স্বাস্থ্য

October 10, 2026 5:27 PM

views 2

আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস

আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস। মানসিক স্বাস্থ্য সন্দৰ্ভত শিক্ষা, সজাগতা সৃষ্টি আৰু মানসিক স্বাস্থ্য বা মানসিক ৰোগৰ প্ৰতি থকা সামাজিক সংকোচবোধৰ বিৰুদ্ধে জনমত গঢ়ি তোলাৰ উদ্দেশ্যে বিশ্বজুৰি প্ৰতি ১০ অক্টোবৰত এই দিৱস পালন কৰা হয়। WORLD FEDARATION FOR MENTAL HEALTH ৰ উদ্যোগত ১৯৯২ চনত প্ৰথমবাৰলৈ এই দি...

September 29, 2026 4:02 PM

views 8

আজি বিশ্ব হৃদৰোগ দিৱস

আজি বিশ্ব হৃদৰোগ দিৱস। হৃদ ৰোগ আৰু ষ্ট্ৰকৰ দৰে মাৰাত্মক সমস্যাৰ প্ৰতি জনসাধাৰণৰ মাজত সচেতনতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে আজিৰ দিনটোত বিশ্ব হৃদয় দিৱস পালন কৰি অহা হৈছে। এই ৰোগৰ লক্ষ্যণৰ বিষয়ে অৱগত কৰোৱা, স্বাস্থ্যকৰ খাদ্যাভ্যাস, নিয়মীয়া ব্যায়াম আৰু ধূমপান বৰ্জনৰ দ্বাৰা হৃদযন্ত্র সুস্থ ৰখাৰ বাবে...

September 27, 2026 1:03 PM

views 26

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্রথমবাৰৰ বাবে ৰ’বটিক প্ৰযুক্তিৰ সহায়ত হৃদযন্ত্ৰৰ জটিল অস্ত্রোপচাৰ সম্পন্ন

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে প্রথমবাৰৰ বাবে ৰ'বটিক প্ৰযুক্তিৰ সহায়ত হৃদযন্ত্ৰৰ জটিল অস্ত্রোপচাৰ সম্পন্ন কৰি ইতিহাস ৰচনা কৰিছে। ডাঃ ঋত্বিক ৰাজ ভূঞাৰ তত্বাৰধানত চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চি এন কেন্দ্ৰৰ হৃদৰোগৰ শৈল্য চিকিৎসা বিভাগে শুকুৰবাৰ আৰু শনিবাৰে ৰ'বটিকৰ সহায়ত তিনিজন ৰোগীৰ ক'ৰ'নেৰী ...

September 21, 2026 8:29 PM

views 13

সুস্থ ভৱিষ্যতৰ বাবে আয়ুর্বেদ শীৰ্ষক বিষয়বস্তুৰে ১১ সংখ্যক আয়ুর্বেদ দিৱস পালন কৰা হব

১১ সংখ্যক আয়ুর্বেদ দিৱস বুধবাৰে উদযাপন কৰা হ'ব । এই বছৰৰ এই দিৱসৰ বিষয়বস্তু সুস্থ ভৱিষ্যতৰ বাবে আয়ুর্বেদ। আয়ুষ মন্ত্রালয়ে জনোৱা মতে ৩০ খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ ৩ লাখৰো অধিক অংশগ্রহণকাৰীয়ে আয়ুর্বেদ দিৱস ৱেৱছাইটত পঞ্জীয়ন কৰিছে। লগতে প্রায় ৮৯ লাখ নাগৰিকে আয়ুর্বেদক সমর্থন জনাব বুলি প্রতি...

September 21, 2026 3:22 PM

views 8

ভাৰতৰ ঔষধৰ পার্শ্বক্রিয়া নিৰীক্ষণ যাত্ৰা বছৰ বছৰ ধৰি আত্মনিৰ্ভৰশীলতাৰ উল্লেখযোগ্য নিদর্শন হৈ আহিছে বুলি কেন্দ্ৰীয় স্বাস্থ্য ৰাজ্য মন্ত্ৰী অনুপ্রিয়া পেটেলৰ মন্তব্য

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্য মন্ত্ৰী অনুপ্রিয়া পেটেলে কয়, যে ভাৰতৰ ঔষধৰ পার্শ্ব প্রতিক্রিয়া নিৰীক্ষণ যাত্ৰা বছৰ বছৰ ধৰি আত্মনিৰ্ভৰশীলতাৰ উল্লেখযোগ্য নিদর্শন হৈ আহিছে। নতুন দিল্লীত ৰাষ্ট্ৰীয় ফর্মুলাৰীৰ সপ্তম সংস্কৰণ মুকলি কৰাৰ সময়ত মন্ত্ৰীৰাকীয়ে এইদৰে কয়। মন্ত্ৰীগৰাকীয়ে কয়, যে ব...

