ৰাষ্ট্ৰীয়

January 6, 2026 1:38 AM

views 57

অপাৰেশ্যন সিন্দুৰৰ সময়ছোৱাত ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীয়ে প্রশংসনীয় ভূমিকা পালন কৰিছে: উপ-ৰাষ্ট্ৰপতি

অপাৰেচন সিন্দুৰৰ সময়ছোৱাত ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীয়ে প্রশংসনীয় ভূমিকা পালন কৰা বুলি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে মত প্রকাশ কৰিছে। নতুন দিল্লীত ২০২৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনীৰ গণৰাজ্য দিৱস কুচকাৱাজ শিবিৰত আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ এই কথা প্ৰকাশ কৰে। অপাৰেশ্যন সিন্দুৰৰ সাফল...

January 6, 2026 2:03 AM

views 38

বিগত ১১ বছৰত দেশত বৈদ্যুতিক সামগ্ৰীৰ উৎপাদন ৬ গুণ আৰু ৰপ্তানি ৮ গুণ বৃদ্ধি হৈছে: অশ্বিনী বৈষ্ণৱ

ইলেকট্ৰনিকছ আৰু তথ্য প্রযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে বিগত ১১ বছৰত দেশত বৈদ্যুতিক সামগ্ৰীৰ উৎপাদন ৬ গুণ আৰু ৰপ্তানি ৮ গুণ বৃদ্ধি হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্রীবৈষ্ণৱে কয় যে বিগত বৰ্ষত এলে ৫ হাজাৰ কোটি আমেৰিকান ডলাৰ মূল্যৰ মোবাইল ফোন ৰপ্তানি কৰিছে। তেওঁ কয় যে ইয়াৰ জৰিয়তে ...

January 4, 2026 8:35 PM

views 37

নতুন শ্রম সংহিতাই পশ্চিমবংগৰ চাহ আৰু চিনকোনা শ্ৰমিকসকলৰ জীৱন সলনি কৰিব বুলি কেন্দ্রীয় শ্রম আৰু নিয়োগ মন্ত্রী মনসুখ মণ্ডাভিয়াৰ প্রকাশ

নতুন শ্রম সংহিতাই পশ্চিমবংগৰ দাৰ্জিলিং, টেৰাই আৰু দুৱাৰ অঞ্চলৰ চাহ আৰু চিনকোনা শ্ৰমিকসকলৰ জীৱন সলনি কৰিব বুলি কেন্দ্রীয় শ্রম আৰু নিয়োগ মন্ত্রী মনসুখ মণ্ডাভিয়াই প্রকাশ কৰিছে। চাহ আৰু চিনকোনা শ্রমিকসংঘৰ নেতা আৰু অংশীদাৰসকলৰ সৈতে মতবিনিময় কৰি শ্ৰীমণ্ডাভিয়াই কয় যে এই ঐতিহাসিক অঞ্চলটোৰ শ্রমিকসকলে দশকজুৰি...

January 4, 2026 7:55 PM

views 46

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ আজিৰে পৰা ফ্ৰান্স আৰু লাক্সেমবার্গ ভ্রমণ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে চৰকাৰী কাৰ্যসূচীৰে আজিৰে পৰা ১০ জানুৱাৰীলৈ ফ্ৰান্স আৰু লাক্সেমবার্গ ভ্রমণ কৰিব। ড০ জয়শংকৰে পেৰিছত ফ্ৰান্সৰ নেতৃবৰ্গক সাক্ষাৎ কৰাৰ লগতে দেশখনৰ বিদেশ মন্ত্রী জ্যা ন'ৱেল বাৰ্টৰ সৈতে মতবিনিময় কৰিব। দুয়োগৰাকী নেতাই ভাৰত-ফ্রান্স কৌশলগত অংশীদাৰিত্বৰ অধীনত লাভ কৰা ...

January 4, 2026 7:52 PM

views 191

২০২৫ চনত দেশত ধানৰ উৎপাদন ১৫ কোটি টনৰো অধিক হৈছে বুলি কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ প্ৰকাশ

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি ২০২৫ চনত দেশত ধানৰ উৎপাদন ১৫ কোটি টনৰো অধিক হৈছে বুলি প্ৰকাশ কৰিছে। ভাৰতীয় কৃষি গৱেষণা পৰিষদ আই চি এ আৰে বিকশাই তোলা ২৫ বিধ শস্যৰ ১৮৪ টা নতুন জাত মুকলি কৰি শ্রীচৌহানে কয় যে ধানৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতে চীনক পাছ পেলাইছে। তেওঁ লগতে কয় যে ভাৰত বিশ্বৰ...

