আঞ্চলিক সংবাদ

August 21, 2026 7:42 PM

views 15

দিছপুৰৰ জনতা ভৱনত মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ পৰ্যালোচনা বৈঠক

দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি দিছপুৰৰ জনতা ভৱনত দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগ, অসম দক্ষতা বিকাশ অভিযান, আই টি আই আৰু নিয়োগ বিনিময় কেন্দ্ৰৰ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত ৰাজ্যৰ বিভিন্ন জিলাৰ উদ্যোগীক প্রশিক্ষণ প্রতিষ্ঠানসমূহৰ জ্যেষ্ঠ অধ্যক্ষ আৰ...

August 21, 2026 7:34 PM

views 19

মাদকদ্রব্য বিৰোধী অভিযান চলাই অসম আৰক্ষীৰ বৃহৎ সফলতা

অসম আৰক্ষীয়ে মাদকদ্রব্য বিৰোধী অভিযান চলাই বৃহৎ সফলতা লাভ কৰিছে। কাছাৰ জিলাৰ উধাৰবন্দৰ এটা গুডামত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ কোডেইন কফছিৰাপ আৰু ট্রেমাডল কেপচুল জব্দ কৰে। আমাৰ শিলচৰৰ সংবাদদাতাই জনোৱা মতে আৰক্ষীয়ে যোৱা নিশা গোচাইপুৰ অঞ্চলৰ এটা গুডামত অভিযান চলাই কফছিৰাপ ভর্তি ১২২ টা কার্টুন আৰু...

August 21, 2026 7:28 PM

views 35

শিক্ষা যাত্রা: প্রত্যাহ্বানৰ পৰা আকাংক্ষালৈ শীর্ষক বিশেষ পদক্ষেপ আৰম্ভ সমগ্র শিক্ষা অসমৰ

সমগ্র শিক্ষা অসমে শিক্ষা যাত্রা: প্রত্যাহ্বানৰ পৰা আকাংক্ষালৈ শীর্ষক বিশেষ পদক্ষেপ আৰম্ভ কৰিছে। ২০২৬-২৭ বিত্তীয় বর্ষত বিদ্যালয়ৰ বর্হিভূত শিশুসকলক চিনাক্ত কৰি বিদ্যালয়ত নামভৰ্তি কৰাই পুনৰ শিক্ষাৰ মূলসুঁতিলৈ ঘূৰাই অনাৰ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। গুৱাহাটীৰ জ্যোতি-বিষ্...

August 21, 2026 7:21 PM

views 23

কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীক সাক্ষাৎ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীক তেওঁৰ নতুন দিল্লীস্থিত বাসভৱনত সাক্ষাৎ কৰি শিক্ষা, খাদ্য, অসামৰিক যোগান আৰু নৱীকৰণযোগ্য শক্তিকে ধৰি ৰাজ্যৰ অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহক লৈ আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বার্তাত মুখ্যমন্ত্রী ড০ শৰ্মাই কেন্দ্রীয় মন্ত্ৰীগৰাকীৰ সৈ...

August 21, 2026 7:14 PM

views 26

মেঘালয়ত আবদ্ধ হোৱা অসমৰ লোকসকলৰ সহায়ৰ বাবে হেল্পলাইন নম্বৰ মুকলি

মেঘালয়ৰ ৰাজধানী শ্বিলঙত বুধবাৰে সংঘটিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত আবদ্ধ হৈ পৰা আৰু যাতায়তৰ সমস্যাত পৰা অসমৰ লোকসকলক সহায়ৰ বাবে অসম আৰক্ষীয়ে দুটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। এনে সমস্যাত পৰা যিকোনো ব্যক্তি বা বাহনৰ তথ্য পৰিয়ালৰ সদস্য বা যিকোনো লোকে এই হেল্পলাইন নম্বৰ দুটাত ফোন কৰি প্ৰদান ...

August 21, 2026 6:38 PM

views 28

কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীক সাক্ষাৎ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীক তেওঁৰ নতুন দিল্লীস্থিত বাসভৱনত সাক্ষাৎ কৰি শিক্ষা, খাদ্য, অসামৰিক যোগান আৰু নৱীকৰণযোগ্য শক্তিকে ধৰি ৰাজ্যৰ অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহক লৈ আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ...

August 21, 2026 6:20 PM

views 28

শ্বিলঙত আবদ্ধ অসমৰ লোকসকলক সহায়ৰ বাবে অসম আৰক্ষীৰ হেল্পলাইন নম্বৰ মুকলি

মেঘালয়ৰ ৰাজধানী শ্বিলঙত বুধবাৰে সংঘটিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত আবদ্ধ হৈ পৰা আৰু যাতায়তৰ সমস্যাত পৰা অসমৰ লোকসকলক সহায়ৰ বাবে অসম আৰক্ষীয়ে দুটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। এনে সমস্যাত পৰা যিকোনো ব্যক্তি বা বাহনৰ তথ্য পৰিয়ালৰ সদস্য বা যিকোনো লোকে এই হেল্পলাইন নম্বৰ দুটাত ফোন কৰি প্...

August 21, 2026 6:04 PM

views 23

ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে হাইলাকান্দি জিলাতো লোকপিয়ল পূর্ণগতিত অব্যাহত

ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে হাইলাকান্দি জিলাতো লোকপিয়ল পূর্ণগতিত চলি আছে। জিলাখনত ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে। আমাৰ হাইলাকান্দিৰ সংবাদদাতাই জনোৱা মতে ইতিমধ্যে প্রায় ৯৫ শতাংশ ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহৰ কাম সম্পূৰ্ণ হৈছে। জিলাখনত ইয়াৰ বাবে এহেজাৰ ২০০ গণনাকাৰী বিষয়া নিয়োগ কৰ...

August 21, 2026 5:55 PM

views 34

শ্বিলঙত বুধবাৰে সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাৰ মেঘলায়ৰ উপ-মুখ্যমন্ত্ৰীৰ সৈতে বার্তালাপ

মেঘালয়ত খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ মাজতে অসমৰ গাড়ীত চলোৱা আক্ৰমণৰ ঘটনাক লৈ দুয়োখন ৰাজ্যত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দায়িত্ব অর্পণ কৰিছে। ইয়াৰ পাছতে আজি দিছপুৰত শ্বিলঙৰ ঘটনা সন্...

August 19, 2026 8:11 PM

views 17

গীতিকবি, নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ ওপজা দিন

গীতিকবি, নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ ওপজা দিন উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হৈছে। কবি, গীতিকাৰ, চলচ্চিত্ৰ নিৰ্মাতা আৰু নাট্যকাৰ হিচাপে প্ৰসিদ্ধ লাভ কৰা পাৰ্বতী প্ৰসাদ বৰুৱাই ১৯৪০ চনত ৰূপহী নামৰ চতুৰ্থখন অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। ১৯৬১ চনত গোৱালপাৰাত অসম সাহিত্য সভা...