স্বাস্থ্য

June 14, 2026 5:42 PM

views 23

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ স্বাস্থ্য খণ্ডৰ ব্যাপক ৰূপান্তৰ হোৱা বুলি কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীৰ মন্তব্য

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত দশকৰ দেশৰ স্বাস্থ্য খণ্ডৰ ব্যাপক ৰূপান্তৰ হোৱা বুলি মন্তব্য কৰিছে। শ্রী গাডকাৰীয়ে আজি সামাজিক মাধ্যমযোগে কয়, যে আয়ুষ্মান ভাৰত যোজনাৰ অধীনত লাখ লাখ লোকে নগদ ধন বহিত স্বাস্থ্য সেৱা লাভ কৰিছে আৰু এই সেৱাৰ ...

June 14, 2026 5:38 PM

views 28

দেশে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১২ বছৰত স্বাস্থ্য খণ্ডত চকুত লগা ধৰণৰ অগ্রগতি লাভ কৰা বুলি কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাৰ প্ৰকাশ

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই দেশে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১২ বছৰত স্বাস্থ্য খণ্ডত চকুত লগা ধৰণৰ অগ্রগতি লাভ কৰা বুলি প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি সামাজিক মাধ্যমযোগে কয়, যে আয়ুষ্মান ভাৰত প্রধানমন্ত্রী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান আৰোগ্য মন্দিৰৰ পৰা বিভিন্ন ডিজিটে...

June 14, 2026 12:16 PM

views 40

অসমৰ বিভিন্ন প্ৰান্তত কমেও ৩৮ জন লোক বাহকজনিত ৰোগত আক্ৰান্ত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কমেও ৩৮ জন লোক বাহকজনিত ৰোগত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে ব্যাপক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে। জুন-জুলাই মাহত জাপানী এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই ৰোগৰ পৰা হাত সাৰি থকাৰ বাবে সজাগ হ'বলৈ স্বাস্থ্য বিভাগে জনসাধাৰণক আহ্বান জনাইছে। বিশেষ সূত্র অ...

June 14, 2026 11:54 AM

views 35

বিশ্বজুৰি ৰক্তদানৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিশ্ব ৰক্তদাতা দিবস পালন

আজি বিশ্ব ৰক্তদাতা দিবস পালন কৰা হৈছে। ৰক্তদানৰ প্ৰতি বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ বিষয় হৈছে- মানৱতাৰ বাবে এটোপাল, ৰক্তদান কৰক, জীৱন ৰক্ষা কৰক। অসমতো আজি বিভিন্ন স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত বিশ্ব ৰক্তদাতা দিৱসৰ কাৰ্যসূচী লোৱা হৈছে। এই উপলক্ষে ৰক্তদান শিবিৰৰ আয়ো...

June 14, 2026 10:59 AM

views 68

আন্তঃৰাষ্ট্ৰীয় যোগ দিবস ২০২৬ উদযাপনৰ অংশ হিচাপে আয়ুষ মন্ত্ৰ্যালয়ৰ বিশ্বব্যাপী অনলাইন যোগ কার্যসূচী

আন্তঃৰাষ্ট্ৰীয় যোগ দিবস ২০২৬ উদযাপনৰ অংশ হিচাপে আয়ুষ মন্ত্ৰ্যালয়ে মোৰাৰ্জী দেশাই ৰাষ্ট্ৰীয় যোগ প্রতিষ্ঠান আৰু হেবিল্ডৰ সহযোগত আজি পুৱা বিশ্বব্যাপী অনলাইন যোগ কার্যসূচী অনুষ্ঠিত কৰিছে। পুৱা ৬-১৫ মিনিটত আৰম্ভ হোৱা এই কাৰ্যসূচী পুৱা ৭-৩৫ মিনিটত সমাপ্ত হ'ব। এই অনলাইন যোগাসন কার্যসূচীত ১৩০ খনতকৈও অধিক দ...

