খেল

May 20, 2024 8:55 PM

views 45

জাপানত অনুষ্ঠিত পেৰা এথলেটিকছ বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ দীপ্তি জীৱনজীৰ সোণৰ পদক অৰ্জন

ভাৰতৰ দীপ্তি জীৱনজীয়ে জাপানৰ ক’বেত অনুষ্ঠিত পেৰা এথলেটিকছ বিশ্ব চেম্পিয়নশ্বিপ-২০২৪ত আজি মহিলাৰ ৪০০ মিটাৰ T20 শাখাত সোণৰ পদক অৰ্জনৰ লগতে বিশ্ব অভিলেখ গঢ়িছে। দীপ্তিয়ে ৫৫ দশমিক ০-৭ ছেকেণ্ডেৰে আমেৰিকাৰ ব্ৰিয়ানা ক্লার্কৰ পূৰ্বৰ ৫৫ দশমিক ১-২ ছেকেণ্ডৰ বিশ্ব অভিলেখ ভংগ কৰে। আনহাতে ভাৰতৰ যোগেশ কাথুনিয়া...

May 20, 2024 8:53 PM

views 76

আইপিএল ক্ৰিকেটৰ প্ৰথমখন কোৱালিফায়াৰত কাইলৈ ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ চলিত বৰ্ষৰ সংস্কৰণৰ প্লেঅফ পৰ্যায়ৰ খেল কাইলৈৰ পৰা আৰম্ভ হ’ব। কাইলৈ প্ৰথমখন কোৱালিফায়াৰ খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ-কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। আনহাতে, একেই ষ্টেডিয়ামতে বুধবাৰে ...

May 20, 2024 6:37 PM

views 61

পেৰিছৰ ষ্টেড ৰোলাঁ গাৰোত আৰম্ভ ফ্রেন্স অপেন ২০২৪ টেনিছ টুর্নামেণ্ট

ফ্রেন্স অপেন ২০২৪ টেনিছ টুর্নামেণ্ট আজিৰে পৰা পেৰিছৰ ষ্টেড ৰোলাঁ গাৰোত আৰম্ভ হয়। ভাৰতৰ তাৰকা খেলুৱৈ সুমিত নাগালে পুৰুষৰ ছিংগলছৰ মূল ড্র’ খেলত স্থান নিশ্চিত কৰিছে। ২০১৯ চনত প্ৰাজনেছ গুনেশ্বৰণৰ পাছত ফ্রেন্স অপেন মূল ড্ৰ’ৰ বাবে কোৱালিফায়াৰ কৰা সুমিত নাগাল হৈছে প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ। এই টুর্নামেণ্ট...

May 20, 2024 6:35 PM

views 74

গুৱাহাটীত অনুষ্ঠিত ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ খেলখন বৰষুণৰ বাবে বাতিল

আই পি এল ক্রিকেট প্রতিযোগিতাৰ কালি ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত গুৱাহাটীৰ বর্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখন বৰষুণৰ বাবে বাতিল কৰিবলগীয়া হয়। বৰষুণৰ বাবে নিৰ্ধাৰিত সময়তকৈ চাৰে ৩ ঘণ্টা পলমকৈ হোৱা টছত জিকি কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰে প্ৰথমে বলিং কৰাৰ সি...

May 20, 2024 1:01 PM

views 89

পেৰা এথলেটিকছ বিশ্ব চেম্পিয়নশ্বিপ-২০২৪ত নিছাদ কুমাৰ আৰু প্ৰীতি পলৰ পদক অৰ্জন

জাপানৰ ক’বেত অনুষ্ঠিত পেৰা এথলেটিকছ বিশ্ব চেম্পিয়নশ্বিপ-২০২৪ৰ তৃতীয় দিনা কালি ভাৰতৰ নিছাদ কুমাৰে ৰূপৰ পদক আৰু প্ৰীতি পলে ব্ৰঞ্জৰ পদক লাভ কৰিছে। নিছাদ কুমাৰে পুৰুষৰ হাই জাম্প T47 শাখাত ফাইনেলত এক দশমিক ৯-৯ মিটাৰৰ আকৰ্ষণীয় প্রদর্শনেৰে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। আনহাতে প্রীতি পলে মহিলাৰ ২০০ মিটা...

