May 24, 2024 8:40 PM
75
আই পি এলৰ দ্বিতীয়খন কোৱালিফায়াৰ খেল ৰাজস্থান ৰয়েলছ বনাম ছানৰাইজাৰ্ছ হায়দাবাদ
চেন্নাইৰ এম এ চিডাম্বৰম ষ্টেডিয়ামত আজি আই পি এল ক্রিকেট প্রতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ ছানৰাইজাৰ্ছ হায়দাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। ৰাজস্থান ৰয়েলছে টছত জিকি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে। আজিৰ খেলখনত জয়লাভ কৰা দলটোৱে দেওবাৰে ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব...