September 27, 2026 11:58 AM
24
নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত
নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনলৈ লৈ মাজত মাত্র কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। সংসদীয় সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশিস শৰ্মাৰ সমৰ্থনত কালি মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ভুৰবন্ধাত অসম গণ পৰিষদৰ এখন নির্বাচনী সভা অনুষ্ঠিত হয়। অগপৰ মৰিগাঁও জিল...