আন্তৰ্জাতিক সংবাদ

November 10, 2024 11:54 AM

views 35

ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে ছাত্র প্রত্যক্ষ প্রবাহ ভিছা এচ ডি এছ কানাডা প্ৰত্যাহাৰ

কানাডাই ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে ছাত্র প্রত্যক্ষ প্রবাহ ভিছা এচ ডি এছ কাৰ্যসূচী প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে। এছডিএছ হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধ্যয়নৰ বাবে অনুমতি বিচৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা মূল পথ। দেশখনত গৃহ নিৰ্মাণৰ নাটনি আৰু সম্পদৰ টান দূৰ কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই সিদ্ধান্ত গ্...

November 6, 2024 8:04 PM

views 49

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনত ৰিপাব্লিকান দলৰ নেতা ডোনাল্ড ট্রাম্পৰ বিজয় সুনিশ্চিত

ৰিপাব্লিকান দলৰ নেতা ডোনাল্ড ট্রাম্পে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনত বিজয় সুনিশ্চিত কৰিছে। শ্ৰীট্টাম্পে ডেম'ক্রেটিক দলৰ প্ৰাৰ্থী কমলা হেৰিছৰ বিৰুদ্ধে ব্যাপক অগ্রগতি লাভ কৰিছে। জয় নিশ্চিত হোৱাৰ পাছত শ্ৰীট্টাম্পে এইদৰে কয় : বাইট পৰিৱৰ্তিত ঘটনাক্ৰমৰ সংকেত লাভ কৰাৰ পাছত কমলা হেৰিছে হাৱাৰ্ড বিশ্ববিদ্...

November 5, 2024 8:54 PM

views 58

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰমণ্টত আজি ৰাষ্ট্ৰপতিৰ নিৰ্বাচনী ভোটগ্রহণ প্রক্রিয়া অনুষ্ঠিত

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰমণ্টত আজি ৰাষ্ট্ৰপতিৰ নিৰ্বাচনী ভোটগ্রহণ প্রক্রিয়া অনুষ্ঠিত হৈছে। এইবাৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ৰিপাব্লিকান দলৰ হৈ ডোনাল্ড ট্রাম্প আৰু ডেমক্রেটিক দলৰ হৈ কমলা হেৰিছে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। ডোনাল্ড ট্রাম্পে মিচিগান চহৰত আৰু কমলা হেৰিছে পেঞ্চিলভেনিয়াত নিজৰ প্ৰচাৰ অভিযান...

November 4, 2024 8:13 PM

views 36

কাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নির্বাচন

আমেৰিকা যুক্তৰাষ্ট্ৰত কাইলৈ বহু প্ৰত্যাশিত ৰাষ্ট্ৰপতি নির্বাচন অনুষ্ঠিত হ'ব। ৰিপাব্লিকান প্রার্থী তথা দেশখনৰ প্রাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প আৰু ডেম’ক্রেটিক প্ৰাৰ্থী তথা বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতাৰে যুক্তৰাষ্ট্ৰৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতিৰ বাবে এই নির্বাচন অনুষ্ঠিত...

November 4, 2024 7:21 PM

views 72

কাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নির্বাচন

আমেৰিকা যুক্তৰাষ্ট্ৰত কাইলৈ বহু প্ৰত্যাশিত ৰাষ্ট্ৰপতি নির্বাচন অনুষ্ঠিত হ'ব। ৰিপাব্লিকান প্রার্থী তথা দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প আৰু ডেম’ক্রেটিক প্ৰাৰ্থী তথা বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ মাজত তুমুল প্রতিদ্বন্দ্বিতাৰে যুক্তৰাষ্ট্ৰৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতিৰ বাবে এই নির্বাচন অনুষ্ঠিত...

November 4, 2024 12:45 PM

views 75

কলম্বিয়াত অনুষ্ঠিত জৈৱ বিচিত্ৰতা সন্দৰ্ভত আয়োজিত ষোড়শ বৈঠকৰ সামৰণি

জৈৱ বিচিত্ৰতা সুৰক্ষাৰ ক্ষেত্ৰত আফ্ৰিকীয় মূলৰ সম্প্ৰদায়সমূহৰ অত্যাৱশ্যকীয় ভূমিকাৰ উল্লেখযোগ্য স্বীকৃতিৰ সৈতে কলম্বিয়াৰ কলিত জৈৱ বিচিত্ৰতা সন্দৰ্ভত আয়োজিত সন্মিলন চি অ' পি 16 ৰ গোটসমূহৰ অধিবেশনৰ ষোড়শ বৈঠকৰ অন্ত পৰে। চি অ' পি 16-ৰ অধ্যক্ষ সুশানা মহম্মদ আৰু কলম্বিয়াৰ বিদেশ মন্ত্রী লুইছ গিলৱাৰ্টো...

