নির্বাচন

October 6, 2026 8:32 PM

views 11

নগাঁও লোকসভা সমষ্টিৰ আজি উপ-নিৰ্বাচনৰ সুকলমে সম্পন্ন

নগাঁও লোকসভা সমষ্টিৰ আজি উপ-নিৰ্বাচনৰ সুকলমে সম্পন্ন হয়। নগাওঁ সমষ্টিত বিয়লি ৫ বজালৈকে লাভ কৰা তথ্য অনুসৰি ৭৬ শতাংশ ভোটদান হৈছে। চামগুৰিত সৰ্বাধিক ৮০.২২ শতাংশ ভোটদান হৈছে। সমষ্টিটোৰ অন্তৰ্গত নগাঁও জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ মুঠ ১,৩৩৯ টা ভোটকেন্দ্ৰত পুৱা ৭ বজাৰ পৰা ভোটগ্রহণ সুকলমে অনুষ্ঠিত হয়। ...

October 6, 2026 6:40 PM

views 10

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগণনা অব্যাহত

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগণনা চলি আছে। বৰ্তমানলৈ লাভ কৰা তথ্য অনুসৰি বিজেপিয়ে ২৩ টা ৱাৰ্ডত জয়লাভ কৰিছে আৰু মিত্ৰদল অসম গণ পৰিষদে দুটা ৱাৰ্ড হস্তগত কৰিবলৈ সমৰ্থ হৈছে। ২৯ আৰু ৩০ নম্বৰ ৱাৰ্ডত পুনৰ ভোটগণনাৰ নিৰ্দেশ দিয়া হৈছে। ৱাৰ্ড দুটাত পুনৰ গণনা চলি আছে।

October 6, 2026 6:36 PM

views 7

নগাঁও লোকসভা সমষ্টিৰ আজি উপ-নিৰ্বাচনৰ বিয়লি ৩ বজালৈকে লাভ কৰা তথ্য অনুসৰি ৭০.২৫ শতাংশ ভোটদান

অসমৰ নগাঁও লোকসভা সমষ্টিৰ আজি উপ-নিৰ্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হৈছে। নগাওঁ সমষ্টিত বিয়লি ৩ বজালৈকে লাভ কৰা তথ্য অনুসৰি ৭০ দশমিক ২-৫ শতাংশ ভোটদান হৈছে। লাহৰিঘাটত সর্বাধিক ৭৪.৭৪ শতাংশ ভোটদান হৈছে। সমষ্টিটোৰ অন্তৰ্গত নগাঁও জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ মুঠ ১,৩৩৯ টা ভোটকেন্দ্ৰত পুৱা ৭ বজাৰ পৰা ভোটগ্রহণ স...

October 6, 2026 4:59 PM

views 3

নগাঁও লোকসভা সমষ্টিৰ লগতে পশ্চিমবংগ আৰু পুডুচেৰী বিধানসভাৰ ৫ টা সমষ্টিৰ বাবে আজি উপ-নিৰ্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত

অসমৰ নগাঁও লোকসভা সমষ্টিৰ লগতে পশ্চিমবংগ আৰু পুডুচেৰী বিধানসভাৰ ৫ টা সমষ্টিৰ বাবে আজি উপ-নিৰ্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হৈছে। নগাওঁ সমষ্টিত দিনৰ এঘাৰ বজালৈকে লাভ কৰা তথ্য অনুসৰি ৩৭.৮২ শতাংশ ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰে। সমষ্টিটোৰ অন্তৰ্গত নগাঁও জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ মুঠ ১,৩৩৯ টা ভোটকেন্দ্ৰ...

October 5, 2026 2:38 PM

views 23

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে দায়িত্বত নিয়োজিত বিষয়াসকল ৰাওনা 

অসমৰ নগাঁও লোকসভা সমষ্টিৰ লগতে তামিলনাড়ু, পুডুচেৰী আৰু পশ্চিম বংগৰ পাঁচখন বিধানসভা আসনত কাইলৈ হ’বলগীয়া উপ-নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে দায়িত্বত নিয়োজিত বিষয়াসকল ৰাওনা হৈছে। ভোটগ্রহণ হ'বলগীয়া প্ৰতিখন জিলাৰ প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণকে ধৰি যাৱতীয় প্ৰস্তুতি সম্পূর্ণ কৰিছে। এই আসনসমূহ...

October 4, 2026 12:08 PM

views 7

শিলচৰ পৌৰ নিগমৰ নির্বাচনত ৭৭.২২ শতাংশ ভোট প্ৰদান

শিলচৰ পৌৰ সভাক পৌৰ নিগমলৈ উন্নীত কৰাৰ পাছত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা শিলচৰ পৌৰ নিগমৰ নির্বাচন কালি শান্তিপূর্ণভাবে সম্পন্ন হয়। ভোটদানৰ পাছত নির্বাচন আয়োগে প্রকাশ কৰা তথ্য অনুসৰি কালি ৭৭.২২ শতাংশ ভোটদাতাই ভোটৰ অধিকাৰ সাবস্ত্য কৰে। উল্লেখযোগ্য যে ৪২টা বাৰ্ডৰ ভিতৰত ২টা ৱাৰ্ডত ইতিমধ্যে বিনা প্রতিদ্বন...

October 4, 2026 1:02 PM

views 25

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। শাসকীয় বিজেপি আৰু বিৰোধী ৰাজনৈতিক দলসমূহে দলীয় প্রার্থীৰ সমর্থনত ৰাজহুৱা সভা সমদল অনুষ্ঠিত কৰি প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। প্ৰচাৰৰ সামৰণি দিনটোত শাসক, বিৰোধীয়ে ভোটাৰসকলক আকৰ্ষণৰ চেষ্টা চলায়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি নগাঁ...

September 30, 2026 6:15 PM

views 14

শিলচৰ পৌৰনিগমৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত

অহা ৩ অক্টোবৰত হ'বলগীয়া শিলচৰ পৌৰনিগমৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণ কৰাৰ পাছত আজি প্ৰথমবাৰ শিলচৰ ভ্ৰমণ কৰিব। তেওঁ বিয়লি ৪ বজাত শিলচৰ পুলিচ পেৰেড গ্রাউণ্ডত এখন নির্বাচনী সভাত অংশ ল'ব। ড০ শৰ্মাই দলী...

September 29, 2026 5:16 PM

views 26

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। বিজেপি, অগপৰ শীৰ্ষ নেতৃত্বই শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড০ হিমন্ত বিশ্ব শর্মাই আজি মৰিগাঁৱৰ গান্ধী ময়দানত দলীয় প্রার্থী দেৱাশিস শৰ্মাৰ হৈ প্ৰচাৰ চলায়। সভাত ড০ শৰ্...

September 28, 2026 9:26 PM

views 9

নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৬ অক্টোবৰৰ ভোটগ্ৰহণৰ দিনা ৰাজ্য চৰকাৰৰ ৰাজহুৱা বন্ধৰ ঘোষণা

নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নগাঁও সংসদীয় সমষ্টিৰ অধীনস্থ অঞ্চলত অহা ৬ অক্টোবৰৰ ভোটগ্ৰহণৰ দিনা ৰাজ্য চৰকাৰে ৰাজহুৱা বন্ধৰ ঘোষণা কৰিছে। সেই অনুসৰি সমষ্টিটোৰ অন্তৰ্গত সকলো চৰকাৰী -বেচৰকাৰী কাৰ্যালয়, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান নগৰীয়া স্থানীয় সংস্থা, শিক্ষানুষ্ঠান, ব্যৱসায়িক আৰু ব...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।