খেল

May 23, 2024 1:30 PM

views 71

আই পি এল ক্রিকেটৰ এলিমিনেটৰ খেলখনত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ জয়

ৰাজস্থান ৰয়েলছে যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলখনত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুক চাৰি উইকেটত পৰাস্ত কৰে। ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৮ উইকেটৰ বিনিময়ত ১৭২ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যু...

May 22, 2024 10:20 AM

views 62

এছিয়ান ৰিলে চেম্পিয়নশ্বিপৰ ৪x৪০০ মিটাৰ ৰিলেত ভাৰতৰ দুটা ৰূপৰ পদক অৰ্জন

ভাৰতীয় পুৰুষ আৰু মহিলা দলে কালি থাইলেণ্ডৰ বেংককত অনুষ্ঠিত এছিয়ান ৰিলে চেম্পিয়নশ্বিপৰ ফ'ৰ ইনটু ফ'ৰ হান্ড্রেড মিটাৰ ৰিলে দলৰ দুটা ৰূপৰ পদক অৰ্জন কৰে। মহম্মদ অনছ চাহিয়া, টি সন্তোষ কুমাৰ, মিজো চাকো কুৰিয়ন আৰু ৰাজীৱ অৰোকিয়াক লৈ গঠিত ভাৰতীয় দলটোৱে পুৰুষ শিতানত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয়। এ...

May 22, 2024 10:37 AM

views 46

কলকাতা নাইট ৰাইডাৰ্ছ আই পি এল ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত

কলকাতা নাইট ৰাইডাৰ্ছে যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ প্ৰথমখন কোৱালিফায়াৰত ছানৰাইজাৰ্ছ হায়দাবাদক আঠ উইকেটত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। কলকাতা নাইট ৰাইডাৰ্ছে মাত্র ১৬০ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৩ অভাৰ আৰু চাৰিটা বলত দুটা উইকেট...

May 21, 2024 8:28 PM

views 62

কাইলৈৰ পৰা কনকলতা বৰুৱা আন্তঃজিলা ক্রিকেট প্রতিযোগিতা

অসম ক্রিকেট সন্থাৰ উদ্যোগত কাইলৈৰ পৰা কনকলতা বৰুৱা আন্তঃজিলা ক্রিকেট প্রতিযোগিতা অনুষ্ঠিত হ'ব। ৰাজ্যৰ কেইবাটাও দলে অংশ ল'বলগীয়া এই প্ৰতিযোগিতাত দলসমূহক ৭টা ক্লাষ্টাৰত ভাগ কৰি বিভিন্ন স্থানত খেলসমূহ খেলোৱা হ'ব। গ্রুপ-এৰ খেলসমূহৰ বাহিৰে বাকী খেলসমূহ কাইলৈ আৰম্ভ হ'ব। কৰিমগঞ্জ, হোজাই, শিলচৰ আৰু হাইলাকা...

May 21, 2024 7:34 PM

views 75

বিশ্ব পেৰা এথলেটিক প্রতিযোগিতাৰ মহিলাৰ এফ-৫১ শিতানত এক্‌তা ভয়ানৰ সোণৰ পদক অৰ্জন

ভাৰতৰ এক্‌তা ভয়ানে জাপানৰ কোবেত অনুষ্ঠিত বিশ্ব পেৰা এথলেটিক প্রতিযোগিতাৰ মহিলাৰ এফ-৫১ শিতানত সোণৰ পদক অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে আজি ২০.১২ মিটাৰৰ বছৰটোৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনেৰে স্বৰ্ণপদক হস্তগত কৰে। ভাৰতৰ আন এগৰাকী খেলুৱৈ কশিশ লাক্রাই ১৪.৫৬ মিটাৰেৰে ৰূপৰ পদক লাভ কৰে। আনহাতে, আলজেৰিয়াৰ নাজেট্‌ বাউ...

