কৃষি

December 7, 2025 9:18 PM

views 117

দৰং জিলাৰ দলগাঁৱত নখোৱা উৎসৱ পালন

আঘোণ মাহত পথাৰৰ পৰা লখিমী চপোৱা পৰম্পৰাৰ সৈতে সংগতি ৰাখি দৰং জিলাৰ দলগাঁৱত আজি নখোৱা উৎসৱ পালন কৰা হয়। স্থানীয় সামাজিক সংস্থান দলগাওঁ প্রগতি সংঘৰ উদ্যোগত সাৰ্বজনীন দুর্গা মন্দিৰ প্ৰাঙ্গনত দিনযোৰাকৈ আয়োজিত এই নখোৱা উৎসৱত গীত, মাত, কবিতাৰ অনুষ্ঠান হোৱাৰ লগতে পৰম্পৰাগত অসমীয়া খাদ্য সম্ভাৰৰো আয়োজন কৰা হ...

December 7, 2025 9:12 PM

views 111

কামৰূপ জিলাৰ বকোত বৈজ্ঞানিক পদ্ধতিৰে গো-পালন, গাহৰি পালনৰ প্ৰশিক্ষণ প্ৰদান

কামৰূপ জিলাৰ বকোত ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ পুঁজিৰে নিবনুৱা যুৱক-যুৱতী, পুৰুষ, মহিলাক বৈজ্ঞানিক পদ্ধতিৰে গো-পালন, গাহৰি পালনৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। কামৰূপ জিলা পশু চিকিৎসা বিভাগৰ তৰফৰ পৰা ৰাভা হাচং স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত এশগৰাকী প্রশিক্ষার্থীক প্রদান কৰা এই প্ৰ...

November 30, 2025 8:12 PM

views 97

কেন্দ্রীয় গ্রামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানে সৰস অজীৱিকা খাদ্য মহোৎসৱ ২০২৫ উদ্বোধন কৰিব

কেন্দ্রীয় গ্রামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানে কাইলৈ নতুন দিল্লীত "সৰস অজীৱিকা খাদ্য মহোৎসৱ ২০২৫" উদ্বোধন কৰিব। গ্রামোন্নয়ন মন্ত্রালয়ে জনোৱা অনুসৰি সমগ্ৰ দেশৰ ২৫ খন ৰাজ্যৰ প্ৰায় ৩০০ গৰাকী লাখপতি দিদি আৰু আত্মসহায়ক গোটৰ মহিলাই এই মহোৎসৱত অংশগ্ৰহণ কৰিব। ইয়াত মুঠ ৬২ খন বিপনীত বিভিন্ন ধৰণৰ খাদ্য উপলদ্ধ...

November 24, 2025 9:05 AM

views 121

নতুন দিল্লীত ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় কৃষি বিজ্ঞান সন্মিলন ২০২৫ ৰ আয়োজন

নতুন দিল্লীত আজি ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় কৃষি বিজ্ঞান সন্মিলন ২০২৫ অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই সন্মিলন মুকলি কৰিব। তিনিদিনীয়াকৈ আয়োজন কৰা এই সন্মিলনত বিভিন্ন কাৰ্যসূচীৰ লগতে প্ৰদৰ্শনী আৰু যুৱ বিজ্ঞানী তথা শিক্ষার্থী সমাৰোহো অনুষ্ঠিত হ'ব। এই সন্মিলনৰ এহেজ...

November 23, 2025 8:37 PM

views 123

কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীত ইণ্ডো-ইজৰাইল চেণ্টাৰ অব এক্সেলেন্স ফৰ ভিজিটেবলছ শীর্ষক কেন্দ্ৰটোৰ স্থান কৃষি মন্ত্রী অতুল বৰাৰ পৰিদৰ্শন

কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীত কাইলৈ ইজৰাইলৰ ৰাষ্ট্রদূত বিঅভেন আজাৰৰ উপস্থিতিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুকলি কৰিবলগীয়া ইণ্ডো-ইজৰাইল চেণ্টাৰ অব এক্সেলেন্স ফৰ ভিজিটেবলছ শীর্ষক কেন্দ্ৰটোৰ স্থান আজি কৃষি মন্ত্রী অতুল বৰাই পৰিদৰ্শন কৰে। অসম ৰাজ্যিক উদ্যান শস্য অভিযানৰ অধীনত ভাৰত-ইজৰাইল কৃষি প্...

