ৰাষ্ট্ৰীয়

January 3, 2026 6:15 PM

views 41

ছত্তিশগড়ৰ বাস্তাৰ সংমণ্ডলত আজি সুৰক্ষা বাহিনীৰ সৈতে হোৱা দুটা সুকীয়া সংঘৰ্ষত ১৪ জন মাওবাদী নিহত

ছত্তিশগড়ৰ বাস্তাৰ সংমণ্ডলত আজি সুৰক্ষা বাহিনীৰ সৈতে হোৱা দুটা সুকীয়া সংঘৰ্ষত ১৪ জন মাওবাদী নিহত হয়। সুকমা জিলাৰ কণ্টা এলেকাত হোৱা এটা সংঘৰ্ষত ১২ জন মাওবাদী নিহত হয়। একেদৰে বিজাপুৰ জিলাৰ বাছাগুড়া এলেকাত হোৱা আন এটা সংঘৰ্ষত দুজন মাওবাদী নিহত হয়। সুৰক্ষা বাহিনীয়ে সংঘৰ্ষস্থলীৰ পৰা নিহত মাওবাদী কে...

January 3, 2026 6:13 PM

views 48

বুলেট ট্ৰেইন প্রকল্পই পর্যাপ্ত কর্মসংস্থানৰ সৃষ্টি কৰিব আৰু অতিৰিক্ত কেতবোৰ সুবিধা প্ৰদান কৰিবঃ ৰে’লমন্ত্ৰী

ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে, যে বুলেট ট্ৰেইন প্রকল্পই পর্যাপ্ত কর্মসংস্থানৰ সৃষ্টি কৰিব আৰু অতিৰিক্ত কেতবোৰ সুবিধা প্ৰদান কৰিব। তেওঁ কয়,যে সম্পূৰ্ণ হোৱাৰ পাছত এই প্ৰকল্পই মুম্বাই আৰু আহমেদাবাদৰ মাজত যাত্ৰাৰ সময় এঘণ্টা ৫৮ মিনিটলৈ হ্ৰাস কৰাৰ লগতে প্রধান প্রধান বাণিজ্যিক কেন্দ্ৰসমূহৰ মাজত অর্থনৈ...

January 3, 2026 6:12 PM

views 60

দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক চৌহদত পবিত্র পিপৰহৱা অৱশেষৰ প্ৰদৰ্শনী উদ্বোধন প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক চৌহদত পবিত্র পিপৰহৱা অৱশেষৰ প্ৰদৰ্শনী উদ্বোধন কৰে। পিপৰহৱা অৱশেষ শাক্য বংশৰ প্ৰতিষ্ঠাতা গৌতম বুদ্ধৰ সৈতে জড়িত বুলি বিশ্বাস প্রচলিত হৈ আহিছে। প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰদৰ্শনীৰ বিভিন্ন শাখা পৰিদৰ্শন কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰদৰ্শনীৰ...

January 3, 2026 1:12 PM

views 46

ৰাজস্থানত ২০ কোটি টকাৰ মাদক দ্রব্য জব্দ, তিনিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ৰাজস্থান আৰক্ষীয়ে কালি শ্ৰীগংগানগৰত চোৰাংভাৱে সৰবৰাহ হৈ থকা ২০ কোটি টকাৰ মাদক দ্রব্য জব্দ কৰাৰ লগতে তিনিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। শ্ৰীগংগানগৰৰ আৰক্ষী অধীক্ষক অমৃতা দুহানে কালি এই আৰক্ষী অভিযানৰ সবিশেষ প্ৰকাশ কৰে। আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে, পাকিস্তানৰ পৰা ড্র'ন যোগে এই মাদক দ্রব্য সৰবৰাহ ...

January 3, 2026 1:05 PM

views 51

ঘন কুঁৱলীৰ পৰিস্থিতিৰ বাবে দিল্লী, হাৰিয়ানা, পঞ্জাৱ আৰু চণ্ডীগড়ত ৰেড এলার্ট জাৰি

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে আজি দিল্লী, হাৰিয়ানা, পঞ্জাৱ আৰু চণ্ডীগড়ত ঘনৰ পৰা অতি ঘন কুঁৱলীৰ পৰিস্থিতিৰ বাবে ৰেড এলার্ট জাৰি কৰিছে। সংস্থাটোৱে জনোৱা অনুসৰি হিমাচল প্ৰদেশৰ বিচ্ছিন্ন স্থানত শীত প্ৰৱাহ আৰু উত্তৰাখণ্ডত হিমবাহ হোৱাৰ সম্ভাৱনা আছে।