September 13, 2026 8:24 PM

views 9

দেশে এটা শক্তিশালী জৈৱ অর্থনীতি গঢ়ি তোলাৰ লগতে প্রতিষেধক বিকাশৰ ক্ষেত্ৰতো উল্লেখযোগ্য সফলতা লাভ কৰিছে বুলি কেন্দ্রীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ডাঃ জিতেন্দ্র সিঙৰ প্রকাশ

দশকপূর্বে থকা প্রতিবন্ধকতা নেওচি মহামাৰী প্ৰস্তুতিৰ ক্ষেত্ৰত দেশ বহু দূৰ আগুৱাই যোৱা বুলি কেন্দ্রীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ডাঃ জিতেন্দ্র সিঙে প্রকাশ কৰিছে। তেওঁ কয় যে দেশে এটা শক্তিশালী জৈৱ অর্থনীতি গঢ়ি তোলাৰ লগতে প্রতিষেধক বিকাশৰ ক্ষেত্ৰতো উল্লেখযোগ্য সফলতা লাভ কৰিছে। তদুপৰি দেশৰ বৈজ্ঞানিক প...

September 13, 2026 7:27 PM

views 15

২০২৬ চনৰ ব্ৰীকচ শীর্ষ সন্মিলন নতুন দিল্লী ঘোষণা পত্ৰক বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰশংসা

বিশ্ব স্বাস্থ্য সংস্থাই নতুন দিল্লীত অনুষ্ঠিত ২০২৬ চনৰ ব্ৰীকচ শীর্ষ সন্মিলনৰ ঘোষণা পত্ৰক প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্রধান টেদ্রচ অধনম ঘেব্রিয়াছেছে সার্বজনীন স্বাস্থ্য বীমাৰ সুবিধা, স্থিতিস্থাপক স্বাস্থ্য ব্যৱস্থা, ৰোগ সৃষ্টিকাৰী জীৱানুৰ চিনাক্তকৰণ আৰু...

September 13, 2026 11:26 AM

views 10

স্বাস্থ্যমন্ত্রী অশোক সিংহলৰ বাংগালুৰুস্থিত নাৰায়ণা হেলথ চিটী পৰিদৰ্শন

স্বাস্থ্যমন্ত্রী অশোক সিংহলে জটিল ৰোগত আক্রান্ত অসমৰ ৰোগীসকলে লাভ কৰি থকা উন্নত চিকিৎসা আৰু তেওঁলোকৰ স্বাস্থ্যৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি বাংগালুৰুস্থিত নাৰায়ণা হেলথ চিটী পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনত চিকিৎসাধীন অসমৰ কেইবাগৰাকী ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ্গৰ সৈতে মত-ব...

September 2, 2026 7:07 PM

views 17

আই ই চি অভিযানৰ অংশ হিচাপে বজালী জিলাত এইছ আই ভি এইডছ আৰু যৌন সংক্ৰমিত ৰোগৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিশেষ কাৰ্যসূচী ৰূপায়ণ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা আই ই চি অভিযানৰ অংশ হিচাপে বজালী জিলাতো আজি এইছ আই ভি এইডছ আৰু যৌন সংক্ৰমিত ৰোগৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বজালী জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত বাঘমাৰাৰ নৰ্থ কামৰূপ মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত অতিৰিক্ত জিলা ...

August 13, 2026 5:04 PM

views 25

যক্ষ্মামুক্ত ভাৰত গঢ় দিয়াৰ বাবে সাংসদসকলৰ সৈতে কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাৰ মত-বিনিময়

  যক্ষ্মামুক্ত ভাৰত গঢ় দিয়াৰ বাবে সাংসদসকলৰ সৈতে যোগাযোগ স্থাপন কাৰ্যসূচীৰ অংশ হিচাপে কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জগত প্রকাশ নাড্ডাই কালি ঝাৰখণ্ড আৰু ওড়িশাৰ সাংসদসকলৰ সৈতে মত বিনিময় কৰে। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়তে আয়োজিত এই কার্যসূচীত দিয়া ভাষণত শ্রী নাড্ডাই যক্ষ...