আন্তৰ্জাতিক সংবাদ

September 30, 2024 12:15 PM

views 46

লেবাননৰ আশ্ৰয় শিৱিৰত থকা লোকৰ বাবে বিশ্ব খাদ্য কাৰ্যসূচীৰ ৰেডী টু ইট খাদ্য সামগ্রী বিতৰণ

ইজৰাইল আৰু হিজবুল্লাহৰ মাজৰ সংঘৰ্ষৰ ফলত প্ৰভাৱিত ১০ লাখ লোকলৈ খাদ্য সাহায্য প্ৰদানৰ উদ্দেশ্যে বিশ্ব খাদ্য কাৰ্যসূচী-WFP-য়ে এটা জৰুৰীকালীন অভিযান আৰম্ভ কৰিছে। WFP-য়ে প্ৰকাশ কৰা এখন বিজ্ঞপ্তিত এই বুলি কোৱা হৈছে যে, সংস্থাটোৱে দেশখনৰ আশ্ৰয় শিৱিৰসমূহত থকা লোকসকলৰ বাবে ৰেডী টু ইট খাদ্য সামগ্রী বিতৰণ ক...

September 29, 2024 8:02 PM

views 54

নেপালত বানপানী আৰু ভূমিস্খলনত ১৩২ গৰাকী লোক নিহত

নেপালৰ গৃহ মন্ত্ৰ্যালয়ে প্রাকৃতিক দুৰ্যোগৰ ঘটনা, বানপানী আৰু ভূমিস্খলনত ১৩২ গৰাকী লোক নিহত হোৱা বুলি সদৰি কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি দুৰ্যোগৰ ঘটনাত মধেশ ৰাজ্যত দুগৰাকী, ক'চিত ১৭ গৰাকী, বাগমাটিত ৪৫ গৰাকী আৰু কাঠমাণ্ডু উপত্যকাত ৬৮ গৰাকী লোক নিহত হৈছে। তদুপৰি ৬৪ গৰাকী লোক সন্ধানহীন হৈ থকাৰ ব...

September 27, 2024 8:06 PM

views 52

ইণ্ডোনেছিয়াত অবৈধ সোণৰ খনি খহি যোৱাত কমেও ১৫ শ্রমিকৰ মৃত্যু, ২৫ গৰাকী নিৰুদ্দেশ

ইণ্ডোনেছিয়াৰ পশ্চিম সুমাত্ৰাৰ এটা অবৈধ সোণৰ খনি খহি যোৱাৰ ফলত কমেও ১৫ গৰাকী শ্রমিকৰ মৃত্যু হোৱাৰ লগতে ২৫ গৰাকী শ্রমিক নিৰুদ্দেশ হৈ আছে। দেশখনৰ দুৰ্যোগ ব্যৱস্থাপনা সংস্থাৰ মুৰবৰীগৰাকীয়ে আজি সংবাদ মাধ্যমৰ আগত কয় যে, ছ'লক অঞ্চলৰ নাগাৰি ছুংগাই আবুত এই দুর্ঘটনাটো সংঘটিত হয়। তেওঁ কয় যে, দুর্গত লোকসকল...

September 27, 2024 6:58 PM

views 69

ছিগেৰু ইছিবা জাপানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত

লিবাৰেল ডেম'ক্রেটিক পাৰ্টীৰ নেতা ছিগেৰু ইছিবা নিজ দলৰ নেতৃত্বৰ দৌৰত বিজয়ী হোৱাৰ পাছত জাপানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'ব। তেওঁ জাতীয়তাবাদী ছানায়ে তাকাইছিক পৰাজিত কৰি বিজয় সাব্যস্ত কৰে। তাকাইছিয়ে ১৯৪টা ভোট লাভ কৰাৰ বিপৰীতে ইছিবাই ২১৫ টা ভোট লাভ কৰে। অহা অক্টোবৰত সংসদ আহ্বান কৰাৰ পাছত ইছিবাই জাপানৰ ...

September 22, 2024 8:25 PM

views 55

ৱাশ্বিংটনৰ ডেলাৱেৰত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ সন্মিলন আৰু কেইবাখনো উচ্চস্তৰীয় দ্বিপাক্ষিক বৈঠকত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ আমেৰিকা ভ্ৰমণৰ আজি প্ৰথম দিনা ৱাশ্বিংটনৰ ডেলাৱেৰত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ সন্মিলন আৰু কেইবাখনো উচ্চস্তৰীয় দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰে। কালি নিশা শ্রীমোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেন আৰু জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ' কিশ্বিডা আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানম...

September 22, 2024 8:17 PM

views 68

পূৱ ইৰাণৰ দক্ষিণ খোৰছান প্ৰদেশৰ কয়লাখনিত সংঘটিত গেছ বিস্ফোৰণত প্ৰায় ৫১জন লোক নিহত

পূৱ ইৰাণৰ দক্ষিণ খোৰছান প্ৰদেশৰ এটা কয়লাখনিত কালি হোৱা গেছ বিস্ফোৰণ ঘটনাত প্ৰায় ৫১জন লোক নিহত হয়। ৰাজ্যখনৰ ৰাজ্যিক সংবাদ মাধ্যমে প্ৰকাশ কৰা তথ্য অনুসৰি স্থানীয় সময় অনুসৰি নিশা প্ৰায় ৯ বজাত টাৰাছৰ মজনুজ খনিত মিথেন গেছ নির্গমনৰ ফলতেই এই বিস্ফোৰণ সংঘটিত হয়। উল্লেখযোগ্য যে এই বিস্ফোৰণত ২০জনতকৈ অধ...

September 22, 2024 6:42 PM

views 54

ইজৰাইলৰ বিমান আক্রমণত উত্তৰ গাজাৰ এখন বিদ্যালয়ত মহিলা আৰু শিশুকে ধৰি কমেও ২২ জন লোকৰ মৃত্যু

উত্তৰ গাজাৰ এখন এখন বিদ্যালয়ত কালি ইজৰাইলে বিমান আক্রমণ কৰাৰ ফলত মহিলা আৰু শিশুকে ধৰি কমেও ২২ জন লোকৰ মৃত্যু হয়। গাজাৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি গাজা চহৰৰ জেইটোন এলেকাত হোৱা এই আক্ৰমণত আন ৩০ জন লোক আহত হয়। ইফালে ইজৰাইল সেনাই, বিদ্যালয়খনৰ পৰা পূৰ্বে পৰিচালিত হোৱা হামাছ কমাণ্ড চেণ্টাৰক ...

September 22, 2024 6:38 PM

views 52

কোৱাড শীৰ্ষ সন্মিলনে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গোলকীয় বিকাশ, শান্তি আৰু সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগী স্পষ্ট কৰাৰ  মঞ্চ প্ৰদান কৰিলেঃ বিদেশ সচিব বিক্রম মিশ্রি

বিদেশ সচিব বিক্রম মিশ্রিয়ে অলপতে অনুষ্ঠিত কোৱাড শীৰ্ষ সন্মিলন আৰু দ্বিপাক্ষিক বৈঠকসমূহৰ গুৰুত্বত আলোকপাত কৰি কয় যে, এই সন্মিলনে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোলকীয় বিকাশ, শান্তি আৰু সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগী স্পষ্ট কৰাৰ এখন মঞ্চ প্ৰদান কৰিলে। নিউয়ৰ্কত আজি সংবাদ মাধ্যমৰ আগত বিদেশ সচিবগৰ...

September 22, 2024 6:32 PM

views 68

কোৱাড সন্মিলনত ভাগ লোৱাৰ সুযোগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্রী এন্থনী আলবানেজক সাক্ষাৎ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱিলমিংটনত অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ ষষ্ঠ শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ সুযোগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্রী এন্থনী আলবানেজক সাক্ষাৎ কৰে । ২০২২ বৰ্ষৰ মে' মাহৰ পাছত নৱমবাৰৰ বাবে প্রধানমন্ত্ৰী দুগৰাকী পুনৰ মিলিত হৈছে। দুয়োগৰাকী নেতাই ৰাজন...

September 22, 2024 11:07 AM

views 47

কোৱাড ৰাষ্ট্ৰগোষ্ঠী স্বতন্ত্র, মুক্ত আৰু সমৃদ্ধিশালী ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চল গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, কোৱাড ৰাষ্ট্ৰগোষ্ঠী স্বতন্ত্র, মুক্ত আৰু সমৃদ্ধিশালী ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চল গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰী মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডেলাৱেৰত অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি কয় যে, এই শীর্ষ সন্মিলন এনে এটা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।