স্বাস্থ্য

August 9, 2026 8:34 PM

views 45

ৰাষ্ট্ৰীয় পেলু নির্মূলকৰণ দিৱস

দেশজুৰি কাইলৈ ৰাষ্ট্ৰীয় পেলু নির্মূলকৰণ দিৱস উদযাপন কৰা হ'ব। স্বাস্থ্যমন্ত্রী অশোক সিংহলে ৰাজ্যৰ শিশুসকলক সমীপৰ বিদ্যালয় তথা অংগনবাড়ী কেন্দ্রলৈ লৈ গৈ পেলু নির্মূলকৰণৰ বিনামূলীয়া দৰৱ সেৱন কৰাবলৈ অভিভাৱকসকলক আহ্বান জনাইছে। উল্লেখযোগ্য যে, পেলু নির্মূলকৰণৰ জৰিয়তে শিশুসকলৰ ৰক্তাল্পতা ৰোগ হ্রাস হোৱাৰ লগত...

July 26, 2026 9:02 PM

views 36

বান ক্ষতিগ্রস্ত অঞ্চলসমূহত পৰিৱেশ স্বচ্ছতা আৰু অনাময় অভিযানৰ শুভাৰম্ভ

যোৰহাট জিলাৰ মৰিয়নিৰ হেমলাই পঞ্চায়তৰ পৰা আজি বান ক্ষতিগ্রস্ত অঞ্চলসমূহত পৰিৱেশ স্বচ্ছতা আৰু অনাময় অভিযান শুভাৰম্ভ কৰা হয়। জিলাখনৰ বানৰ কবলত পৰা পশুপালকসকলৰ পশুধনসমূহ সংক্ৰামক ৰোগৰ পৰা সুৰক্ষিত কৰাৰ উদ্দেশ্যেৰে পশুপালন আৰু পশু চিকিৎসা বিভাগে টীয়ক বিধান সভা সমষ্টিৰ বিভিন্ন প্ৰান্তত বিনামূলীয়া পশু চিকি...

July 23, 2026 12:16 PM

views 23

স্বাস্থ্য মন্ত্ৰী অশোক সিংহলৰ দিছপুৰত ছখন জিলাৰ বিধায়কৰ সৈতে জিলাকেইখনৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা

গুণগত স্বাস্থ্য সেৱা নিশ্চিতকৰণৰ লক্ষ্যৰে স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে কালি দিছপুৰত ছখন জিলাৰ বিধায়কৰ সৈতে জিলাকেইখনৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা কৰে। তামুলপুৰ, বাক্সা, ওদালগুৰি, দৰং, বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ স্বাস্থ্য সেৱা ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে অনুষ্ঠিত এই বৈঠকত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে...

July 22, 2026 10:26 AM

views 24

তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষণাত পিত্তাশয়ৰ কৰ্কট ৰোগৰ দুটা প্ৰধান উপ-প্ৰকাৰৰ আনবিক বৈশিষ্ট্যৰ মৌলিক পার্থক্য উন্মেচিত

তেজপুৰ বিশ্ববিদ্যালয়ৰ নেতৃত্বত সম্পন্ন এটা গুৰুত্বপূৰ্ণ গৱেষণাত পিত্তাশয়ৰ কৰ্কট ৰোগৰ দুটা প্ৰধান উপ-প্ৰকাৰৰ আনৱিক বৈশিষ্ট্যৰ মৌলিক পার্থক্য উন্মোচিত হৈছে। তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে প্ৰথমবাৰলৈ উত্তৰ-পূব ভাৰতৰ পৰা পাথৰ সম্পৰ্কীয় পিত্তাশয়ৰ কৰ্কট ৰোগ আৰু পাথৰবিহীন পিত্তাশয়ৰ কৰ্কট ৰোগৰ ট্রান্স ক্রি...