January 3, 2026 1:00 PM

views 30

মেজৰ ধ্যান চান্দ ষ্টেডিয়ামত তিনিদিনীয়া সাংস্কৃতিক উৎসৱ “দিল্লী শব্দোৎসৱ ২০২৬”ৰ শুভাৰম্ভ

দিল্লীৰ ইণ্ডিয়া গেটৰ ওচৰত অৱস্থিত মেজৰ ধ্যান চান্দ ষ্টেডিয়ামত তিনিদিনীয়া সাংস্কৃতিক উৎসৱ "দিল্লী শব্দোৎসৱ ২০২৬"ৰ কালি শুভাৰম্ভ হয় । দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই ২ জানুৱাৰীৰ পৰা ৪ জানুৱাৰীলৈ হ'বলগীয়া এই মহোৎসৱৰ উদ্বোধন কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী হৰ্ষ মালহোত্রা, দিল্লীৰ কলা ত...

January 3, 2026 12:51 PM

views 38

ভাৰত-ম্যানমাৰ সীমান্তত আছাম ৰাইফলছৰ অভিযানত মেথামফেটামাইন টেবলেটসহ এজন সৰবৰাহকাৰীক আটক

আছাম ৰাইফলছে ভাৰত-ম্যানমাৰ সীমান্তত অভিযান চলাই কালি বুজন পৰিমাণৰ মেথামফেটামাইন টেবলেটসহ এজন সৰবৰাহকাৰীক আটক কৰে। মাদক দ্রব্যখিনিৰ বজাৰ মূল্য ৩৩ কোটি টকাৰো অধিক হ’ব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। প্ৰতিৰক্ষা মুখপাত্ৰই জনোৱা মতে ভাৰত-ম্যানমাৰ সীমান্তৰ সমীপত মাদক দ্রব্য সৰবৰাহ সন্দৰ্ভত লাভ কৰা গোপন সূত্ৰৰ...

January 3, 2026 12:48 PM

views 34

ডিজিটেল প্রশাসন মঞ্চই মুখ্য কল্যাণকামী আঁচনি আৰু প্ৰকল্পৰ ৰূপায়ণ বৃদ্ধি কৰিছে : টি বি সোমনাথন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সক্রিয় শাসন আৰু যিকোনো আঁচনি সময়মতে ৰূপায়ণৰ অন্যতম ব্যৱস্থা প্ৰগতি শীর্ষক ডিজিটেল প্রশাসন মঞ্চই মুখ্য কল্যাণকামী আঁচনি আৰু প্ৰকল্পসমূহৰ ৰূপায়ণ বৃদ্ধি কৰিছে। প্ৰগতি পদ্ধতি সন্দৰ্ভত নতুন দিল্লীত কালি সাংবাদিকৰ আগত কেবিনেট সচিব টি বি সোমনাথনে এই কথা প্ৰকাশ কৰি কয়, যে প...

January 3, 2026 12:42 PM

views 31

ছৌদি আৰৱ ভ্ৰমণৰ বাবে যিকোনো ঔষধ নিয়াৰ বাবে আৱশ্যকীয় অনুমতি ল’বলৈ এন চি বিৰ পৰামৰ্শ

মাদক দ্রব্য নিয়ন্ত্রণ ব্যুৰ’- এন চি বিয়ে ভাৰতীয় যাত্ৰীসকলক ছৌদি আৰৱ ভ্ৰমণৰ পূৰ্বে নিজৰ লগত যিকোনো ঔষধ নিয়াৰ বাবে আৱশ্যকীয় অনুমতি ল'বলৈ পৰামৰ্শ দিছে। ছৌদি আৰৱে শেহতীয়াকৈ দেশখনত প্ৰৱেশ কৰা অথবা দেশখনৰ পৰা বাহিৰলৈ যোৱা ব্যক্তিৰ ব্যক্তিগত ব্যৱহাৰৰ বাবে ঔষধ লৈ যোৱাৰ ক্ষেত্ৰত পূৰ্বে অনুমতি লাভ কৰা হ...

January 3, 2026 12:36 PM

views 37

পশ্চিমবংগ সংশ্লিষ্ট জিলা নির্বাচন কর্তৃপক্ষক নির্দেশ নির্বাচন আয়োগৰ নিৰ্দেশ

নির্বাচন আয়োগে ভোটাৰ তালিকাত অবৈধভাৱে ভুৱা ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগত বৰ্খাস্ত কৰা পশ্চিমবংগৰ পাঁচজন বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ সংশ্লিষ্ট জিলা নির্বাচন কর্তৃপক্ষক নির্দেশ দিছে। ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ে প্রকাশ কৰা অনুসৰি বাৰুইপুৰ পূব বিধানসভা সমষ্টিৰ নিৰ্বাচনী পঞ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।