September 7, 2025 11:07 AM

views 122

জি এছ টিৰ সংস্কাৰে কৃষিখণ্ডত ইতিবাচক প্ৰভাৱ পেলাব বুলি কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ প্ৰকাশ

নতুনকৈ প্ৰৱৰ্তন কৰা সামগ্ৰী আৰু সেৱাকৰ জি এছ টিৰ হাৰ আৰু স্তৰসমূহে কৃষিখণ্ডত ইতিবাচক প্ৰভাৱ পেলাব বুলি কেন্দ্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি ভূপালত এখন সংবাদমেলত কয়, যে জি এছ টি ব্যৱস্থাৰ পৰিৱৰ্তনসমূহে বিশেষকৈ ক্ষুদ্ৰ আৰু মজলীয়া কৃ...

July 29, 2025 10:46 AM

views 111

অসম কৃষি বিশ্ববিদ্যালয়ে বিকশিত কৰা  বেঙুনীয়া চাউল লাৱণ্যৰ -PPVFRৰ অধীনত পঞ্জীয়নভুক্ত হৈছে

অসম কৃষি বিশ্ববিদ্যালয়ে বিকশিত কৰা বেঙুনীয়া চাউলৰ উচ্চ উৎপাদনক্ষম এটা জাত লাৱণ্য, শেহতীয়াকৈ উদ্ভিদৰ জাত সুৰক্ষা আৰু কৃষক অধিকাৰ প্ৰাধিকৰণ-PPVFRৰ অধীনত পঞ্জীয়নভুক্ত হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ জনসম্পৰ্কৰক্ষী বিষয়াই এই বিষয়ে প্ৰকাশ কৰি কয়, যে পৰম্পৰাগত ক’লা চাউলক পুষ্টিগতভাৱে অধিক চহকী কৰি দ...

July 20, 2025 7:51 PM

views 160

ৰাজ্যৰ কেইবাখনো জিলাত খৰাং সদৃশ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ বিষয়টো ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে বিবেচনা কৰিছে

ৰাজ্যৰ কেইবাখনো জিলাত বৰষুণৰ পৰিমাণ স্বাভাৱিক হাৰতকৈ কম হোৱাৰ ফলত খৰাং সদৃশ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ বিষয়টো ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে বিবেচনা কৰিছে। কৃষি মন্ত্ৰী অতুল বৰাই আজি সামাজিক মাধ্যমৰ এটা বাৰ্তাত এইদৰে প্ৰকাশ কৰি কয়, যে ইতিমধ্যে ওদালগুৰি, কামৰূপ, দৰং, গোলাঘাট, মাজুলীকে ধৰি বিভিন্ন জিলাৰ কৃ...

June 12, 2025 7:49 PM

views 75

দৰং জিলাত বিকশিত কৃষি সংকল্প অভিযান ২০২৫ৰ কাৰ্যসূচীৰ সামৰণি

দৰং জিলাত বিকশিত কৃষি সংকল্প অভিযান ২০২৫ৰ কাৰ্যসূচীৰ আজি সামৰণি পৰে। যোৱা ২৯ মে’ তাৰিখৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ উদ্যোগত দেশজুৰি আয়োজিত এই অভিযানৰ অংশ হিচাপে দৰং জিলাৰো ছটা উন্নয়নত খণ্ডত ২০০ খন গাঁৱত কৃষি প্রযুক্তি, ভূমি স্বাস্থ্য সুৰক্ষা আৰু বিভিন্ন চৰকাৰী আঁচনিৰ ব...

May 1, 2025 11:54 AM

views 77

২০২৫-২৬ বৰ্ষৰ বাবে প্ৰতি কুইণ্টল কুঁহিয়াৰৰ মূল্য ৩৫৫ টকা ধাৰ্য কৰাৰ প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন

মন্ত্ৰীসভাৰ অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কমিটীয়ে ২০২৫-২৬ বৰ্ষৰ বাবে প্ৰতি কুইণ্টল কুঁহিয়াৰৰ উচিত আৰু লাভজনক মূল্য ৩৫৫ টকা ধাৰ্য কৰাৰ প্ৰস্তাৱত অনুমোদন দিছে বুলি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে উল্লেখ কৰে। তেওঁ কয়, যে এই সিদ্ধান্তই কুঁহিয়াৰ খেতিয়কসকলৰ উপৰি চেনিকল আৰু আনুসংগিক কাম-কাজত নি...