খেল

May 9, 2024 8:54 PM

views 64

অসম চিনিয়ৰ্ছ বেডমিন্টন ক্লাবৰ উদ্যোগত ৩ দিনীয়াকৈ অষ্টম নৰ্থ-ইষ্ট ভেটাৰ্ণ বেডমিণ্টন চেম্পিয়নশ্বিপ

আছাম ছিনিয়ৰ্ছ বেডমিণ্টন ক্লাবৰ উদ্যোগত গুৱাহাটী নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণৰাম ফকুন ইনডৰ ষ্টেডিয়ামত কাইলৈৰ পৰা তিনি-দিনীয়াকৈ অষ্টম নৰ্থ-ইষ্ট ভেটাৰ্ণ বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। উত্তৰ-পূবৰ লগতে ভূটান, নেপালৰ খেলুৱৈয়ে এই চেম্পিয়নশ্বিত অংশ ল'ব। আছাম ছিনিয়ৰ্ছ বেডমিণ্টন ক্লাবৰ সভাপতি ...

May 9, 2024 5:10 PM

views 61

আই পি এলঃ সন্ধিয়া ৭.৩০ বজাত পাঞ্জাব কিংছ বনাম ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু

♦ আই পি এল ক্রিকেট প্রতিযোগিতাত আজি ধৰ্মশালাত হ’বলগীয়া এখন খেলত পাঞ্জাব কিংছ ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। যোৱানিশা হায়দাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দাবাদে লক্ষ্ণৌ ছুপাৰ জায়েণ...

May 9, 2024 12:31 PM

views 57

ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হাতত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ১০ উইকেট পৰাস্ত

ছানৰাইজাৰ্ছ হায়দৰাবাদে যোৱা নিশা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ১০ উইকেট পৰাস্ত কৰে। খেলখনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত চাৰিটা উইকেট হেৰুৱাই ১৬৫ ৰাণ স...

May 8, 2024 4:39 PM

views 68

আই পি এলঃ সন্ধিয়া ৭.৩০ বজাত ছানৰাইজাৰ্ছ হায়দাবাদ বনাম লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি হায়াবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দাবাদ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব। দেলহি কেপিটেলছে যোৱানিশা দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছক ২০ ৰানত ...

May 8, 2024 11:39 AM

views 59

আই পি এলত দেলহি কেপিটেলছৰ হাতত ৰাজস্থান ৰয়েলছ ২০ ৰানত পৰাস্ত

দেলহি কেপিটেলছে যোৱানিশা দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছক ২০ ৰানত পৰাস্ত কৰে। খেলখনত দিল্লীয়ে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেটৰ বিনিময়ত ২২১ ৰান কৰে। দিল্লীৰ হৈ অভিষেক পোৰেলে ৩৬টা বলত ৬৫ ৰান কৰাৰ বিপৰীতে জেক ফ্ৰেজৰ মেকগৰ্গে ম...

May 8, 2024 11:36 AM

views 69

এ এছ বি চি এছীয়ান আৰু যুৱ বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ ৪৩টা পদক অৰ্জন

কাজাখাস্তানৰ আস্তানাত অনুষ্ঠিত এ এছ বি চি এছিয়ান ২২বছৰৰ অনুৰ্দ্ধ আৰু যুৱ বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় দলটোৱে ৪৩টাকৈ পদক লাভ কৰি দেশলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। লাভ কৰা ৪৩টা পদকৰ ভিতৰত ১২টা হৈছে সোণৰ পদক, বাকী ১৪টা ৰূপৰ আৰু ১৭টা ব্ৰঞ্জৰ পদক। ভাৰতীয় ২২ বছৰ অনুৰ্ধ দলটোৱে কালি ৭টা সোণৰ, ৫টা ...

May 7, 2024 1:50 PM

views 69

এ এছ বি চি এছিয়ান ২২ বছৰৰ অনুর্ধ্ব আৰু যুৱ বক্সিং প্রতিযোগিতাত ভাৰতীয় খেলুৱৈ সকলৰ ৪৩টাকৈ পদক লাভ

♦ কাজাখাস্তানৰ আস্তানাত অনুষ্ঠিত এ এছ বি চি এছিয়ান ২২ বছৰৰ অনুর্ধ্ব আৰু যুৱ বক্সিং প্রতিযোগিতাত ভাৰতীয় খেলুৱৈ সকলে ৪৩টাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ২৪ খনতকৈও অধিক দেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত ভাৰতে যুৱ শাখাত ২২টা আৰু ২২ বছৰ অনুৰ্ধত ২১টা পদক লাভ কৰি দেশলৈ সুনাম কঢ়িয়াই আনে। যুৱ শাখা...

May 7, 2024 1:51 PM

views 57

আই পি এলঃ ৰাজস্থান ৰয়েলছ বনাম দিল্লী কেপিটেলছ

♦ আই পি এল ক্রিকেট প্রতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ দিল্লী কেপিটেলছৰ মুখামুখি হ'ব। বর্তমান পইণ্ট তালিকাত ৰাজস্থান দ্বিতীয় স্থানত থকাৰ বিপৰীতে দিল্লী ষষ্ঠ স্থানত আছে। প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে ছানৰাইজাৰ্ছ হায়দা...

May 7, 2024 1:16 PM

views 93

ভাৰতৰ মনিকা বাট্ৰৰ ছৌদি স্মেছ টেবুল টেনিছৰ মহিলাৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

♦ ছৌদি আৰৱৰ জেড্ডাহত চলি থকা ছৌদি স্মেছ টেবুল টেনিছ প্রতিযোগিতাত ভাৰতৰ মনিকা বাট্ৰই বিশ্বৰ দুই নম্বৰ বাছনিৰ খেলুৱৈ চীনৰ ৱাং মান্‌য়ুক পৰাস্ত কৰি মহিলাৰ ছিংগলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ৩৯ নম্বৰ বাছনিৰ খেলুৱৈ মনিকাই ৩-১ ফলাফলত নিজৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰে। প্রি-কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয়...

May 6, 2024 6:28 PM

views 73

ভাৰতীয় মহিলাৰ 4 X 400 মিটাৰ ৰিলে দলটোৰ পেৰিচ অলিম্পিকলৈ যোগ্যতা অর্জন

ভাৰতীয় মহিলাৰ 4 X 400 মিটাৰ ৰিলে দলটোৱে বাহামাচৰ নাচাওত বিশ্ব এথলেটিক ৰিলেৰ দ্বিতীয় ৰাউণ্ডৰ হিটত দ্বিতীয় স্থান লাভ কৰি পেৰিচ অলিম্পিকলৈ যোগ্যতা অর্জন কৰিছে। ৰূপল চৌধাৰী, এম আৰ পুভাম্মা, জ্যোতিক শ্রী দান্দি আৰু শোভা ভেংকটেচনৰ দলটোৱে ৩ মিনিট ২৯.৩-৫ চেকেণ্ডৰে জামাইকাৰ দলটোৰ পাছত দ্বিতীয় স্থান দখল কৰে। ...