ফ্রেন্স অপেন ২০২৪ টেনিছ টুর্নামেণ্ট আজিৰে পৰা পেৰিছৰ ষ্টেড ৰোলাঁ গাৰোত আৰম্ভ হয়। ভাৰতৰ তাৰকা খেলুৱৈ সুমিত নাগালে পুৰুষৰ ছিংগলছৰ মূল ড্র’ খেলত স্থান নিশ্চিত কৰিছে। ২০১৯ চনত প্ৰাজনেছ গুনেশ্বৰণৰ পাছত ফ্রেন্স অপেন মূল ড্ৰ’ৰ বাবে কোৱালিফায়াৰ কৰা সুমিত নাগাল হৈছে প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ। এই টুর্নামেণ্টৰ পুৰুষৰ ছিংগলছৰ এইবাৰ মূল আকৰ্ষণ হ’ব কিং অব্ ক্লে হিচাপে খ্যাত স্পেইনৰ ৰাফেল নাডাল আৰু ছাৰ্বিয়াৰ বিশ্বৰ এক নম্বৰ স্থানৰ খেলুৱৈ ন’ভাক জক’ভিচ।
Assamese | May 20, 2024 6:37 PM | roland garros 2024
পেৰিছৰ ষ্টেড ৰোলাঁ গাৰোত আৰম্ভ ফ্রেন্স অপেন ২০২৪ টেনিছ টুর্নামেণ্ট