত কৰে। ভাৰতীয় যুটীটোৱে আজি সন্ধিয়া ছেমি ফা...

May 25, 2024 7:52 PM

views 76

মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছ শাখাৰ ফাইনেলত প্ৰৱেশ পি ভি সিন্ধু

দুবাৰকৈ অলিম্পিকৰ পদক বিজেতা ভাৰতৰ পি ভি সিন্ধুৱে মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছ শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কোৱালালামপুৰত আজি অনুষ্ঠিত প্রতিযোগিতাৰ এখন ছেমি ফাইনেল খেলত তাৰকা খেলুৱৈগৰাকীয়ে বিশ্বৰ কুৰিসংখ্যক স্থানৰ খেলুৱৈ থাইলেণ্ডৰ বুছানন অংবামৰুংফানৰ বিৰুদ্ধে প্ৰথমটো ছে...

May 25, 2024 6:36 PM

views 63

আই ডব্লিউ এফ বিশ্ব যুৱ ভাৰত্তোলন প্রতিযোগিতাত দেৱব্ৰত ভৰালীৰ স্বৰ্ণ পদক লাভ

পেৰুত অনুষ্ঠিত আই ডব্লিউ এফ বিশ্ব যুৱ ভাৰত্তোলন প্রতিযোগিতাত অসমৰ দেৱব্ৰত ভৰালীয়ে স্বৰ্ণ পদক লাভ কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে। ৭৩ কেজি শাখাত স্লেটছত ১৩৬ কেজি আৰু ক্লিন এণ্ড জাকত ১৬০ কেজি উত্তোলন কৰি ভৰালীয়ে এই সাফল্য অর্জন কৰিছে। যুৱ ভাৰত্তোলকৰ দলটো মুখ্য প্ৰশিক্ষক ৰূপত অসমৰ অলকেশ বৰুৱাই নেতৃত...

May 25, 2024 5:52 PM

views 74

কাইলৈ আই পি এলৰ ফাইনেলত ছানৰাইজাৰ্ছ হায়দাবাদ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

আই পি এল ক্রিকেট প্রতিযোগিতাত কাইলৈ চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ’বলগীয়া ফাইনেলত ছানৰাইজাৰ্ছ হায়দাবাদ, কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। উল্লেখযোগ্য যে, ছানৰাইজাৰ্ছ হায়দাবাদে যোৱানিশা দ্বিতীয়খন কোৱালিফায়াৰ খেলত ৰাজস্থান ৰয়েলছক ৩৬ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।

May 25, 2024 5:50 PM

views 65

মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টনৰ মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত অৱতীৰ্ণ ভাৰতীয় তাৰকা শ্বাটলাৰ পি ভি সিন্ধু

ভাৰতীয় তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৱে আজি কোৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছ শাখাৰ ছেমিফাইনেলত থাইলেণ্ডৰ বুছানন অংবামৰাংফানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। সিন্ধুৱে কালি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত চীনৰ হান য়ুক পৰাস্ত কৰে। আন এখন কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ অস্মিতা ...

May 25, 2024 5:46 PM

views 65

আৰ্চাৰী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ কম্পাউণ্ড ৱিমেনছ টীম শাখাত ভাৰতৰ সোণৰ পদক

ভাৰতে দক্ষিণ কোৰিয়াত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপ দ্বিতীয় পৰ্যায়ৰ কম্পাউণ্ড ৱিমেনছ টীম শাখাত সোণৰ পদক অৰ্জন কৰিছে। জ্যোতি সুৰেখা ৱেন্নম, পৰণিত কৌৰ আৰু অদিতি স্বামীৰে গঠিত ভাৰতীয় দলটোৱে ফাইনেলত তুৰ্কীৰ দলটোক পৰাস্ত কৰে। আনহাতে জ্যোতি সুৰেখা ৱেন্নম আৰু প্ৰিয়াংশে কম্পাউণ্ড মিক্সড্ টীম শাখাত ৰূপৰ পদক ...

May 25, 2024 11:42 AM

views 72

আই পি এল ক্রিকেটত ৰাজস্থান ৰয়েলছক ৩৬ ৰানত পৰাস্ত কৰি ছানৰাইজাৰ্ছ হায়দাবাদৰ ফাইনেলত প্ৰৱেশ

ছানৰাইজাৰ্ছ হায়দাবাদে যোৱানিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰ খেলত ৰাজস্থান ৰয়েলছক ৩৬ ৰানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে । ৰাজস্থান ৰয়েলছে ১৭৬ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৩৯ ৰানহে কৰিবল...

May 24, 2024 8:43 PM

views 55

জ্যোতি সুৰেখা ৱেন্নম আৰু প্রিয়াংশ আৰ্চাৰী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ কম্পাউণ্ড মিক্সড্ টীম শাখাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ জ্যোতি সুৰেখা ৱেন্নম আৰু প্রিয়াংশে দক্ষিণ কোৰিয়াত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ কম্পাউণ্ড মিক্সড্ টীম শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় দলটোৱে ছেমি ফাইনেলত আয়োজক দেশখনৰ হান চিউজিয়ন আৰু য়াং জিঅ'নৰ যুটিটোক পৰাস্ত কৰে। জ্যোতি আৰু প্রিয়াংশ ফাইনেলত উপনীত হোৱাৰ লগে লগে এই প্ৰত...