আন্তৰ্জাতিক সংবাদ

October 15, 2024 11:06 AM

views 36

উত্তৰ লেবাননত ইজৰাইলৰ বিমান আক্রমণত ২১ জন লোকৰ মৃত্যু

লেবাননত হিজবুল্লাহৰ বিৰুদ্ধে ইজৰাইলৰ আক্ৰমণ অব্যাহত আছে। উত্তৰ লেবাননত ইজৰাইলৰ বিমান আক্রমণত কালি কমেও ২১ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি লেবাননত ইজৰাইলৰ সামৰিক অভিযানৰ মূল লক্ষ্য হৈছে দক্ষিণ লেবানন, পূবৰ বেকা উপত্যকা আৰু বেইৰুটৰ উপকণ্ঠ অঞ্চল। ইজৰাইলৰ সামৰিক ঘাটিত...

October 14, 2024 7:20 PM

views 67

ডেন এছিমগলু, ছাইমন জনছেন আৰু জেইমছ ৰবিনছনলৈ ২০২৪ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল পুৰস্কাৰ

ডেন এছিমগলু, ছাইমন জনছেন আৰু জেইমছ ৰবিনছনলৈ ২০২৪ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল পুৰস্কাৰ আগবঢ়োৱা হৈছে। দেশৰ সমৃদ্ধিক সাকাৰ কৰাৰ ক্ষেত্ৰত সামাজিক সংস্থাসমূহৰ ভূমিকা সন্দৰ্ভত কৰা যুগান্তকাৰী গৱেষণাৰ বাবে তেওঁলোকলৈ এই সন্মান আগবঢ়োৱা হৈছে। অর্থনীতিৰ পুৰষ্কাৰ ঘোষণা কৰি ৰয়েল ছুইডিছ একাডেমী অফ ছাইন্সেজৰ ন’বেল সম...

October 13, 2024 9:03 PM

views 66

লেবাননত শীঘ্ৰে যুদ্ধ বিৰতিৰ আহ্বান ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৰ

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৱে লেবাননত শীঘ্ৰে যুদ্ধ বিৰতিৰ আহ্বান জনাইছে। লেবাননৰ সংসদৰ অধ্যক্ষ নবিহ বেৰীৰ সৈতে হোৱা টেলিফোনেৰে হোৱা কথা-বতৰাত তেওঁ লেবাননত শীঘ্ৰে যুদ্ধ বিৰতিৰ প্রয়োজন বুলি মত প্রকাশ কৰে। তেওঁ লগতে লেবাননত ইজৰাইলৰ আক্ৰমণ তথা অসামৰিক লোকসকল ক্ষতিগ্ৰস্ত হোৱা সন্দৰ্ভত উদ্বিগ্নতা...

October 13, 2024 11:48 AM

views 62

বাংলাদেশক ধৰ্মীয় স্থানসমূহৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আহ্বান ভাৰতৰ

ভাৰতে বাংলাদেশ চৰকাৰক বিশেষকৈ উৎসৱৰ সময়ত সকলো সংখ্যালঘূ আৰু তেওঁলোকৰ ধৰ্মীয় স্থানসমূহৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে। বিদেশ মন্ত্রালয়ে এটা বিবৃতিযোগে ঢাকাৰ তান্তিবাজাৰ পূজা মণ্ডপত সংঘটিত আক্রমণ আৰু ছটখীৰাৰ যশোৰেশ্বৰী কালী মন্দিৰত হোৱা চুৰি কাণ্ডকলৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে। মন্ত্ৰ্যালয়ে...

October 13, 2024 11:38 AM

views 64

টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাৰ বিয়োগত বিভিন্ন দেশৰ নেতাৰ গভীৰ শোক প্রকাশ

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাৰ বিয়োগত গভীৰ শোকপ্রকাশ কৰিছে। এক্সৰ এটা পোষ্টত নেতান্যাহুৱে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সম্বোধন কৰি ভাৰতলৈ টাটাৰ অৱদান আৰু ভাৰত-ইজৰাইলৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে। তেওঁ ল...

