খেল

May 6, 2024 6:26 PM

views 78

আই পি এলত আজি মুম্বাই ইন্ডিয়ানছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীর্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হবলগীয়া খেলত মুম্বাই ইন্ডিয়ানছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীর্ণ হ'ব। প্রতিযোগিতাৰ লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত কালি কলকাতা নাইট ৰাইডাৰ্ছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক ১৮ ৰানৰ বৃহৎ ব্যৱধানত পৰাজিত কৰে। ২৩৬ ৰানৰ বিজয় লক্ষ্...

May 6, 2024 2:25 PM

views 64

ভাৰতীয় মহিলাৰ 4 X 400 মিটাৰ ৰিলে দলৰ পেৰিচ অলিম্পিকলৈ যোগ্যতা অৰ্জন

◊ ভাৰতীয় মহিলাৰ 4 X 400 মিটাৰ ৰিলে দলটোৱে বাহামাচৰ নাচাওত বিশ্ব এথলেটিক্‌ছ ৰিলেৰ দ্বিতীয় ৰাউণ্ডৰ হিটত দ্বিতীয় স্থান লাভ কৰি পেৰিচ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে। ৰূপল চৌধাৰী, এম আৰ পুভাম্মা, জ্যোতিক শ্ৰী দান্দি আৰু শোভা ভেংকটেচনৰ দলটোৱে ৩ মিনিট ২৯.৩৫ চেকেণ্ডৰে জামাইকাৰ দলটোৰ পাছত দ্বিতীয় স্থান দ...

May 6, 2024 1:36 PM

views 70

আই পি এলঃ কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ ৯৮ ৰানত পৰাজিত

♦আই পি এল ক্রিকেট প্রতিযোগিতাৰ লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত খেলত কালি কলকাতা নাইট ৰাইডাৰ্ছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ৯৮ ৰানৰ বৃহৎ ব্যৱধানত পৰাজিত কৰে। ২৩৬ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি লক্ষ্ণৌয়ে ১৬ অভাৰ এটা বলতে আটাইকেইটা উইকেট হেৰুৱাই ১৩৭ ৰানহে কৰিবলৈ সক্ষম হয়। হৰ্ষিত ৰাণা আৰু বৰুণ চক্...

May 6, 2024 12:30 PM

views 67

আইচিচি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতা-২০২৪, ৩ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ বাংলাদেশত অনুষ্ঠিত হ’ব

♦ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদ চমুকৈ আই চি চি এ নৱম আইচিচি মহিলা টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতা-২০২৪, ৩ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ বাংলাদেশত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে। আইচিচিৰ প্ৰেছ বিবৃতি অনুসৰি ঢাকাৰ শ্বেৰে বাংলা ৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়াম আৰু চিলেট আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত ১...

May 5, 2024 9:31 PM

views 99

আইচিচি মহিলা টি-২০ বিশ্বকাপ ২০২৪ৰ সূচী ঘোষণা

দেওবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে বাংলাদেশত ৩ৰ পৰা ২০ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া নৱম আইচিচি মহিলা টি-২০ বিশ্বকাপ ২০২৪ৰ সূচী ঘোষণা কৰে। আইচিচিৰ প্ৰেছ বিবৃতিত কোৱা হৈছে যে বাংলাদেশৰ দুটা স্থান, ঢাকাৰ শ্বেৰে বাংলা ৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম আৰু চিলেটৰ চিলেট আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত...

May 5, 2024 8:51 PM

views 74

USATF মহোৎসৱৰ পুৰুষৰ হাইজাম্প শিতানত ভাৰতৰ তেজস্কিন শংকৰৰ খিতাপ দখল

আমেৰিকাৰ আৰিজোনাৰ টাকচনত অনুষ্ঠিত USATF মহোৎসৱৰ পুৰুষৰ হাইজাম্প শিতানত ভাৰতৰ তেজস্কিন শংকৰে খিতাপ দখল কৰিছে। ৰাষ্ট্ৰীয় অভিলেখৰ গৰাকী তেজস্বিনে প্ৰথমটো প্ৰয়াসত ২.২৩ মিটাৰ স্পৰ্শ কৰি শীৰ্ষত স্থান নিশ্চিত কৰে। এই শিতানত আমেৰিকা আৰ্নি চিয়েৰে দ্বিতীয় আৰু মেক্সিকোৰ ৰবাৰ্টো ভিলছেচে তৃতীয় স্থান দখল কৰে...