December 14, 2025 12:12 PM

views 79

এইমছে ষ্ট্ৰোকৰ উন্নত চিকিৎসাৰ বাবে Supernova Stent নামৰ এটা নতুন আহিলাৰ জৰিয়তে প্ৰথমটো পৰীক্ষামূলক চিকিৎসা সম্পন্ন কৰিছে

নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান- এইমছে ষ্ট্ৰোকৰ উন্নত চিকিৎসাৰ বাবে Supernova Stent নামৰ এটা নতুন আহিলাৰ জৰিয়তে প্ৰথমটো পৰীক্ষামূলক চিকিৎসা সম্পন্ন কৰিছে। চিকিৎসা প্রতিষ্ঠানখনে প্রকাশ কৰা অনুসৰি এই ৰোগত ভাৰতৰ স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই আহিলাবিধ প্ৰস্তুত কৰা হৈছে। পশ্চিমীয় দেশসম...

November 30, 2025 8:09 PM

views 74

বিশ্ব এইডছ দিৱস উপলক্ষে দেশজুৰি সজাগতা অভিযান

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই কাইলৈ বিশ্ব এইডছ দিৱসৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানৰ নেতৃত্ব দিব। এইচ আই ভি প্ৰতিৰোধৰ লগতে চিকিৎসা, যত্ন আৰু কলংক নির্মূলৰ ক্ষেত্ৰত চৰকাৰৰ প্রতিশ্রুতিবদ্ধতাক দোহৰাৰা উদ্দেশ্যেই এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানে চৰকাৰী নেতা, বিভিন্ন অং...

October 19, 2025 7:55 PM

views 184

হাড়ৰ দুৰ্বলতা আৰু ক্ষয় ৰোগ ৰোধ কৰাৰ বাবে সন্তুলিত আহাৰ আৰু শাৰীৰিক ব্যায়ামৰ দৰে আয়ুর্বেদিক উপায় অৱলম্বন কৰিবলৈ আয়ুষ মন্ত্র্যালয়ৰ সকলো নাগৰিকলৈ আহ্বান

আয়ুষ মন্ত্র্যালয়ে সকলো নাগৰিক বিশেষকৈ বয়োজ্যেষ্ঠ লোক তথা ৰজোঃনিবৃত্তি হোৱা মহিলাসকলক অষ্টিওপৰোচিছ অর্থাৎ হাড়ৰ দুৰ্বলতা আৰু ক্ষয়ৰ দৰে ৰোগ ৰোধ কৰাৰ বাবে সন্তুলিত আহাৰ আৰু শাৰীৰিক ব্যায়ামৰ দৰে আয়ুর্বেদিক উপায় অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। কাইলৈ পালন কৰিবলগীয়া বিশ্ব অষ্টিওপৰোচিছ দিৱসৰ প্ৰাক সন্ধ্যা এট...

October 19, 2025 1:15 PM

views 107

ভাৰতে নেফিথ্ৰ’মাইচিন নামৰ এবিধ থলুৱা এণ্টিবায়’টিক বিকশাই তুলিছে বুলি বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙৰ প্ৰকাশ

ভাৰতে নেফিথ্ৰ'মাইচিন নামৰ এবিধ থলুৱা এণ্টিবায়'টিক বিকশাই তুলিছে বুলি বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি এখন চিকিৎসা কর্মশালা মুকলি কৰি ড° সিঙে কয়, যে এই এণ্টিবায়'টিকবিধ প্ৰতিৰোধী শ্বাস-প্ৰশ্বাসজনিত সংক্রমণ বিশেষকৈ, কৰ্কট ৰোগী আৰু অনিয়ন্ত্ৰিত মধুমেহ ৰো...

October 12, 2025 12:19 PM

views 99

শিশুৰ সম্পূৰ্ণ সুৰক্ষাৰ বাবে ৰাজ্যৰ ২৬ খন জিলাত পলিঅ’ দিবসৰ কাৰ্যসূচী ৰূপায়ণ

শিশুৰ সম্পূৰ্ণ সুৰক্ষাৰ বাবে আজি ৰাজ্যৰ ২৬ খন জিলাত পলিঅ' দিবসৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। উপৰাষ্ট্ৰীয় প্রতিষেধক প্রদান অভিযানৰ অধীনত ইতিপূর্বে পলিঅ' প্রতিষেধক গ্ৰহণৰ পৰা বাদ পৰি যোৱা সকলো শিশুক এই অভিযানৰ অধীনত সামৰি লোৱা হ'ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জীৱন ৰক্ষাকাৰী পলিঅ' প্রতিষেধক প্রদান...