আন্তৰ্জাতিক সংবাদ

October 16, 2024 11:20 AM

views 64

মেক্সিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ অভিমুখে কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমন

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমন আজি মেক্সিকো আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণসূচীৰে ৰাওনা হ'ব। প্রথম পর্যায়ত শ্রীমতী সীতাৰমনে কাইলৈৰ পৰা ২০ অক্টোবৰলৈ মেক্সিকো ভ্ৰমণ কৰিব। তাত তেওঁ গ্ৰাডলজাৰাত হ'বলগীয়া প্ৰযুক্তি বিশেষজ্ঞসকলৰ ঘূৰণীয়া মেজমেলত অধ্যক্ষতা কৰিব। তেওঁ লগতে মেক্সিকোৰ বিত্ত আৰু ৰাজহ...

October 16, 2024 11:16 AM

views 48

চাংহাই সহযোগিতা সংস্থাৰ চৰকাৰ প্ৰধানসকলৰ পৰিষদৰ ২৩ সংখ্যক বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰৰ পাকিস্তান ভ্রমণ

বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰে আজি ইছলামাবাদত হ'বলগীয়া চাংহাই সহযোগিতা সংস্থাৰ চৰকাৰ প্ৰধানসকলৰ পৰিষদৰ ২৩ সংখ্যক বৈঠকত অংশগ্ৰহণ কৰিব। মন্ত্ৰীগৰাকীয়ে চুবুৰীয়া ৰাষ্ট্র পাকিস্তানৰ দুদিনীয়া ভ্রমণসূচীৰে ইতিমধ্যে ৰাজধানী ইছলামাবাদত উপস্থিত হৈছে। পাকিস্তানৰ অধ্যক্ষতাত হ'বলগীয়া চাংহাই সহযোগিতা সংস্থাৰ এই...

October 16, 2024 11:10 AM

views 91

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু তিনিদিনীয়া আলজেৰিয়া ভ্রমণ সামৰি আজি ম’ৰিটানিয়ালৈ ৰাওনা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু তিনিদিনীয়া আলজেৰিয়া ভ্রমণ সামৰি ত্ৰিদেশীয় ভ্রমণসূচীৰ দ্বিতীয় পৰ্যায়ত আজি ম'ৰিটানিয়ালৈ ৰাওনা হ'ব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰীমতী মুৰ্মুৱে ভাৰত আৰু আলজেৰিয়াৰ মাজৰ সম্পর্ক সুদৃঢ় কৰাৰ উদ্দেশ্যে দেশখনৰ শীৰ্ষ নেতৃবৰ্গ আৰু প্ৰতিনিধিসকলৰ সৈতে কেইবাখনো দ্বিপাক্ষিক বৈঠ...

October 15, 2024 11:06 AM

views 40

উত্তৰ লেবাননত ইজৰাইলৰ বিমান আক্রমণত ২১ জন লোকৰ মৃত্যু

লেবাননত হিজবুল্লাহৰ বিৰুদ্ধে ইজৰাইলৰ আক্ৰমণ অব্যাহত আছে। উত্তৰ লেবাননত ইজৰাইলৰ বিমান আক্রমণত কালি কমেও ২১ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি লেবাননত ইজৰাইলৰ সামৰিক অভিযানৰ মূল লক্ষ্য হৈছে দক্ষিণ লেবানন, পূবৰ বেকা উপত্যকা আৰু বেইৰুটৰ উপকণ্ঠ অঞ্চল। ইজৰাইলৰ সামৰিক ঘাটিত...

October 14, 2024 7:20 PM

views 69

ডেন এছিমগলু, ছাইমন জনছেন আৰু জেইমছ ৰবিনছনলৈ ২০২৪ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল পুৰস্কাৰ

ডেন এছিমগলু, ছাইমন জনছেন আৰু জেইমছ ৰবিনছনলৈ ২০২৪ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল পুৰস্কাৰ আগবঢ়োৱা হৈছে। দেশৰ সমৃদ্ধিক সাকাৰ কৰাৰ ক্ষেত্ৰত সামাজিক সংস্থাসমূহৰ ভূমিকা সন্দৰ্ভত কৰা যুগান্তকাৰী গৱেষণাৰ বাবে তেওঁলোকলৈ এই সন্মান আগবঢ়োৱা হৈছে। অর্থনীতিৰ পুৰষ্কাৰ ঘোষণা কৰি ৰয়েল ছুইডিছ একাডেমী অফ ছাইন্সেজৰ ন’বেল সম...

