বাংলাদেশৰ ছিলেট আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ টি২০ ক্রিকেট খেলত কালি ভাৰতে বাংলাদেশক ২১ ৰানত পৰাস্ত কৰে। ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৫৬ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ হেমলতাই ২৮টা বলত ৩৭ ৰান কৰে। প্ৰত্যুত্তৰত বাংলাদেশে নির্ধাৰিত ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৩৫ ৰানহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়।
Assamese | May 10, 2024 11:53 AM | WOMAN T20 INDIA-BANGLADESH
বাংলাদেশত অনুষ্ঠিত মহিলাৰ টি২০ ক্রিকেট খেলত বাংলাদেশক ২১ ৰানত পৰাস্ত ভাৰতৰ