May 21, 2024 7:35 PM

views 57

বেলজিয়ামৰ বিৰুদ্ধে ভাৰতীয় হকী দলৰ জয়লাভ

ইউৰোপ ভ্ৰমণলৈ যোৱা ভাৰতীয় হকী দলটোৱে বেলজিয়ামৰ বিৰুদ্ধে জয়লাভেৰে তেওঁলোকৰ প্ৰতিযোগিতা আৰম্ভ কৰিছে। ভাৰতীয় দলৰ সহ অধিনায়ক শদানন্দ তিৱাৰীয়ে এটা পেনাল্টি স্ট্রোকক গ'ললৈ পৰিৱৰ্তিত কৰি দলটোক প্ৰথম অগ্রগতি প্ৰদান কৰে। আনহাতে, খেলৰ প্ৰথমাৰ্ধৰ সমাপ্তিৰ পূৰ্বে একেগৰাকী খেলুৱৈয়ে পেনাল্টিৰ জৰিয়তে গ'ল দি...

May 21, 2024 7:19 PM

views 72

আই পি এলৰ কোৱালিফায়াৰ-১ খেলত ছান ৰাইজাৰ্ছ হায়দাবাদ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

ছান ৰাইজাৰ্ছ হায়দাবাদ আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ কোৱালিফায়াৰ ৱানত কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত অনুষ্ঠিত হ'ব। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে পোনপটীয়াকৈ ফাইনেল খেলাৰ সুযোগ লাভ কৰিব। আনহাতে, পৰাজিত দলটোৱে শুকুৰবাৰ...

May 21, 2024 11:41 AM

views 56

জাপানৰ ক’বেত অনুষ্ঠিত পেৰা এথলেটিকছ বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ দীপ্তি জীৱনজীৰ সোণৰ পদক অৰ্জন

ভাৰতৰ দীপ্তি জীৱনজীয়ে জাপানৰ ক’বেত অনুষ্ঠিত চলিত বৰ্ষৰ পেৰা এথলেটিকছ বিশ্ব চেম্পিয়নশ্বিপৰ মহিলাৰ ৪০০ মিটাৰ দৌৰৰ T20 শাখাত সোণৰ পদক অৰ্জন কৰাৰ লগতে বিশ্ব অভিলেখ গঢ়িছে। দীপ্তিয়ে ৫৫ দশমিক ০৭ ছেকেণ্ডেৰে আমেৰিকাৰ ব্ৰিয়ানা ক্লার্কৰ পূৰ্বৰ ৫৫ দশমিক ১-২ ছেকেণ্ডৰ বিশ্ব অভিলেখ ভংগ কৰে। একেটা শিতানত তুৰস্...

May 21, 2024 11:38 AM

views 49

দক্ষিণ কোৰিয়াৰ য়েচিয়নত আজিৰে পৰা আৰ্চাৰী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ খেল

চলিত বৰ্ষৰ আৰ্চাৰী বিশ্বকাপৰ দ্বিতীয় পৰ্যায়ৰ খেলসমূহ আজিৰে পৰা দক্ষিণ কোৰিয়াৰ য়েচিয়নত আৰম্ভ হ'ব। যোৱা মাহত চীনৰ চাংহাইত অনুষ্ঠিত প্রতিযোগিতাৰ প্ৰথম পৰ্যায়ত অংশগ্ৰহণ কৰা একেটা ১৬ জনীয়া দলকে ভাৰতে দ্বিতীয় পৰ্যায়ৰ বাবেও প্ৰেৰণ কৰিছে। প্ৰথম পৰ্যায়ত ভাৰতীয় দলটোৱে মুঠ ৮টা পদকেৰে পদক তালিকাত শীর...

May 20, 2024 8:55 PM

views 45

জাপানত অনুষ্ঠিত পেৰা এথলেটিকছ বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ দীপ্তি জীৱনজীৰ সোণৰ পদক অৰ্জন

ভাৰতৰ দীপ্তি জীৱনজীয়ে জাপানৰ ক’বেত অনুষ্ঠিত পেৰা এথলেটিকছ বিশ্ব চেম্পিয়নশ্বিপ-২০২৪ত আজি মহিলাৰ ৪০০ মিটাৰ T20 শাখাত সোণৰ পদক অৰ্জনৰ লগতে বিশ্ব অভিলেখ গঢ়িছে। দীপ্তিয়ে ৫৫ দশমিক ০-৭ ছেকেণ্ডেৰে আমেৰিকাৰ ব্ৰিয়ানা ক্লার্কৰ পূৰ্বৰ ৫৫ দশমিক ১-২ ছেকেণ্ডৰ বিশ্ব অভিলেখ ভংগ কৰে। আনহাতে ভাৰতৰ যোগেশ কাথুনিয়া...