খেল

May 20, 2024 12:49 PM

views 49

অসমৰ জুনিয়ৰ ক্ৰিকেটাৰসকলৰ সৈতে কুমাৰ ছাংগাকাৰাৰ আজি বাৰ্তালাপ

আই পি এল দল ৰাজস্থান ৰয়েল্‌ছৰ ক্ৰিকেট সঞ্চালক তথা দলটোৰ মুখ্য প্রশিক্ষক কুমাৰ ছাংগাকাৰাই আজি অসমৰ জুনিয়ৰ ক্ৰিকেটাৰসকলৰ লগত এটা বাৰ্তালাপ অনুষ্ঠানত অংশ ল'ব। ইতিমধ্যে অসম ক্রিকেট একাডেমীয়ে এই অনুষ্ঠানৰ বাবে ৩৩ গৰাকী খেলুৱৈ বাছনি কৰিছে। ৰাজ্যৰ ১৯ বছৰ অনুৰ্ধৰ পুৰুষ আৰু মহিলা ক্রিকেটাৰে এই অনুষ্ঠানত অ...

May 20, 2024 1:12 PM

views 47

বৰষুণৰ বাবে বাতিল ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ খেল

আই পি এল ক্রিকেট প্রতিযোগিতাৰ কালি ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখন বৰষুণৰ বাবে বাতিল কৰিবলগীয়া হয়। বৰষুণৰ বাবে নিৰ্ধাৰিত সময়তকৈ চাৰে ৩ ঘণ্টা পলমকৈ হোৱা টছত জিকি কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক শ্রেয়াছ আয়াৰে প্রথমে বলিং কৰাৰ সি...

May 19, 2024 7:18 PM

views 62

বৰপেটাত জিলা পৰ্যায়ৰ ডবা প্রতিযোগিতা অনুষ্ঠিত

বৰপেটাত আজিৰে পৰা জিলা পৰ্যায়ৰ ডবা প্রতিযোগিতা অনুষ্ঠিত হৈছে। ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ পূৰ্বে অনুষ্ঠিত এই প্রতিযোগিতাত আজি ৫টা শাখাত অনুষ্ঠিত হয়। বৰপেটাৰ লালবাহাদুৰ শাস্ত্রী পুথিভঁড়ালত ৭ বছৰ অনুৰ্ধ, ৯ বছৰ, ১১ বছৰ, ১৩ বছৰ আৰু ১৫ বছৰ অনুৰ্ধ্বৰ ল'ৰা-ছোৱালীৰ মাজত আজি এই প্রতিযোগিতাৰ আয়োজন কৰা হ...

May 19, 2024 7:13 PM

views 58

সাত্বিকসাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টীৰ থাইলেণ্ড অপেনৰ খিতাপ অৰ্জন

সাত্বিকসাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটীটোৱে থাইলেণ্ড অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ অৰ্জন কৰিছে। সাত্বিকসাইৰাজ আৰু চিৰাগৰ যুটীটোৱে আজি ফাইনেলত চীনৰ চেন বো য়াং আৰু লিউ ইক ২১-১৫, ২১-১৫ পোনপটীয়া গেমত পৰাস্ত কৰে। সাত্বিক আৰু চিৰাগৰ যুটীটোৱে ২০১৯ চনত এই প্রতিযোগিতাতে প্ৰথমটো চু...

May 19, 2024 1:31 PM

views 60

পৰ্টুগালৰ লিছবনত অনুষ্ঠিত প্রতিযোগিতাত পুৰুষৰ জেভলিন থ্র’ত ভাৰতৰ বিক্ৰান্ত মাল্লিকৰ খিতাপ অৰ্জন

ভাৰতৰ বিক্ৰান্ত মাল্লিকে পৰ্টুগালৰ লিছবনত অনুষ্ঠিত মিটিং সিডেড দি লিছবোৱা ২০২৪ এথলেটিকছ প্রতিযোগিতাৰ পুৰুষৰ জেভলিন থ্র’ত খিতাপ অৰ্জন কৰিছে। বিক্রান্তে নিজৰ তৃতীয় প্ৰয়াসত ৮০.৩০ মিটাৰ দলিয়াই এই খিতাপ অৰ্জন কৰে। ২৮ বছৰীয়া মাল্লিকে প্ৰথম আৰু দ্বিতীয় প্ৰয়াসত ক্ৰমে ৭১.৭৩ আৰু ৭৪. ২৩ মিটাৰ দলিয়াই নিজ...

May 19, 2024 1:26 PM

views 48

গুৱাহাটীৰ বৰ্ষাপাৰাৰ অনুষ্ঠিত আই পি এল ক্রিকেটৰ বাবে যান-বাহনৰ চলাচলত বিশেষ নিৰ্দেশনা

গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত আজি হ'বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ টি- ২০ ক্রিকেট খেলখনৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ যান-বাহন আৰক্ষীয়ে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে। এই সময়ছোৱাত শিশু, মহিলা, ছাত্ৰ-ছাত্ৰী, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম নাগৰিকসকলৰ যাতায়ত...

May 19, 2024 1:17 PM

views 69

আই পি এল ক্রিকেটত আজি গুৱাহাটীৰ বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। ইপিনে হায়দৰাবাদত হ'বলগীয়া আন এখন খেলত পঞ্জাব কিংছ, ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি হ'ব। খেলখন বিয়লি ৩.৩০ বজাত আৰম্ভ...

May 18, 2024 10:48 PM

views 76

আই পি এলঃ বৰ্ষাপাৰাত টি-২০ খেলৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা

গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত কাইলৈ হ'বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ টি-২০ ক্রিকেট খেলখনৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ যান-বাহন আৰক্ষীয়ে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে। এই সময়ছোৱাত শিশু, মহিলা, ছাত্র-ছাত্রী, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম নাগৰিকসকলৰ যাতায়...

May 17, 2024 4:50 PM

views 59

আই পি এলঃ সন্ধিয়া ৭.৩০ বজাত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ বনাম মুম্বাই ইণ্ডিয়ানছ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি মুম্বাইৰ বাংখেড়ে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে আই পি এলত ছানৰাইজাৰ্ছ হায়দাবাদ আৰু গুজৰাট টাইটানছৰ মাজত কালিৰ খেলখন বৰষুণৰ বাবে টছ নোহোৱাকৈয়ে পৰিত...

May 17, 2024 12:45 PM

views 69

পেৰিছ অলিম্পিকত ভাগ ল’বলগীয়া ছয়জনীয়া ভাৰতীয় টেবুল টেনিছ দলৰ নেতৃত্বত মণিকা বাট্ৰা আৰু শৰথ কমল

ভাৰতৰ তাৰকা খেলুৱৈদ্বয় মণিকা বাট্ৰা আৰু শৰথ কমলে চলিত বৰ্ষৰ পেৰিছ অলিম্পিকত ভাগ ল'বলগীয়া ছয়জনীয়া ভাৰতীয় টেবুল টেনিছ দলৰ নেতৃত্ব দিব। ভাৰতীয় টেবুল টেনিছ পৰিষদে কালি দলৰ সদস্যসকলৰ নাম ঘোষণা কৰে । আটাইকেইগৰাকী খেলুৱৈক বিশ্ব ৰেংকিঙৰ ভিত্তিত নিৰ্বাচন কৰা হৈছে। পুৰুষৰ দলটোত শৰথ কমলৰ লগত মানৱ ঠক্কৰ আ...