May 19, 2024 1:26 PM
58
গুৱাহাটীৰ বৰ্ষাপাৰাৰ অনুষ্ঠিত আই পি এল ক্রিকেটৰ বাবে যান-বাহনৰ চলাচলত বিশেষ নিৰ্দেশনা
গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত আজি হ'বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ টি- ২০ ক্রিকেট খেলখনৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ যান-বাহন আৰক্ষীয়ে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে। এই সময়ছোৱাত শিশু, মহিলা, ছাত্ৰ-ছাত্ৰী, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম নাগৰিকসকলৰ যাতায়ত...