খেল

May 14, 2024 11:44 AM

views 58

আই পি এলত গুজৰাট টাইটানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ খেল পৰিত্যক্ত ঘোষণা

গুজৰাট টাইটানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত কালি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া আই  পি এল ক্রিকেট প্রতিযোগিতাৰ খেলখন বৰষুণৰ বাবে এটাও বল নেখেলাকৈ পৰিত্যক্ত ঘোষণা  কৰাত গুজৰাট দলটো প্ৰতিযোগিতাৰ প্লেঅফ পৰ্যায়ৰ দৌৰৰ পৰা বাহিৰ হৈছে। খেলখন পৰিত্যক্ত ঘোষণা কৰাত কলকাতা আৰু গুজৰাট উভয় দল...

May 14, 2024 11:39 AM

views 50

ৰোহন বোপন্না-মেথিউ এবডেন ইটালিয়ান অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছ প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো ইটালিয়ান অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছ প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। বোপন্না আৰু এবডেনৰ যুটীটোৱে কালি প্ৰতিযোগিতাৰ এখন খেলত ইটালীৰ ফ্ৰান্সেস্ক' পাছাৰ' আৰু মাতেঅ' অর্নান্ডিক ৬-২, ৬-২ পোনপটীয়া ছেটত পৰাস্ত কৰে। দ্বিতীয় বাছনিপ্ৰাপ...

May 13, 2024 6:12 PM

views 36

আই পি এলত আজি কলকাতা নাইট ৰাইদাৰ্ছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীর্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইদাৰ্ছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীর্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। আনফালে, যোৱা নিশা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দেলহী কেপিটেল...

May 13, 2024 6:09 PM

views 38

৬ গৰাকী ভাৰতীয় মল্লযোদ্ধাৰ পেৰিচ অলিম্পিকলৈ যোগ্যতা অৰ্জন

আসন্ন পেৰিচ অলিম্পিকত ৬ গৰাকী ভাৰতীয় মল্লযোদ্ধাই অংশগ্রহণ কৰিব। ইয়াৰে ভিতৰত ৫ গৰাকী মহিলা মল্লযোদ্ধা আছে। অমন ছহৰাবট আৰু নিশা দাহিয়াই তুৰস্কৰ ইস্তানবুলত অনুষ্ঠিত বিশ্ব অলিম্পিক মল্লযুদ্ধ কোৱালিফায়াৰ প্ৰতিযোগিতাত ভাৰতৰ ক'টাৰ সংখ্যা ৬ লৈ বৃদ্ধি কৰে। ইয়াৰ পূৰ্বে ৱিনেশ ফ'গাটে ৫০ কিলোগ্রাম, অন্তিম পংঘালে...

May 13, 2024 11:30 AM

views 47

গুৱাহাটীত হ’বলগা আই পি এল খেলৰ বাবে আজি উপস্থিত হ’ব ৰাজস্থান ৰয়েলছৰ খেলুৱৈ

গুৱাহাটীত অনুষ্ঠিত হ'বলগা দুখনকৈ আই পি এল খেলত অংশ লোৱাৰ বাবে আজি মহানগৰীত ৰাজস্থান ৰয়েলছৰ খেলুৱৈসকল উপস্থিত হ'ব। বিয়লি ৪ বাজি ৪৫ মিনিটত বৰঝাৰ বিমান বন্দৰত দলটোৰ বিশেষ বিমানে অবতৰণ কৰিব। ইফালে কালি আবেলি পঞ্জাব কিংছ দলো গুৱাহাটীত উপস্থিত হৈছে। আজি পঞ্জাব কিংছৰ খেলুৱৈসকলে বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়...

May 13, 2024 11:11 AM

views 51

আই পি এল ক্রিকেটত ডেলহী কেপিটেলছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ জয়লাভ

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে যোৱা নিশা বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত দেলহী কেপিটেলছক ৪৭ ৰানত পৰাস্ত কৰে। খেলখনত ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেটৰ বিনিময়ত ১৮৭ ৰান কৰে। প্ৰত্যুত্তৰত দে...

May 13, 2024 11:06 AM

views 42

পেৰিচ অলিম্পিকত ৬ গৰাকী ভাৰতীয় মল্লযোদ্ধাৰ অংশগ্রহণ

এই আসন্ন পেৰিচ অলিম্পিকত ৬ গৰাকী ভাৰতীয় মল্লযোদ্ধাই অংশগ্রহণ কৰিব। ইয়াৰে ভিতৰত ৫ গৰাকী মহিলা মল্লযোদ্ধা আছে। অমন ছহৰাৰ্ট আৰু নিশা দাহিয়াই তুৰস্কৰ ইস্তানবুলত অনুষ্ঠিত বিশ্ব অলিম্পিক মল্লযুদ্ধ কোৱালিফায়াৰ প্ৰতিযোগিতাত ভাৰতৰ ক’টাৰ সংখ্যা ৬ লৈ বৃদ্ধি কৰে। ইয়াৰ পূৰ্বে ৱিনেশ ফ’গাটে ৫০ কিলোগ্রাম, অন্ত...

May 12, 2024 8:45 PM

views 67

গুৱাহাটী নেহৰু ষ্টেডিয়ামত অষ্টম নৰ্থ-ইষ্ট ছিনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ

আছাম ছিনিয়ৰ বেডমিণ্টন ক্লাবৰ উদ্যোগত গুৱাহাটী নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণৰাম ফকুন ইনডৰ ষ্টেডিয়ামত যোৱা শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত অষ্টম নৰ্থ-ইষ্ট ছিনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি সামৰণি পৰিব। এই প্ৰতিযোগিতাত পুৰুষ ৫৫ বছৰ ডাবলছ শাখাত অসমৰ বিজয় কুমাৰ বৰ্মন আৰু ধ্রুব শৰ্মা বিজয় হৈ...

May 12, 2024 8:11 PM

views 73

আই পি এল ক্রিকেটঃ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ৫ উইকেটত জয়ী চেন্নাই ছুপাৰ কিংছ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ চেন্নাইৰ এম চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত আজিৰ প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছে ৰাজস্থান ৰয়েলছক ৫ উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰি ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত ১৪১ ৰাণ কৰিবলৈ সমৰ্থ হয়। প্ৰত্যুত্তৰত চেন্নাইয়ে ১৮ অভাৰ আৰু দুটা বলত ৫ উই...

May 12, 2024 8:09 PM

views 43

ছুপাৰ বেট ৰেপিড আৰু ব্লিটছ প্ৰতিযোগিতাৰ এখন খেলত ডবা খেলুৱৈ আৰ. প্রজ্ঞানানন্দৰ জয়লাভ

ভাৰতৰ ডবা খেলুৱৈ আৰ. প্রজ্ঞানানন্দে ছুপাৰ বেট ৰেপিড আৰু ব্লিটছ প্ৰতিযোগিতাৰ এখন খেলত বিশ্বৰ প্ৰথম স্থানৰ খেলুৱৈ নৰোৱেৰ মেগনাছ কাৰ্লচেনক পৰাস্ত কৰে। ইপিনে চীনৰ ৱেই য়ী ২০.৫ পইণ্টৰ সৈতে প্রতিযোগিতাৰ শীৰ্ষ স্থানত আছে। প্রতিযোগিতাখনত আৰু ৯টা ৰাউণ্ডৰ খেল বাকী আছে যদিও প্রথম দিনা ৭ খন খেলত জয় লাভ কৰি ৱেই...