November 3, 2024 8:30 PM

views 78

ভাৰতে অনাগত সময়ত অষ্ট্ৰেলিয়াৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিব পৰা পৰিকাঠামো বিকশাই তুলিছেঃ বিদেশ মন্ত্রী এছ জয়শংকৰ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে কৈছে যে ভাৰতে অনাগত সময়ত অষ্ট্ৰেলিয়াৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী কৰি তুলিব পৰা পৰিকাঠামো বিকশাই তুলিছে। অষ্ট্ৰেলিয়া আৰু ছিংগাপুৰ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত আজি ব্ৰীছবেনত প্ৰৱাসী ভাৰতীয়সকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, উচ্চ বিকাশৰ পথত অগ্ৰসৰ ...

November 3, 2024 11:46 AM

views 50

ছদিনীয়া অষ্ট্ৰেলিয়া আৰু ছিংগাপুৰ ভ্ৰমণসূচীৰে ৰাওনা হব বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ

বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ আজি ছদিনীয়া অষ্ট্ৰেলিয়া আৰু ছিংগাপুৰ ভ্ৰমণসূচীৰে ৰাওনা হ'ব। এই ভ্ৰমণকালত ড০ জয়শংকৰে ব্ৰীছবেনলৈ যাব আৰু অষ্ট্ৰেলিয়াত ভাৰতৰ চতুৰ্থটো বাণিজ্যিক দূতাবাস মুকলি কৰিব। তেওঁ লগতে অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৱঙৰ সৈতে কেনবেৰাত হ'বলগীয়া মন্ত্ৰীপৰ্যায়ৰ পঞ্চদশ পৰিকাঠামো বৈঠ...

November 3, 2024 11:37 AM

views 30

স্পেইনৰ প্ৰধানমন্ত্রী পেড্র’ ছানচেজৰ বানপ্ৰভাৱিত ভেলেনচিয়ালৈ অতিৰিক্ত ৫ হাজাৰ সৈন্য, ৫ হাজাৰ আৰক্ষী বিষয়া আৰু অসামৰিক নিৰাপত্তাৰক্ষীক প্ৰেৰণ কৰাৰ নিৰ্দেশ

স্পেইনৰ প্ৰধানমন্ত্রী পেড্র' ছানচেজে বানপ্ৰভাৱিত ভেলেনচিয়ালৈ অতিৰিক্ত ৫ হাজাৰ সৈন্য, ৫ হাজাৰ আৰক্ষী বিষয়া আৰু অসামৰিক নিৰাপত্তাৰক্ষীক প্ৰেৰণ কৰাৰ নিৰ্দেশ দিছে। প্রধানমন্ত্রী পেড্র' ছানচেজে কয় যে, দেশখনত এই পর্যন্ত বানৰ প্ৰকোপত ২১১ জন লোকৰ মৃত্যু হৈছে আৰু এই সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ...

November 2, 2024 7:54 PM

views 71

কানাডাৰ উপ-মন্ত্ৰী ডেভিদ মৰিছনে ৰাষ্ট্ৰীয় সুৰক্ষা সম্পৰ্কীয় স্থায়ী কমিটিৰ সন্মুখত গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰসংগ উল্লেখ কৰাক লৈ প্ৰতিবাদ ভাৰতৰ

ভাৰতে কানাডাৰ উপ-মন্ত্ৰী ডেভিদ মৰিছনে ৰাজহুৱা সুৰক্ষা আৰু ৰাষ্ট্ৰীয় সুৰক্ষা সম্পৰ্কীয় স্থায়ী কমিটিৰ সন্মুখত গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্ৰসংগ উল্লেখ কৰা বিষয় লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে কালি কানাডাৰ উচ্চায়ুক্তৰ প্ৰতিনিধিক সম্বোধন কৰি ভাৰতে কৰা প্ৰতিবাদৰ কথা অৱগ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।