ৰাষ্ট্ৰীয়

January 1, 2026 8:47 PM

views 50

প্রধানমন্ত্রী মাতৃ বন্দনা যোজনাৰ ৯ বছৰ সম্পূৰ্ণ

গর্ভৱতী মহিলা আৰু দুগ্ধপান কৰোৱা মাতৃসকলৰ বাবে চৰকাৰৰ অভিলাষী আঁচনি প্রধানমন্ত্রী মাতৃ বন্দনা যোজনাই আজি ৯ বছৰ সম্পূৰ্ণ কৰিলে। উল্লেখযোগ্য যে গর্ভৱতী মহিলা আৰু দুগ্ধপান কৰোৱা মাতৃসকলৰ স্বাস্থ্য আৰু পুষ্টিৰ প্ৰতি লক্ষ্য ৰাখি ২০১৭ চনৰ ১ জানুৱাৰীত এই আঁচনিখন আৰম্ভ কৰা হৈছিল। আঁচনিখনৰ অধীনত মাতৃসকলক প্র...

January 1, 2026 8:29 PM

views 35

নতুন দিল্লীত আকাশবাণীৰ ভৱনত বন্দে মাতৰম ৰাষ্ট্ৰীয় গীতটিৰ দুটা সংস্কৰণ উন্মোচন

প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদীয়ে আজি নতুন দিল্লীত আকাশবাণীৰ ভৱনত বন্দে মাতৰম ৰাষ্ট্ৰীয় গীতটিৰ দুটা সংস্কৰণ উন্মোচন কৰে। উল্লেখযোগ্য যে, বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তীৰ স্মৃতিত এই সংস্কৰণ সমূহ ডিজিটেলভাবে মুকলি কৰা হৈছিল। এই সন্দর্ভত ভাষণ দি শ্রী দ্বিবেদীয়ে কয়, যে বন্দে মাতৰম কেৱল ...

January 1, 2026 8:26 PM

views 26

ডি আৰ ডি অ’ৰ ৬৮ সংখ্যক প্রতিষ্ঠা দিৱসত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অংশগ্ৰহণ

অপাৰেচন সিন্দুৰৰ সময়ছোৱাত ডি আৰ ডি অই উন্নীত কৰা অস্ত্র-শস্ত্রই নির্ণায়ক ভূমিকা গ্ৰহণ কৰাৰ লগতে ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি সংস্থাটোৰ দায়বদ্ধতাক চিহ্নিত কৰিছে। নতুন দিল্লীত অৱস্থিত ডি আৰ ডি অ'ৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংস্থাটোৰ ৬৮ সংখ্যক প্রতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ...

January 1, 2026 8:24 PM

views 37

ভাৰত শীঘ্ৰেই বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিৰ দেশ হিচাপে পৰিগণিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে : ৰাষ্ট্ৰপতি

ভাৰত শীঘ্ৰেই বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিৰ দেশ হিচাপে পৰিগণিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে আৰু ভাৰতৰ অর্থনৈতিক বৃদ্ধিক তৃৰান্বিত কৰাত কৃত্রিম বুদ্ধিমত্তাই বিশেষ ভূমিকা গ্রহণ কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত Skilling for AI Readiness শীর্ষক এটা বিশেষ অনুষ্ঠানত আজি ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্ম...

January 1, 2026 1:33 PM

views 28

কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সংশোধিত দিন-বাৰ ঘোষণা

কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদ (চি বি এছ ই)য়ে ইয়াৰ অধীনৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সংশোধিত দিন-বাৰ ঘোষণা কৰিছে। চি বি এছ ইয়ে প্ৰকাশ কৰা মতে দশম শ্ৰেণীৰ পৰীক্ষা ৩ মাৰ্চৰ পৰিৱৰ্তে ১১ মাৰ্চত আৰম্ভ হ'ব। একেদৰে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা নতুন সূচী অনুযায়ী ৩ মাৰ্চৰ পৰিৱৰ্তে ১০ এপ্ৰিলৰ পৰা অনুষ্ঠিত...

