কৃষি

March 16, 2025 8:47 PM

views 74

দিহিংচাং সমবায় লিমিটেডৰ উদ্যোগত জৈৱিক পদ্ধতিৰে কৰা কৃষিৰ উৎপাদনক উৎসাহিত কৰাৰ উদ্দেশ্যে বজাৰত বিক্রেতা হিচাপে মন্ত্ৰী বিমল বৰা উপস্থিত

ৰাজ্য চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা আজি দিহিংচাং সমবায় লিমিটেডৰ উদ্যোগত জৈৱিক পদ্ধতিৰে কৰা কৃষিৰ উৎপাদনক উৎসাহিত কৰাৰ উদ্দেশ্যে বজাৰত বিক্রেতা হিচাপে উপস্থিত হয়। জিলাখনৰ মৰাণৰ দৈনিক বজাৰত ডিজিটেল তুলাচনীৰ সহায়ত আলু বিক্ৰীৰ নিৰ্দেশনাৰ...

March 9, 2025 11:29 AM

views 70

শ্ৰমিকসকলক ই-শ্রম প’ৰ্টেলত নাম পঞ্জীয়ন কৰিবলৈ শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ৰ আহ্বান

শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ে বিভিন্ন সংস্থাত কাম কৰা শ্ৰমিকসকলক আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ উপকাৰ লাভ কৰাৰ বাবে ই-শ্রম প'ৰ্টেলত নাম পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে। আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত দেশৰ বিভিন্ন প্ৰান্তৰ ৩১ হাজাৰৰো অধিক তালিকাভুক্ত ৰাজহুৱা আৰু ব্যক...

February 23, 2025 11:57 AM

views 91

প্ৰতি কুইণ্টলত ৫,৯৫০ টকাৰ ন্যূনতম সমর্থন মূল্যত খেতিয়কৰ পৰা কৃষি বিভাগৰ সৰিয়হ ক্ৰয়ৰ ব্যৱস্থা

ৰাজ্যৰ কৃষি বিভাগে তৃতীয়বাৰৰ বাবে প্ৰতি কুইণ্টলত ৫,৯৫০ টকাৰ ন্যূনতম সমর্থন মূল্যত খেতিয়কসকলৰ পৰা সৰিয়হ ক্ৰয়ৰ ব্যৱস্থা কৰিছে। অসম ৰাজ্যিক কৃষি সামগ্রী বিপণন পৰিষদ, অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেড আৰু অসম ৰাজ্যিক পন্যাগাৰ নিগমৰ জৰিয়তে সৰিয়হ ক্ৰয় কৰা হ'ব। কৃষি বিভাগে অহা ২৫ ফেব্ৰুৱাৰীৰ ...

January 15, 2025 7:39 PM

views 61

কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জাগীৰোডত জোনবিল মেলা

জাগীৰোডৰ জোনবিলৰ পাৰত কাইলৈৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হ'ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ জোনবিল মেলাত মুখ্য অতিথি  হিচাপে অংশগ্ৰহণ কৰিব। এই মেলাত মধ্য অসমৰ ২২ গৰাকী তিৱা ৰজাক ৰাজভাট্টা প্ৰদান কৰা হ'ব। গোভা দেওৰজাৰ অৰম বিলত ...

January 14, 2025 7:56 PM

views 216

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোগালী বিহু পালন

অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু উপলক্ষে আজি সমগ্ৰ ৰাজ্যতে ব্যাপক উছাহ-উদ্দীপনাৰ পৰিৱেশ বিৰাজ কৰিছে। আজি পুৱাই ৰাইজে মেজি জ্বলাই অগ্নিক সেৱা কৰি নেদেখাজনৰ আশিস লয়। ইয়াৰ পাছতে কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাই আশীৰ্বাদ লয়। সম্প্ৰীতি আৰু সমন্বয়ৰ প্ৰতীক ভোগালী বিহুৰ মেজিৰ জুয়ে সমাজৰ পৰা অসূয়া অপ্ৰীত...

