আমেৰিকা যুক্তৰাষ্ট্ৰত কাইলৈ বহু প্ৰত্যাশিত ৰাষ্ট্ৰপতি নির্বাচন অনুষ্ঠিত হ’ব। ৰিপাব্লিকান প্রার্থী তথা দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প আৰু ডেম’ক্রেটিক প্ৰাৰ্থী তথা বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ মাজত তুমুল প্রতিদ্বন্দ্বিতাৰে যুক্তৰাষ্ট্ৰৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতিৰ বাবে এই নির্বাচন অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰত কেইবাটাও টাইম জ’ন থকাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় সময় অনুসাৰে বিয়লি ৫.৩০ বজাৰ পৰা ৭.৩০ বজাৰ ভিতৰত ভোটগ্রহণ প্ৰক্ৰিয়া আৰম্ভ হৈ বুধবাৰে পুৱা ৫.৩০ বজাৰ পৰা ৯.৩০ বজাৰ ভিতৰত এই প্ৰক্ৰিয়াৰ অন্ত পৰিব।
Assamese | November 4, 2024 7:21 PM | America | America president | Election 2024 | US Election | USA
কাইলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নির্বাচন