October 13, 2024 9:03 PM

views 69

লেবাননত শীঘ্ৰে যুদ্ধ বিৰতিৰ আহ্বান ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৰ

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৱে লেবাননত শীঘ্ৰে যুদ্ধ বিৰতিৰ আহ্বান জনাইছে। লেবাননৰ সংসদৰ অধ্যক্ষ নবিহ বেৰীৰ সৈতে হোৱা টেলিফোনেৰে হোৱা কথা-বতৰাত তেওঁ লেবাননত শীঘ্ৰে যুদ্ধ বিৰতিৰ প্রয়োজন বুলি মত প্রকাশ কৰে। তেওঁ লগতে লেবাননত ইজৰাইলৰ আক্ৰমণ তথা অসামৰিক লোকসকল ক্ষতিগ্ৰস্ত হোৱা সন্দৰ্ভত উদ্বিগ্নতা...

October 13, 2024 11:48 AM

views 67

বাংলাদেশক ধৰ্মীয় স্থানসমূহৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আহ্বান ভাৰতৰ

ভাৰতে বাংলাদেশ চৰকাৰক বিশেষকৈ উৎসৱৰ সময়ত সকলো সংখ্যালঘূ আৰু তেওঁলোকৰ ধৰ্মীয় স্থানসমূহৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে। বিদেশ মন্ত্রালয়ে এটা বিবৃতিযোগে ঢাকাৰ তান্তিবাজাৰ পূজা মণ্ডপত সংঘটিত আক্রমণ আৰু ছটখীৰাৰ যশোৰেশ্বৰী কালী মন্দিৰত হোৱা চুৰি কাণ্ডকলৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে। মন্ত্ৰ্যালয়ে...

October 13, 2024 11:38 AM

views 67

টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাৰ বিয়োগত বিভিন্ন দেশৰ নেতাৰ গভীৰ শোক প্রকাশ

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাৰ বিয়োগত গভীৰ শোকপ্রকাশ কৰিছে। এক্সৰ এটা পোষ্টত নেতান্যাহুৱে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সম্বোধন কৰি ভাৰতলৈ টাটাৰ অৱদান আৰু ভাৰত-ইজৰাইলৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে। তেওঁ ল...

October 12, 2024 4:14 PM

views 69

ইৰাণৰ শক্তি বাণিজ্যৰ ওপৰত নিষেধাজ্ঞা আৰোপৰ কথা ঘোষণা আমেৰিকাৰ

ইজৰাইলৰ বিৰুদ্ধে ক্ষেপনাস্ত্ৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত আমেৰিকাই ইৰাণৰ শক্তি বাণিজ্যৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে কয় যে, আমেৰিকাই ইতিমধ্যে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা ৰাজহ ব্যৱস্থা বন্ধ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। আম...

October 10, 2024 8:27 PM

views 79

২০২৫ চনৰ পৰা ২০২৭ চনৰ কাৰ্যকালৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৪৭ খনীয়া মানৱাধিকাৰ পৰিষদৰ ১৮ খন সদস্য ৰাষ্ট্ৰ নিৰ্বাচন

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২০২৫ চনৰ পৰা ২০২৭ চনৰ কাৰ্যকালৰ বাবে ৪৭ খনীয়া মানৱাধিকাৰ পৰিষদৰ ১৮ খন সদস্য ৰাষ্ট্ৰ নিৰ্বাচন কৰিছে। এই ১৮ খন ৰাষ্ট্ৰৰ ভিতৰত আছে- বেনিন, বলিভিয়া, কলম্বিয়া, ছাইপ্ৰাছ, কাটাৰ আৰু থাইলেণ্ড আদি ৷ গোপন বেলটৰ জৰিয়তে এই সদস্য ৰাষ্ট্ৰকেইখন নিৰ্বাচিত কৰা হয়। অহা বছৰ পহিলা জানুৱাৰীৰ...