May 20, 2024 12:50 PM

views 68

আজিৰে পৰা পেৰিছৰ ষ্টেড ৰোলাও গেৰোছত ফ্রেন্স অ’পেন ২০২৪ টেনিছ টুর্নামেণ্ট

ফ্রেন্স অ'পেন ২০২৪ টেনিছ টুর্নামেণ্ট আজিৰে পৰা পেৰিছৰ ষ্টেড ৰোলাও গেৰোছত অনুষ্ঠিত হ'ব। ভাৰতৰ তাৰকা খেলুৱৈ সুমিত নাগালে পুৰুষৰ ছিংগলছৰ মূল ড্র খেলত স্থান নিশ্চিত কৰিছে। ২০১৯ চনত প্ৰাজনেছ গুনেশ্বৰণৰ পাছত ফ্ৰেন্স অ'পেন মূল ড্ৰৰ বাবে কোৱালিফায়াৰ কৰা সুমিত নাগাল হৈছে প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ। এই টুর্না...

May 20, 2024 12:49 PM

views 55

অসমৰ জুনিয়ৰ ক্ৰিকেটাৰসকলৰ সৈতে কুমাৰ ছাংগাকাৰাৰ আজি বাৰ্তালাপ

আই পি এল দল ৰাজস্থান ৰয়েল্‌ছৰ ক্ৰিকেট সঞ্চালক তথা দলটোৰ মুখ্য প্রশিক্ষক কুমাৰ ছাংগাকাৰাই আজি অসমৰ জুনিয়ৰ ক্ৰিকেটাৰসকলৰ লগত এটা বাৰ্তালাপ অনুষ্ঠানত অংশ ল'ব। ইতিমধ্যে অসম ক্রিকেট একাডেমীয়ে এই অনুষ্ঠানৰ বাবে ৩৩ গৰাকী খেলুৱৈ বাছনি কৰিছে। ৰাজ্যৰ ১৯ বছৰ অনুৰ্ধৰ পুৰুষ আৰু মহিলা ক্রিকেটাৰে এই অনুষ্ঠানত অ...

May 20, 2024 1:12 PM

views 53

বৰষুণৰ বাবে বাতিল ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ খেল

আই পি এল ক্রিকেট প্রতিযোগিতাৰ কালি ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখন বৰষুণৰ বাবে বাতিল কৰিবলগীয়া হয়। বৰষুণৰ বাবে নিৰ্ধাৰিত সময়তকৈ চাৰে ৩ ঘণ্টা পলমকৈ হোৱা টছত জিকি কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক শ্রেয়াছ আয়াৰে প্রথমে বলিং কৰাৰ সি...

May 19, 2024 7:18 PM

views 72

বৰপেটাত জিলা পৰ্যায়ৰ ডবা প্রতিযোগিতা অনুষ্ঠিত

বৰপেটাত আজিৰে পৰা জিলা পৰ্যায়ৰ ডবা প্রতিযোগিতা অনুষ্ঠিত হৈছে। ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ পূৰ্বে অনুষ্ঠিত এই প্রতিযোগিতাত আজি ৫টা শাখাত অনুষ্ঠিত হয়। বৰপেটাৰ লালবাহাদুৰ শাস্ত্রী পুথিভঁড়ালত ৭ বছৰ অনুৰ্ধ, ৯ বছৰ, ১১ বছৰ, ১৩ বছৰ আৰু ১৫ বছৰ অনুৰ্ধ্বৰ ল'ৰা-ছোৱালীৰ মাজত আজি এই প্রতিযোগিতাৰ আয়োজন কৰা হ...

May 19, 2024 7:13 PM

views 70

সাত্বিকসাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টীৰ থাইলেণ্ড অপেনৰ খিতাপ অৰ্জন

সাত্বিকসাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটীটোৱে থাইলেণ্ড অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ অৰ্জন কৰিছে। সাত্বিকসাইৰাজ আৰু চিৰাগৰ যুটীটোৱে আজি ফাইনেলত চীনৰ চেন বো য়াং আৰু লিউ ইক ২১-১৫, ২১-১৫ পোনপটীয়া গেমত পৰাস্ত কৰে। সাত্বিক আৰু চিৰাগৰ যুটীটোৱে ২০১৯ চনত এই প্রতিযোগিতাতে প্ৰথমটো চু...