আঞ্চলিক সংবাদ

August 12, 2026 6:46 PM

views 12

বিশ্ব হস্তী দিৱস উপলক্ষে আজি ভিন ভিন কাৰ্যসূচীৰ আয়োজন

ৰাজ্যৰ বিভিন্ন জিলাত আজি বিশ্ব হস্তী দিৱস উপলক্ষে ভিন ভিন কার্যসূচী অনুষ্ঠিত হয়। হস্তী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী-মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে আজি এই দিৱস পালন কৰা হৈছে। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে – ‘সুৰক্ষিত পৰিৱেশ, অনুকুল পথ, সুৰক্ষিত হাতী তথা মোৰ হাতী, মোৰ ঐতিহ্য'। এই দিৱস উপলক...

August 12, 2026 6:42 PM

views 18

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৰ ঘৰ তিৰংগা অভিযান পূৰ্ণ গতিত ৰূপায়ণ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৰ ঘৰ তিৰংগা অভিযান পূৰ্ণ গতিত ৰূপায়ণ কৰা হৈছে। যোৰহাট জিলাৰ তিতাবৰ উন্নয়ন খণ্ডৰ সৌজন্যত আজি এই উপলক্ষে দুচকীয়া বাহন সমদল উলিওৱা হয়। মৰিগাওঁ জিলাত জিলা প্ৰশাসনৰ উদ্যোগত অসম ৰাজ্যিক গ্রাম্য জীৱিকা অভিযানৰ দ্বাৰা উলিওৱা স্কুটি ৰেলীত ভালেসংখ্যক মহিলাই অংশগ্ৰহণ কৰে । মৰিগাওঁ ...

August 12, 2026 6:44 PM

views 11

জুবিন গাৰ্গৰ মৃত্যৰ গোচৰ সংক্ৰান্তত ১১ গৰাকী প্ৰৱাসী অসমীয়াৰ সাক্ষ্য গ্ৰহণ কৰা হব

শিল্পী জুবিন গাৰ্গৰ মৃত্যৰ গোচৰ সংক্ৰান্তত আদালতে ১১ গৰাকী প্ৰৱাসী অসমীয়াৰ সাক্ষ্য গ্ৰহণ কৰিব। এই সন্দৰ্ভত বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে আজি সংবাদ মাধ্যমক এইকথা জনাই কয়, যে এই গোচৰ সন্দৰ্ভত আজিলৈকে ৮৯ জনৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। তেওঁ লগতে পৰৱৰ্তী পৰ্যায়ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত চাক্ষুস সাক...

August 12, 2026 6:24 PM

views 13

বান ক্ষতিগ্ৰস্ত জিলাৰ জনসাধাৰণক বাহনৰ বীমা আৰু বেংকৰ ঋণ সম্পৰ্কীয় আবেদন ৩০ আগষ্টৰ পূৰ্বে দাখিল কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ শেহতীয়া বানৰ ক্ষয়-ক্ষতিৰ সমীক্ষা কৰাৰ বাবে ৰাজ্যত তিনিটা পৰ্যায়ত জৰীপ কৰা হ'ব। ইতিমধ্যে যোৱা ৯ আগষ্টৰ পৰা প্ৰথম পৰ্যায়ৰ জৰীপ চলি আছে। বানৰ ক্ষয়-ক্ষতিৰ বাবদ এহেজাৰ কোটি টকা ব্যয় কৰিবলৈ লোৱা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। মুখ্যমন্...

August 12, 2026 12:12 PM

views 12

ধেমাজিৰ জোনাইৰ সীমান্তৱৰ্তী অঞ্চলসমূহত পুৱা ৫ বজাৰ পৰা মিচিং জনগোষ্ঠীয় ছাত্র সংগঠনৰ পথ অৱৰোধ

ধেমাজি জিলাৰ জোনাইৰ সীমান্তৱৰ্তী স্থানসমূহত আজি পুৱা ৫ বজাৰ পৰা মিচিং জনগোষ্ঠীয় ছাত্র সংগঠন – টি এম পি কেই অনিৰ্দিষ্টকালীন পথ অৱৰোধ আৰু অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে।  জিলাখনৰ গোগামুখৰ অসম-অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত সোমবাৰে অৰুণাচলৰ দুৰ্বৃত্তই সীমান্তৱৰ্তী লোকলৈ লক্ষ্য কৰি সংঘটিত ক...

August 12, 2026 12:11 PM

views 17

ৰাজ্যৰ বান প্রভাৱিত ২৫৪খন বিদ্যালয়ত ১৭ আগষ্টৰ পৰা পাঠদান

ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও ৭ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। সাম্প্রতিক বানত ৪৪১খন গাঁৱৰ ১ লাখ ১২ হাজাৰ ৭১৮জন লোক প্ৰভাৱিত হোৱাৰ লগতে ১০,৮৭৯.০৩ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা ১০১ হৈছেগৈ। বিগত ৪৮ ঘণ্টাত বানৰ ফলত কোনো লোকৰ মৃত্...

August 12, 2026 12:09 PM

views 15

লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্রীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্রীসভাৰ বৈঠকত আধাৰ কাৰ্ডৰ ক্ষেত্ৰত নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি আধাৰ কাৰ্ড উলিওৱাৰ সময়-সীমা অহা বছৰৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে। মৰাণ, মটক জনগোষ্ঠীৰ লোকসকলে ৩১ মাৰ্চৰ ভিতৰত আধাৰ কাৰ্ড ল'ব পাৰিব। জাগীৰোডত অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধীনত হোটেল নিৰ্মাণ কৰা হ'ব বুলি...

August 12, 2026 12:07 PM

views 20

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ছেটেলাইট চিটীৰ ভূমি অধিগ্ৰহণৰ বাবে প্ৰথম পৰ্যায়ত ২,১০০ কোটি টকা অনুমোদন

ৰাজ্য চৰকাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত নিৰ্মাণ কৰিবলৈ ওলোৱা ছেটেলাইট চিটীৰ ভূমি অধিগ্ৰহণৰ বাবে প্ৰথম পৰ্যায়ত ২,১০০ কোটি টকাত অনুমোদন দিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়...

August 12, 2026 11:58 AM

views 15

লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠক বিটিআৰলৈ ৪৫০ কোটি টকা মুকলি কৰি দিয়াৰ সিদ্ধান্ত

লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত কালি সংবাদমেলত মন্ত্ৰীসভাৰ সিদ্ধান্তৰ বিষয়ে সদৰি কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, যে বি টি আৰলৈ ৯০০ কোটি টকা আগবঢ়োৱাৰ বাজেট প্ৰস্তাৱৰ অংশ হিচাপে ৪৫০ কোটি টকা মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

August 12, 2026 11:55 AM

views 15

কৃষকৰ ১০ লাখ টকাপর্যন্ত প্রকৃত উপাৰ্জনৰ ওপৰত শূন্য কৃষি কৰত অনুমোদন

লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্রীসভাৰ বৈঠকত কৃষকসকলক ১০ লাখ টকা পর্যন্ত প্রকৃত উপাৰ্জনৰ ওপৰত শূন্য কৃষি কৰত অনুমোদন জনাইছে। আনহাতে, ক্ষুদ্র চাহ খেতিয়কসকলৰ বাবে বিশেষ কৰ ৰেহাইৰ প্ৰস্তাৱত মন্ত্ৰীসভাই অনুমোদন দিয়া বুলি তেওঁ জানিবলৈ দিয়ে। ড° শৰ্মাই কয়, যে বছৰি ১০ লাখ টকালৈকে লাভাংশ উপাৰ্জন কৰা ক্ষুদ্র চ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।