January 14, 2025 7:40 PM

views 67

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই দক্ষিণ কামৰূপৰ ৰাণী চাপৰিৰ কৃষি ক্ষেত্ৰ পৰিদৰ্শন কৰি কৃষকসকলৰ বিভিন্ন সমস্যাৰ বুজ লয়

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মাঘবিহুৰ দিনা কেইবাটাও কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে দক্ষিণ কামৰূপৰ ৰাণী চাপৰিৰ বিস্তীর্ণ শস্য ক্ষেত্ৰ পৰিদৰ্শন কৰি কৃষকসকলৰ বিভিন্ন সমস্যাৰ বুজ লয়। ৰাণী চাপৰিৰ কৃষকসকলৰ সৈতে মত বিনিময় কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই চাপৰিটোৰ যুৱ সমাজে আত্ম-নিৰ্ভৰ কৃ...

January 14, 2025 10:43 AM

views 150

সমগ্ৰ ৰাজ্যত ভোগালী বিহু উপলক্ষে ব্যাপক উছাহ-উদ্দীপনাৰ পৰিৱেশ

আজি অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু। সমগ্ৰ ৰাজ্যতে বিহু উপলক্ষে ব্যাপক উছাহ-উদ্দীপনাৰ পৰিৱেশ বিৰাজ কৰিছে। কালি উৰুকাৰ নিশা প্রীতি ভোজ-ভাতৰ পাছত আজি পুৱাই ৰাইজে মেজি জ্বলাই অগ্নিক সেৱা কৰি নেদেখাজনৰ আশিস লয়। ইয়াৰ পাছতে কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাই আশীৰ্বাদ লয়। সম্প্রীতি আৰু সমন্বয়ৰ প্ৰতীক ভোগা...

December 25, 2024 12:49 PM

views 62

ফচলৰ বীমা সময় অনুসৰি পঞ্জীয়ন কৰিবলৈ ৰাজ্যৰ ৰবি শস্যৰ খেতি কৰা কৃষকক কৃষি বিভাগৰ আহ্বান

ৰাজ্যৰ ৰবি শস্যৰ খেতি কৰা কৃষকক ফচলৰ বীমা সময় অনুসৰি পঞ্জীয়ন কৰিবলৈ কৃষি বিভাগে আহ্বান জনাইছে। সেই অনুসৰি মাকৈ, সৰিয়হ আৰু আলুৰ বাবে অহা ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত কৃষকসকলে পঞ্জীয়ন কৰিব পাৰিব। আনহাতে বৰো ধান আৰু কুঁহিয়াৰৰ খেতি কৰা কৃষকসকলে অহা ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত বীম...

December 8, 2024 8:06 PM

views 61

পঞ্জাৱত প্ৰতিবাদৰত কৃষকসকলৰ দিল্লীলৈ পদযাত্ৰা স্থগিত ৰাখে

পঞ্জাৱত প্ৰতিবাদৰত কৃষকসকলে আজি তেওঁলোকৰ দিল্লীলৈ পদযাত্ৰাৰ কাৰ্যসূচী দিনটোৰ বাবে স্থগিত ৰাখে। কৃষক নেতাসকলে এখন বৈঠকৰ অন্তত তেওঁলোকৰ পৰৱৰ্তী কাৰ্যসূচী সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি সদৰি কৰে। জলন্ধৰৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি এদল কৃষকে আজি বিয়লি দিল্লীলৈ পদযাত্ৰা কৰাৰ সময়ত হাৰিয়ানা আৰক...

November 10, 2024 7:18 PM

views 90

ৰাজ্যৰ কৃষকসকলৰ বিত্তীয় সাক্ষৰতাৰ লক্ষ্যৰে গ্ৰহণ কৰা কৃষাৰ্থক শীৰ্ষক পদক্ষেপৰ দ্বাৰা ২ লাখৰো অধিক কৃষক উপকৃত

অসম কৃষি ব্যৱসায় গ্ৰাম্য ৰূপান্তৰকৰণ প্রকল্প অর্থাৎ এপাৰ্টে ৰাজ্যখনৰ কৃষকসকলৰ বিত্তীয় সাক্ষৰতাৰ লক্ষ্যৰে গ্ৰহণ কৰা কৃষাৰ্থক শীৰ্ষক পদক্ষেপৰ দ্বাৰা ২ লাখৰো অধিক কৃষক উপকৃত হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই বিষয়ে প্রকাশ কৰে। তেওঁ কয় যে ইয়াৰ ফলত ২ শতাধিক স্থানীয় যু...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।