নির্বাচন

September 18, 2026 12:27 PM

views 23

নগাঁও উপ-নির্বাচনৰ বাবে ১৮ গৰাকী প্রার্থীৰ মনোনয়ন বৈধ বিবেচিত। ৭ গৰাকী প্রার্থীৰ মনোনয়ন বাতিল

নগাঁও সংসদীয় সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে দাখিল কৰা ২৫ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্রসমূহ কালি পৰীক্ষা কৰা হয়। পৰীক্ষাৰ অন্তত বিজেপিৰ দেৱাশিস শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা, এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল, চি পি আইৰ ইনামুল হুদাৰ লগতে মুঠ ১৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ হিচাপে বিবেচিত হৈছে। তৃণ...

September 14, 2026 8:09 PM

views 9

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে অসম অসামৰিক সেৱাৰ ৪ জন জ্যেষ্ঠ বিষয়াক নির্বাচনী পর্যবেক্ষক হিচাপে নিযুক্তি

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে অসম অসামৰিক সেৱাৰ ৪ জন জ্যেষ্ঠ বিষয়াক নির্বাচনী পর্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। ৰাজ্যিক নির্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি শিলচৰ পৌৰ নিগমৰ ৪২টা ৱাৰ্ডত ৪টা পর্যবেক্ষক জ’নত বিভক্ত কৰা হৈছে। ইতিমধ্যে পর্যবেক্ষকসকলে শিলচৰত উপস্থিত হৈ দায়িত্ব গ্ৰহণ কৰিছে। নিৰ্বাচনত প্ৰ...

September 13, 2026 12:40 PM

views 34

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে মনোনয়ন পত্র দাখিলৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে। অহা ৬ অক্টোবৰত নগাওঁ লোকসভা সমষ্টিৰ উপ নির্বাচন অনুষ্ঠিত হব। এই নির্বাচনৰ বাবে ইচ্ছুক প্রার্থীসকলে অহা ১৬ ছেপ্তেম্বৰ পৰ্যন্ত মনোনয়ন পত্র দাখিল কৰিব পাৰিব। ৯ অক্টোবৰত ভোটগণন...

September 12, 2026 5:38 PM

views 23

নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ-নিৰ্বাচনৰ বাবে নগাঁৱৰ প্ৰাক্তন জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ নাম ঘোষণা বিজেপিৰ

নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে নগাঁৱৰ প্ৰাক্তন জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ নাম ঘোষণা কৰিছে। দলটোৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে তেওঁৰ প্রার্থিত্বত অনুমোদন জনাইছে। শ্ৰী শর্মাই কেইদিনমান পূর্বে জিলা আয়ুক্তৰ দায়িত্বৰ পৰা স্বেচ্ছাই অৱসৰ লৈ বিজেপিত যোগদান কৰিছিল। এই উপ-নির্বাচনৰ ...

September 12, 2026 4:15 PM

views 17

নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ-নির্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ

নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ-নির্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে। অহা ৬ অক্টোবৰত ভোটগ্রহণ হ'বলগীয়া এই নিৰ্বাচনৰ বাবে ইচ্ছুক প্রার্থীসকলে অহা ১৬ ছেপ্তেম্বৰ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। ৯ অক্টোবৰত ভোটগণনা কৰা হ'ব। উপ-নিৰ্বাচনৰ বাবে ই ভি এম আৰু ভি ভি পেটৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেছন ইতিমধ্য...

September 12, 2026 11:48 AM

views 31

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী হিচাপে দেৱাশীষ শৰ্মাৰ নাম ঘোষণা

নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ-নির্বাচনৰ বাবে বিজেপিয়ে জিলাখনৰ প্ৰাক্তন আয়ুক্ত দেৱাশীষ শৰ্মাৰ নাম ঘোষণা কৰিছে। দলটোৰ কেন্দ্ৰীয় নির্বাচন সমিতিয়ে তেওঁৰ প্রার্থিত্বত অনুমোদন জনাইছে। শ্ৰী শৰ্মাই কেইদিনমান পূৰ্বে জিলা আয়ুক্তৰ দায়িত্বৰ পৰা স্বেচ্ছাই অৱসৰ লৈ বিজেপিত যোগদান কৰিছিল। এই উপ-নির্বাচনৰ বাবে...

September 10, 2026 2:58 PM

views 21

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজ্যিক নির্বাচন আয়োগৰ অধিসূচনা জাৰি

অহা ৬ অক্টোবৰত হ'বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজ্যিক নির্বাচন আয়োগে অধিসূচনা জাৰি কৰাৰ লগে লগে সমষ্টিটোত প্ৰস্তুতি আৰম্ভ হৈছে। এই নিৰ্বাচনৰ অহা ১৬ ছেপ্তেম্বৰত মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। মনোনয়ন পত্ৰসমূহ ১৭ ছেপ্তেম্বৰত পৰীক্ষা কৰা হ'ব আৰু মনোনয়ন প্রত্যাহাৰৰ অন্তিম ...

September 2, 2026 6:28 PM

views 28

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ দিন ঘোষণা অসম ৰাজ্যিক নির্বাচন আয়োগৰ

অসম ৰাজ্যিক নির্বাচন আয়োগে আজি শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে। অহা ৩ অক্টোবৰত শিলচৰ পৌৰ নিগমৰ ৪২টা ৱাৰ্ডৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। প্রয়োজন হ'লে ৫ অক্টোবৰত পুনৰ ভোটদান অনুষ্ঠিত হ'ব বুলি নিৰ্বাচন আয়োগে সদৰী কৰে। শিলচৰ পৌৰ সভাক পৌৰ নিগমলৈ উন্নীত কৰাৰ পাছত এইটোৱেই প্ৰথম নির্বাচন অনুষ্ঠিত ...

June 2, 2026 12:14 PM

views 58

৩ খন ৰাজ্যৰ ৰাজ্যিক বিধান পৰিষদৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি

■ নিৰ্বাচন আয়োগে কালি ৰাজ্যসভাৰ ২৭ খন আসনৰ দ্বিবার্ষিক নিৰ্বাচন আৰু উপ-নির্বাচনৰ লগতে তিনিখন ৰাজ্যৰ ৰাজ্যিক বিধান পৰিষদৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰে। ইয়াৰ বাবে মনোনয়ন পত্ৰ জমা দিয়াৰ প্ৰক্ৰিয়া কালিৰেপৰা আৰম্ভ হৈছে। উল্লেখযোগ্য যে দেশৰ ১০ খন ৰাজ্যৰ ২৪ খন ৰাজ্যসভাৰ আসনৰ বাবে দ্বিবার্ষিক নির্ব...

June 2, 2026 3:38 AM

views 57

১০ খন ৰাজ্যৰ ২৪ খন ৰাজ্যসভা আসনৰ দ্বিবার্ষিক নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি

১০ খন ৰাজ্যৰ ২৪ খন ৰাজ্যসভা আসনৰ দ্বিবার্ষিক নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। অন্ধপ্রদেশ, গুজৰাট আৰু কৰ্ণাটকৰ ৪ খনকৈ, ৰাজস্থান আৰু মধ্যপ্ৰদেশত ৩ খন, ঝাৰখণ্ডত দুখন আৰু মণিপুৰ, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ একোখনকৈ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। চলিত মাহত ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।