January 4, 2026 7:55 AM

views 63

নতুন ফৌজদাৰী আইনে ২০২৯ চনৰ ভিতৰত চেচন আদালতৰ পৰা উচ্চতম ন্যায়ালয়লৈকে সময় নিৰ্ধাৰিত ন্যায় নিশ্চিত কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ

২০২৯ চনৰ ভিতৰত চেচন আদালতৰ পৰা উচ্চতম ন্যায়ালয়লৈ তিনিখন নতুন ফৌজদাৰী আইনে সময় নির্ধাৰিত ন্যায় সুনিশ্চিত কৰিব। কালি আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ শ্ৰী বিজয়া পুৰমত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সংসদীয় পৰামৰ্শদাতা সমিতিৰ বৈঠকৰ অধ্যক্ষতা কৰি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে এইদৰে কয়। নতুন ফৌজদাৰী আ...

January 3, 2026 6:35 PM

views 39

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ BCCI-য়ে ২০২৬ বৰ্ষৰ আই পি এলৰ পূৰ্বে বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক দলৰপৰা অব্যাহতি দিবলৈ কলকাতা নাইট ৰাইদাৰ্ছক আহ্বান

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ BCCI-য়ে ২০২৬ বৰ্ষৰ আই পি এলৰ পূৰ্বে বাংলাদেশৰ বেগী বলাৰ মুস্তাফিজুৰ ৰহমানক দলৰপৰা অব্যাহতি দিবলৈ কলকাতা নাইট ৰাইদাৰ্ছক আহ্বান জনাইছে। কলকাতা নাইট ৰাইদাৰ্ছ দলে যোৱামাহত হোৱা খেলুৱৈৰ নিলামীৰ সময়ত চেন্নাই ছুপাৰ কিংছ আৰু ডেলহি কেপিটেলছৰ সৈতে কঠোৰ প্ৰতিযোগিতাৰ অন্তত ৩০ ...

January 3, 2026 6:30 PM

views 33

বাংলাদেশ নেচনেলিষ্ট পাৰ্টি, বি এন পিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তাৰিক ৰহমানে দলৰ অধ্যক্ষৰ দায়িত্ব গ্রহণ কৰিব

বাংলাদেশ নেচনেলিষ্ট পাৰ্টি, বি এন পিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তাৰিক ৰহমানে দলৰ অধ্যক্ষৰ দায়িত্ব গ্রহণ কৰিব। বি এন পিৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি দলৰ সংবিধান অনুযায়ী অধ্যক্ষ বেগম খালেদা জিয়াৰ মৃত্যুৰ পাছত তাৰিক ৰহমান স্বতঃস্ফূর্তভাৱে অধ্যক্ষ পদত অধিষ্ঠিত হ'ব। এই সন্দৰ্ভত দলৰ ফালৰ পৰা কোনো ধৰণৰ আনুষ্ঠানিক...

January 3, 2026 6:28 PM

views 43

কডিয়াক্কৰাইৰ পৰা তামিলনাডুৰ মায়ালাদুথুৰাইৰ ৯ জন মাছমৰীয়াক গ্ৰেপ্তাৰ শ্ৰীলংকাৰ নৌ সেনাবাহিনীৰ

শ্ৰীলংকাৰ নৌ সেনাবাহিনীয়ে আজি কডিয়াক্কৰাইৰ পৰা তামিলনাডুৰ মায়ালাদুথুৰাইৰ ৯ জন মাছমৰীয়াৰ গ্ৰেপ্তাৰ কৰে। মাছমৰীয়া কেইজনে কালি নাৱেৰে সাগৰত মাছ ধৰিবলৈ গৈছিল আৰু সাগৰৰ সমীপৰ কড়িয়াক্কৰাইত নিশাটো কটাইছিল। শ্রীলংকা নৌ সেনাবাহিনীয়ে আন্তঃৰাষ্ট্ৰীয় জলসীমা অতিক্ৰম কৰি দেশখনত প্ৰৱেশ কৰা বাবে আজি মাছমৰী...

January 3, 2026 6:21 PM

views 39

ভেল’ৰ’ৰ স্বৰ্ণ মন্দিৰৰ মুখ্য পুৰোহিত শক্তি আম্মাৰ ৫০ বছৰীয়া জন্মদিন উপলক্ষে উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ মন্দিৰ দৰ্শন

ভেল'ৰ'ৰ স্বৰ্ণ মন্দিৰৰ মুখ্য পুৰোহিত শক্তি আম্মাৰ ৫০ বছৰীয়া জন্মদিন উপলক্ষে উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি মন্দিৰটো দৰ্শন কৰে। তাত সমবেত লোকসকলক উদ্দেশ্যি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে এই বিশেষ স্বৰ্ণ মন্দিৰ হৈছে দেশৰ দুটা স্বৰ্ণ মন্দিৰৰ অন্যতম। এই মন্দিৰৰ চৌহদ কেৱল উপাসনাস্থলীয়ে নহয়, বৰং মা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।