January 1, 2026 1:33 PM

views 48

শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ মূল চৌহদত অসমীয়া বিভাগৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগৰ অনুমোদন

নৱবৰ্ষৰ প্ৰথম দিনাই অসমবাসীলৈ এটা সুখবৰ। শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ মূল চৌহদত অসমীয়া বিভাগ আৰম্ভ কৰাৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউজিচি)য়ে অনুমোদন জনাইছে। অহা শিক্ষাবৰ্ষৰ পৰাই বিশ্ববিদ্যালয় খনত শিলচৰৰ শ্ৰেণী কক্ষত অসমীয়া ভাষাৰ পাঠদান আৰম্ভ হ'ব। বিশ্ববিদ্যালয় খনৰ উপাচার্য অধ্যাপক ডঃ ৰাজীৱ...

January 1, 2026 1:18 PM

views 53

নতুন সংকল্পেৰে নতুন বছৰক বিশেষ কৰি তুলিবৰ বাবে সাজু ক্ৰীড়াজগত

নতুন সংকল্পেৰে নতুন বছৰক বিশেষ কৰি তুলিবৰ বাবে আন সকলোৰে দৰে ক্ৰীড়াজগতো সাজু হৈছে। ২০২৬ বৰ্ষটো ক্রীড়াপ্ৰেমীসকলৰ বাবে অত্যন্ত আকর্ষণীয় হ'ব। নতুন বছৰটোত নিয়মীয়া প্ৰতিযোগিতাসমূহৰ লগতে চাৰিখন বিশ্বকাপ, কমনৱেলথ গেমছ আৰু এছিয়ান গেমছ অনুষ্ঠিত হ'ব। ৪ বছৰৰ প্ৰতীক্ষাৰ অন্তত এইবাৰ আমেৰিকা, কানাডা আৰু মেক...

December 31, 2025 7:48 PM

views 39

১০০ মিলিগ্ৰামৰ অধিক নিমেছুলাইডযুক্ত সকলো ঔষধৰ প্ৰস্তুত, বিক্ৰী আৰু বিতৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ

চৰকাৰে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ১০০ মিলিগ্ৰামৰ অধিক নিমেছুলাইডযুক্ত সকলো ঔষধৰ প্ৰস্তুত, বিক্ৰী আৰু বিতৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে আজি এটা নির্দেশযোগে এই কথা প্ৰকাশ কৰে। ঔষধৰ কাৰিকৰী পৰামৰ্শদাতা পৰিষদৰ পৰামৰ্শ অনুসৰি ঔষধ আৰু কছমেটিক্‌চ আইন ১৯৪০ৰ ২...

December 31, 2025 7:42 PM

views 38

ছত্তিশগড়ৰ গ্ৰাম্য স্থানীয় নিকায় আৰু পঞ্চায়তীৰাজ প্রতিষ্ঠানলৈ পুঁজি আবণ্টন

চৰকাৰে পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত ২০২৫-২৬ বিত্তীয় বৰ্ষত ছত্তিশগড়ৰ গ্ৰাম্য স্থানীয় নিকায় আৰু পঞ্চায়তীৰাজ প্রতিষ্ঠানসমূহৰ বাবে ২২৪ কোটিৰো অধিক পুঁজি মোকলাই দিছে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ৰাজ্যখনৰ ২৬খন জিলা পৰ্যায়ৰ ১৩৮টা খণ্ড পঞ্চায়ত আৰু ১১ হাজাৰ ২৭৯খন গাঁও পঞ্চায়তৰ বাবে আনটাইড...

December 31, 2025 7:35 PM

views 41

নাছিক-চোলাপুৰ কৰিড’ৰ প্ৰকল্পৰ বাবে কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদন

কেন্দ্রীয় মন্ত্রীসভাই আজি ওড়িশাত ৩২৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণ আৰু ৬-লেনযুক্ত নাছিক-চোলাপুৰ কৰিড'ৰ প্ৰকল্পৰ বাবে অনুমোদন দিয়ে। অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেন্দ্রীয় মন্ত্রীসভাই মহাৰাষ্ট্ৰত ৬-লেনযুক্ত নাছিক-চোলাপুৰ- আক্কালকোট কৰিড'ৰ প্ৰকল্পত অনুমোদন দিছে। ১৯ হাজাৰ ১৪২ কোটি টকা মূলধনী ব্যয়...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।