July 12, 2026 8:18 PM

views 22

কেন্দ্রীয় শ্রম আৰু নিয়োগ মন্ত্রী ড০ মনসুখ মাণ্ডাভিয়াই পৰহিলৈ দেশৰ ভিন ভিন প্ৰান্তৰ সাতখনকৈ কৰ্মচাৰী ৰাজ্য বীমা নিগম স্বাস্থ্য প্রকল্প মুকলি কৰিব

কেন্দ্রীয় শ্রম আৰু নিয়োগ মন্ত্রী ড০ মনসুখ মাণ্ডাভিয়াই পৰহিলৈ দেশৰ ভিন ভিন প্ৰান্তৰ সাতখনকৈ কৰ্মচাৰী ৰাজ্য বীমা নিগম স্বাস্থ্য প্রকল্প মুকলি কৰিব। এই সাতোটা প্ৰকল্পৰ নিৰ্মাণ কাৰ্যত প্রায় ৬৬৮ কোটি টকা ব্যয় কৰা হৈছে। মঙলবাৰে ড০ মাণ্ডাভিয়াই তেলেংগানাৰ ছনথ নগৰস্থিত কৰ্মচাৰী ৰাজ্য বীমা নিগম আদর্শ চিকিৎসাল...

July 12, 2026 7:31 PM

views 28

ধেমাজি চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য  শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৰ পৰিদৰ্শন

শিক্ষা, তথ্য প্রযুক্তি আৰু ভৈয়াম জনজাতি বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি সবিশেষ বুজ লয়। মন্ত্ৰীগৰাকীয়ে অহা বছৰ মাৰ্চ মাহৰ ভিতৰত চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে বুলি উল্লেখ কৰে। অহা শৈক্ষিক বৰ্ষৰ পৰাই চিকিৎসা...

July 5, 2026 8:33 PM

views 22

জনসাধাৰণক দৈনিক কমেও এঘণ্টা মোবাইল ফোন ব্যৱহাৰৰ পৰা আঁতৰত থাকি শাৰীৰিক ব্যায়াম তথা ক্রীড়াত মনোনিবেশ কৰিবলৈ কেন্দ্রীয় মন্ত্রী ড০ মনসুখ মাণ্ডাভিয়াৰ পৰামৰ্শ

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু যুৱ পৰিক্ৰমা মন্ত্রী ড০ মনসুখ মাণ্ডাভিয়াই আজি নতুন দিল্লীত ফিট ইণ্ডিয়া চান্ডেজ অন চাইকেল পদক্ষেপৰ ৯০ সংখ্যক সংস্কৰণত অংশগ্ৰহণ কৰে। আধ্যাত্মিক গুৰু শ্রী সত্য চাইবাবাৰ জন্মশতবার্ষিকী উপলক্ষে শ্রী সত্য চাই সেৱা সংস্থাৰ সহযোগিতাত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। সামূহিক দৌৰ আৰু চাইক...

July 5, 2026 10:29 AM

views 28

যোগ প্রশিক্ষকসকলৰ প্ৰাৰম্ভিক পৰ্যায়ৰ ১১ দিনীয়া সংহত প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি

যোগাভ্যাসক দৈনন্দিন জীৱনৰ অংশ হিচাপে গঢ়ি তোলাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰ্শনক আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্যে মুকলি কৰা গাঁৱে গাঁৱে যোগ মহাঅভিযানৰ অংশ হিচাপে যোগ প্রশিক্ষকসকলৰ প্ৰাৰম্ভিক পৰ্যায়ৰ ১১ দিনীয়া সংহত প্রশিক্ষণ কাৰ্যসূচীৰ কালি সামৰণি পৰে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ নিৰ্দেশনাত বঙাইগাঁও, ...

June 28, 2026 7:47 PM

views 27

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় পলিঅ’ প্রতিষেধক দিৱস পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় পলিঅ' প্রতিষেধক দিৱস পালন কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ সাতগাঁও নগৰীয়া ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰত আজি ৰাষ্ট্ৰীয় প্রতিষেধক দিৱসৰ কাৰ্যসূচী স্থানীয় বিধায়ক ড০ তপন দাসে শুভাৰম্ভ কৰে। কামৰূপ মহানগৰ জিলাত ৫ বছৰ বয়সলৈকে ১,৯৯,৫৯১ টি শিশুক সামৰি লোৱা হৈছে। এই প্রতি...

June 28, 2026 7:31 PM

views 21

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ GMCHৰ পুনৰ নিৰ্মাণকার্য আৰু ভূমি জৰীপৰ কাম-কাজ পর্যালোচনা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদ পৰিদৰ্শন কৰি পুনৰ নিৰ্মাণকাৰ্য আৰু ভূমি জৰীপৰ কাম-কাজ পৰ্যালোচনা কৰে। সামাজিক মাধ্যমৰ এটা বার্তাত এই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ৪ হাজাৰ কোটি টকাতকৈ অধিক ধন বিনিয়োগেৰে প্ৰস্তাৱিত ৭ মহলাযুক্ত অত্যাধ...