এছিয়া আৰু বিশ্ব ব’ডী বিল্ডিং চেম্পিয়নশ্বিপৰ বাবে মাজুলীৰ পৱিত্র নাথে ভাৰতীয় দলত স্থান লাভ কৰিছে। যোৱা ১১ আৰু ১২ মে’ত কেৰালাৰ কোচিত অনুষ্ঠিত যোগ্যতা নিৰূপণকাৰী খেলৰ জৰিয়তে খেলুৱৈগৰাকীয়ে দলটোত স্থান লাভ কৰে। ইয়াৰ পূৰ্বে খেলুৱৈগৰাকীয়ে দক্ষিণ এছিয় ক্রীড়া সমাৰোহত সোণ আৰু বিশ্ব ব’ডী বিল্ডিং এণ্ড ফিজিক চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল।
Assamese | May 14, 2024 8:53 PM | pabitra nath MAJULI BODY BUILDER
এছিয়া আৰু বিশ্ব ব’ডী বিল্ডিং চেম্পিয়নশ্বিপৰ বাবে ভাৰতীয় দলত মাজুলীৰ পৱিত্র নাথৰ স্থান লাভ