স্বাস্থ্য

May 5, 2024 7:24 PM

views 95

প্রাপ্তবয়স্ক অৱস্থাত হাঁহিৰ পৰিমাণ হ্ৰাসৰ বাবে মানৱ শৰীৰত ৰোগ-ব্যাধি বৃদ্ধি পাই বুলি চিকিৎসকৰ মন্তব্য

আজি বিশ্ব হাস্য দিৱস। এই উপলক্ষে সাংস্কৃতিক নগৰী তেজপুৰৰ শ্বহীদ বাকৰিত শতাধিক জ্যেষ্ঠ নাগৰিকৰ উপস্থিতিত এটা বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি তেজপুৰৰ জ্যেষ্ঠ চিকিৎসক ডাঃ শ্যামা প্ৰসাদ শ‍ইকীয়া, প্ৰদীপ বৰুৱা, ডাঃ বিশ্বৰঞ্জন কলিতা, যতিন কোচে মানৱ শৰীৰৰ বাবে হাঁহিৰ উপকাৰিতা সম্পৰ্ক...

April 28, 2024 7:24 PM

views 91

অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ তেজপুৰ কেন্দ্ৰৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন

অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যুটীয়া উদ্যোগত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ পৰিচালনাত ৰাজ্যৰ ৭খন ঠাইৰ লগতে তেজপুৰত স্থাপন কৰা কেন্দ্ৰটোৱে আজি তৃতীয় বছৰত পদার্পণ কৰে। এই উপলক্ষে তেজপুৰ কেন্সাৰ চেণ্টাৰত অনুষ্ঠিত এখন সভাত কেন্দ্ৰটোৰ অধীক্ষক অৱসৰপ্ৰাপ্ত লেফটেনেন্ট কর্নেল ডাঃ সঞ্জীৱ হাজৰিকাই যোৱা দুটা বছৰ...

April 7, 2024 8:29 PM

views 71

স্বাস্থ্যৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে বিশ্ব স্বাস্থ্য দিৱস পালন

স্বাস্থ্যৰ প্ৰতি সমগ্ৰ বিশ্বত সজাগতাৰ সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ৭ এপ্ৰিলৰ দিনটোত বিশ্ব স্বাস্থ্য দিৱস হিচাপে পালন কৰা হয়। বিশ্ব স্বাস্থ্য সংস্থাই এইবেলি মোৰ স্বাস্থ্য মোৰ অধিকাৰ এই দিৱসৰ মূল বিষয়বস্তু হিচাপে থিৰাং কৰিছে। অত্যৱশ্যকীয় স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত বিশ্বৰ মুঠ জনসংখ্যাৰ আধাতকৈও অ...