May 5, 2024 8:48 PM

views 76

আই পি এল ক্রিকেটঃ পাঞ্জাব কিংছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছৰ  ২৮ ৰানত জয়লাভ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ আজিৰ প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছে পাঞ্জাব কিংছক ২৮ ৰানত পৰাজিত কৰিছে। ধৰ্মশালাৰ হিমাচল প্রদেশ ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত চেন্নাই ছুপাৰ কিংছে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৯ উইকেটৰ বিনিময়ত ১৬৭ ৰান সংগ্ৰহ কৰে। দলৰ হৈ ৰবীন্দ্ৰ জাদেজাই ২৬ টা বলত সৰ্বাধিক ৪...

May 5, 2024 1:31 PM

views 67

কাজাখস্তানত অনুষ্ঠিত এ এছ বি চি এছিয়ান আৰু যুৱ বক্সিং প্রতিযোগিতাত চাৰিগৰাকী ভাৰতীয় বক্সাৰৰ ফাইনেলত প্ৰৱেশ

কাজাখস্তানৰ আস্তানাত অনুষ্ঠিত ২২ বছৰৰ অনুৰ্ধৰ এ এছ বি চি এছিয়ান আৰু যুৱ বক্সিং প্রতিযোগিতাত চাৰিগৰাকী ভাৰতীয় বক্সাৰ আকাশ গোৰখা, বিশ্বনাথ সুৰেশ, নিখিল আৰু প্ৰীত মালিকে পুৰুষৰ ২২ বছৰ অনুৰ্ধৰ শাখাত ফাইনেলত প্ৰৱেশ কৰিছে। এই সফলতাই বিভিন্ন শাখাত ভাৰতীয় বক্সাৰে লাভ কৰা পদক সংখ্যা ৪৩লৈ বৃদ্ধি কৰিলে। আকা...

May 11, 2024 5:21 PM

views 59

আই পি এল ক্রিকেটঃ পাঞ্জাব কিংছ- চেন্নাই ছুপাৰ কিংছৰ আৰু কলকাতা নাইট ৰাইডাৰ্ছ, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব। বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত বিয়লি চাৰে ৩ বজাত হ'বলগীয়া প্ৰথমখন খেলত পাঞ্জাব কিংছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে লক্ষ্ণৌৰ একানা ক্রিকেট ষ্টেডিয়ামত সন্ধিয়া চাৰে ৭ বজাত হ'বলগীয়া দ্বিতীয়খন খেলত কলকাতা নাইট ৰাইডাৰ...

May 4, 2024 1:31 PM

views 84

আজিৰে পৰা বাহামাৰ নাছাউস্থিত থমাছ এ ৰবিনছন ষ্টেডিয়ামত ‘বিশ্ব এথলেটিকছ ৰিলে ২০২৪’

♦ পেৰিছ অলিম্পিক ২০২৪ত অংশগ্ৰহণ কৰিব বিচৰা ৰিলে দলসমূহৰ বাবে যোগ্যতা নির্ণয়কাৰী প্রতিযোগীতা- ‘বিশ্ব এথলেটিকছ ৰিলে ২০২৪’ আজিৰে পৰা বাহামাৰ নাছাউস্থিত থমাছ এ ৰবিনছন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ২০২৩ চনৰ হাংঝু এছিয়ান গেমছৰ পুৰুষৰ 4x400 মিটাৰ ৰিলেৰ চেম্পিয়ন অলিম্পিয়ান আমোজ জেকব, মহম্মদ আনাছ ইয়াহিয়া, ...