October 24, 2024 1:00 PM
73
তিনি-দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ জাৰ্মানীৰ চেন্সেলৰ অ’লাফ ছোল্জ
জাৰ্মানীৰ চেন্সেলৰ অ'লাফ ছোল্জ সপ্তম আন্তঃচৰকাৰী পৰামৰ্শ বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি তিনি-দিনীয়া ভ্ৰমণসূচীৰে ভাৰত পাবহি। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চেন্সেলৰ ছোল্জে কাইলৈ আন্তঃচৰকাৰী পৰামৰ্শ বৈঠকত সহ অধ্যক্ষতা কৰিব। আন্তঃচৰকাৰী পৰামৰ্শ বৈঠক পূৰ্ণ চৰকাৰী মঞ্চ আৰু ইয়াৰ অধীনত দুয়োপক্ষৰ ম...