আই পি এল দল ৰাজস্থান ৰয়েল্ছৰ ক্ৰিকেট সঞ্চালক তথা দলটোৰ মুখ্য প্রশিক্ষক কুমাৰ ছাংগাকাৰাই আজি অসমৰ জুনিয়ৰ ক্ৰিকেটাৰসকলৰ লগত এটা বাৰ্তালাপ অনুষ্ঠানত অংশ ল’ব। ইতিমধ্যে অসম ক্রিকেট একাডেমীয়ে এই অনুষ্ঠানৰ বাবে ৩৩ গৰাকী খেলুৱৈ বাছনি কৰিছে। ৰাজ্যৰ ১৯ বছৰ অনুৰ্ধৰ পুৰুষ আৰু মহিলা ক্রিকেটাৰে এই অনুষ্ঠানত অংশ ল’ব।
Assamese | May 20, 2024 12:49 PM | IPL
অসমৰ জুনিয়ৰ ক্ৰিকেটাৰসকলৰ সৈতে কুমাৰ ছাংগাকাৰাৰ আজি বাৰ্তালাপ