October 12, 2024 4:14 PM

views 67

ইৰাণৰ শক্তি বাণিজ্যৰ ওপৰত নিষেধাজ্ঞা আৰোপৰ কথা ঘোষণা আমেৰিকাৰ

ইজৰাইলৰ বিৰুদ্ধে ক্ষেপনাস্ত্ৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত আমেৰিকাই ইৰাণৰ শক্তি বাণিজ্যৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে কয় যে, আমেৰিকাই ইতিমধ্যে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা ৰাজহ ব্যৱস্থা বন্ধ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। আম...

October 10, 2024 8:27 PM

views 77

২০২৫ চনৰ পৰা ২০২৭ চনৰ কাৰ্যকালৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৪৭ খনীয়া মানৱাধিকাৰ পৰিষদৰ ১৮ খন সদস্য ৰাষ্ট্ৰ নিৰ্বাচন

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ২০২৫ চনৰ পৰা ২০২৭ চনৰ কাৰ্যকালৰ বাবে ৪৭ খনীয়া মানৱাধিকাৰ পৰিষদৰ ১৮ খন সদস্য ৰাষ্ট্ৰ নিৰ্বাচন কৰিছে। এই ১৮ খন ৰাষ্ট্ৰৰ ভিতৰত আছে- বেনিন, বলিভিয়া, কলম্বিয়া, ছাইপ্ৰাছ, কাটাৰ আৰু থাইলেণ্ড আদি ৷ গোপন বেলটৰ জৰিয়তে এই সদস্য ৰাষ্ট্ৰকেইখন নিৰ্বাচিত কৰা হয়। অহা বছৰ পহিলা জানুৱাৰীৰ...

October 10, 2024 8:24 PM

views 80

দক্ষিণ কোৰিয়াৰ সাহিত্যিক হান কাঙলৈ ২০২৪ বৰ্ষৰ সাহিত্যৰ নবেল বঁটা

দক্ষিণ কোৰিয়াৰ লেখিকা হান কাঙলৈ ২০২৪ বৰ্ষৰ সাহিত্যৰ ন'বেল বঁটা আগবঢ়োৱা হৈছে। লেখিকাগৰাকীক কাব্যাত্মক গদ্যৰ বাবে এই সন্মানেৰে বিভূষিত কৰা হৈছে। তেওঁ লিখা কেইখনমান প্ৰসিদ্ধ গ্ৰন্থৰ ভিতৰত দি ভেজিটেৰিয়ান, দ্যা হোৱাইট বুক, হিউমেন এক্টছ আৰু গ্ৰীক লেচনছ অন্যতম। হান কাঙে ১৯৭০ চনত দক্ষিণ কোৰিয়াৰ গোৱাং জু...

October 9, 2024 7:33 PM

views 52

২০২৪ বৰ্ষৰ বাবে ৰসায়ন বিজ্ঞানৰ নবেল বঁটা ঘোষণা

ৰয়েল ছুইডিজ একাডেমী অৱ ছায়েন্সে আজি ২০২৪ বৰ্ষৰ বাবে ৰসায়ন বিজ্ঞানৰ নবেল বঁটা ঘোষণা কৰে। প্ৰ'টিনৰ গাঁথনিৰ পূৰ্বানুমান আৰু বিকাশৰ ক্ষেত্ৰত লাভ কৰা উল্লেখযোগ্য সাফল্যৰ বাবে তিনিগৰাকী বিজ্ঞানী ডেভিদ বেকাৰ, ডেমিজ হাচাবীজ আৰু জন জাম্পাৰলৈ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা আগবঢ়োৱা হয়।

October 9, 2024 5:56 PM

views 53

প্রসূতি স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনাক আগুৱাই নিয়াৰ ক্ষেত্ৰত ভাৰতৰ অসাধাৰণ অগ্রগতিক স্বীকৃতি ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজিৰ

ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজিয়ে প্রসূতি স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনাক আগুৱাই নিয়াৰ ক্ষেত্ৰত ভাৰতৰ অসাধাৰণ অগ্রগতিক স্বীকৃতি দিছে। নতুন দিল্লীত প্রসূতি স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনাত ভাৰতৰ নেতৃত্বক সন্মান জনাই UNFPAৰ কাৰ্যবাহী সঞ্চালিকা ডাঃ নাটালিয়া কানেমে মহিলাৰ স্বাস্থ্য আৰু সুস্থতাৰ দিশত ভাৰত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।