ফ্রেন্স অ’পেন ২০২৪ টেনিছ টুর্নামেণ্ট আজিৰে পৰা পেৰিছৰ ষ্টেড ৰোলাও গেৰোছত অনুষ্ঠিত হ’ব। ভাৰতৰ তাৰকা খেলুৱৈ সুমিত নাগালে পুৰুষৰ ছিংগলছৰ মূল ড্র খেলত স্থান নিশ্চিত কৰিছে। ২০১৯ চনত প্ৰাজনেছ গুনেশ্বৰণৰ পাছত ফ্ৰেন্স অ’পেন মূল ড্ৰৰ বাবে কোৱালিফায়াৰ কৰা সুমিত নাগাল হৈছে প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ। এই টুর্নামেণ্টৰ পুৰুষৰ ছিংগলছৰ এইবাৰ মূল আকৰ্ষণ হ’ব কিং অব্ ক্লে হিচাপে খ্যাত স্পেইনৰ ৰাফেল নাডাল আৰু ছাৰ্বিয়াৰ বিশ্বৰ এক নম্বৰ স্থানৰ খেলুৱৈ ন’ভাক জ’ক’ভিক ।
Assamese | May 20, 2024 12:50 PM | French open
আজিৰে পৰা পেৰিছৰ ষ্টেড ৰোলাও গেৰোছত ফ্রেন্স অ’পেন ২০২৪ টেনিছ টুর্নামেণ্ট