ভাৰতীয় জেভলিন খেলুৱৈ নীৰজ চোপ্ৰাই দোহা ডায়মণ্ড লীগ ২০২৪ প্রতিযোগিতাত দ্বিতীয় স্থান নিশ্চিত কৰিছে। জেভলিনৰ শীৰ্ষ স্থানৰ খেলুৱৈ জাকোব জাদলেজতকৈ মাত্র দুই চেণ্টিমিটাৰ কম জেভলিন দলিয়াই তেওঁ দ্বিতীয় স্থান লাভ কৰে। বতাহৰ পৰিপ্ৰেক্ষিতত নীৰজে একেৰাহে দ্বিতীয়বাৰৰ বাবে দোহাত চূড়ান্ত বিজয়ীৰ খিতাপ দখলত ব্যৰ্থ হয়।
Assamese | May 11, 2024 4:51 PM | Doha Diamond League 2024 | India | Neeraj Chopra
দোহা ডায়মণ্ড লীগ ২০২৪, প্রতিযোগিতাত দ্বিতীয় স্থান নিশ্চিত নীৰজ চোপ্ৰাৰ