September 19, 2026 9:54 AM

views 12

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিংশ ৰোজগাৰ মেলাত ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক নিযুক্তি-পত্ৰ বিতৰণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিংশ ৰোজগাৰ মেলাত বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানত নিযুক্তি লাভ কৰা ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰিব। দেশৰ ৪৫টা স্থানত বিংশ ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। নৱ নিযুক্ত প্ৰাৰ্থীসকলে কৰ বিভাগ, ৰে'ল বিভাগ, গৃহ পৰিক্ৰম...

September 19, 2026 9:50 AM

views 6

ভাৰতৰ ছুইডিছ ছেম্বাৰ্ছ অৱ কমাৰ্চৰ ব্যৱসায়িক জলবায়ু সমীক্ষা ২০২৬ত ভাৰতৰ প্রথম স্থান

ভাৰতৰ ছুইডিছ ছেম্বাৰ্ছ অৱ কমাৰ্চৰ শেহতীয়া ব্যৱসায়িক জলবায়ু সমীক্ষা ২০২৬ত ভাৰতে ব্যৱসায়িক জলবায়ুৰ ক্ষেত্ৰত প্রথম স্থান লাভ কৰিছে। ৪০খনতকৈও অধিক গোলকীয় বজাৰক সামৰি কৰা এই সমীক্ষাত ভাৰতে প্ৰথম স্থান লাভ কৰা বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে সামাজিক মাধ্যমৰ এটা বার্তাযোগে প্...

September 19, 2026 9:49 AM

views 7

কানাডাৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যমন্ত্ৰী মনিন্দৰ সিন্ধুৰ সৈতে ভাৰত-কানাডা বিস্তৃত অর্থনৈতিক চুক্তি সন্দৰ্ভত বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলৰ আলোচনা

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে কানাডাৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মন্ত্ৰী মনিন্দৰ সিন্ধুৰ সৈতে ভাৰত-কানাডা বিস্তৃত অর্থনৈতিক চুক্তি চমুকৈ চি ই পি এ সন্দৰ্ভত আলোচনা কৰে । নতুন দিল্লীত কালি অনুষ্ঠিত এই বৈঠকত দুয়োগৰাকী নেতাই এই চুক্তিৰ পূৰ্বৰ প্ৰতিশ্ৰুতিসমূহৰ বিষয়ে আলোচনা কৰে। এই চু...

September 19, 2026 9:47 AM

views 5

পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ৰ নিৰ্বাচিত জিলাসমূহৰ শ্ৰম বজাৰৰ সমীক্ষা প্রতিবেদন প্রকাশ

পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে দেশৰ নিৰ্বাচিত জিলাসমূহৰ শ্ৰম বজাৰৰ এক শেহতীয়া সমীক্ষা প্রতিবেদন প্রকাশ কৰিছে। ৰাষ্ট্ৰীয় পৰিসংখ্যা কার্যালয়ে প্ৰথমবাৰৰ বাবে জিলা পৰ্যায়ৰ এই সূচকাংক মুকলি কৰে। প্ৰতিবেদন অনুসৰি, দেশৰ প্ৰায় ৫৭.৮ শতাংশ জিলাত মহিলা শ্রম শক্তিৰ অংশগ্ৰহণৰ হাৰ ৪০ শতাংশ বা তা...

September 19, 2026 9:45 AM

views 3

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱৰ বৈঠক

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে কালি এখন উচ্চস্তৰীয় বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ চমুকৈ এন চি আৰ সংলগ্ন আঠখন জিলাৰ বায়ুমণ্ডলৰ গুণগত মান উন্নত কৰাৰ বিভিন্ন পদক্ষেপ পর্যালোচনা কৰা হয়। ...

September 19, 2026 10:10 AM

views 15

জাপানৰ আইচি-নাগোয়াত এছিয়ান গেমছ; পালমা মিজুহো ষ্টেডিয়ামত উদ্ৱোধনী অনুষ্ঠান

জাপানৰ আইচি-নাগোয়াত আজি বিংশতম এছিয়ান গেমছ আৰম্ভ হ'ব। পালমা মিজুহো ষ্টেডিয়ামত আয়োজিত মুকলি অনুষ্ঠানত দ্বৈত অলিম্পিক পদক বিজয়ী শ্বুটাৰ মনু ভাকৰ আৰু শ্বটপুট খেলুৱৈ তাজিন্দপাল সিং তুৰে ভাৰতীয় দলৰ পতাকা বহন কৰিব। অহা চাৰি অক্টোবৰলৈ হ'বলগীয়া এই প্রতিযোগিতাত ভাৰতৰ ৫০০ তকৈও অধিক এথলীটে ৩৭টা ক্রীড়া ...

September 18, 2026 9:21 PM

views 9

জুবিন মনন শীর্ষক জুবিন গার্গ বিষয়ক আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত জুবিন মনন শীর্ষক জুবিন গার্গ বিষয়ক এটি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতী, জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰ আৰু আকাশবাণীৰ ঘোষক তথা জনপ্রিয় কণ্ঠশিল্পী মনদীপ মহন্তই অংশ ল'ব। অনুষ্ঠানটিৰ আঁত ধৰ...

September 18, 2026 9:11 PM

views 8

জাপান এছিয়ান গেমছ ২০২৬ৰ শুভাৰম্ভণি অনুষ্ঠানত অলিম্পিক পদক বিজেতা মনু ভাকেৰ আৰু শ্বটপুতাৰ তেজিন্দৰ পাল সিং টুৰে দেশৰ ধবজা বহন কৰিব

জাপানৰ আইচি নাগ'য়াত কাইলৈ হবলগীয়া এছিয়ান গেমছ ২০২৬ৰ শুভাৰম্ভণি অনুষ্ঠানত দুবাৰকৈ অলিম্পিক পদক বিজেতা মনু ভাকেৰ আৰু শ্বটপুতাৰ তেজিন্দৰ পাল সিং টুৰে দেশৰ ধবজা বহন কৰিব। কাইলৈ আনুষ্ঠানিকভাৱে আৰম্ভ হ'বলগীয়া এছিয়ান গেমচৰ বিংশ সংস্কৰণত এইবাৰ দেশৰ হৈ ৫০০ ৰো অধিক এথলীটে ৩৭ বিধ খেলৰ শিতানত অংশগ্রহণ কৰিব। আঘা...

September 18, 2026 9:08 PM

views 6

বিশ্বৰ উদ্যোগপতিসকলক অসমত বিনিয়োগ কৰিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত আহ্বান

বিশ্বৰ আগশাৰীৰ উদ্যোগপতিসকলক অসমত বিনিয়োগ কৰিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আহ্বান জনাইছে। দেশৰ ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত আই চি চি বিশ্ব ব্যৱসায়ী সম্মিলনত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয়, যে দ্রুত পৰিৱৰ্তিত অর্থনৈতিক আৰু প্ৰযুক্তিগত পৰিৱেশে ভাৰতক উৎপাদনৰ বিচিত্ৰতা, যোগান শৃংখল শক্তিশা...

September 18, 2026 8:55 PM

views 5

চম্পাৱতী আৰু আই নৈৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত চিৰাং জিলাৰ কেইবাখন গাঁও প্লাবিত

চিৰাং জিলাৰ আই নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত জিলাখনৰ কেইবাখনো গাঁও প্লাবিত হৈছে। বানৰ ফলত জিলাখনৰ ছিদলী ৰাজহ চক্ৰৰ অন্তৰ্গত গৰুভাষা অঞ্চলৰ আমিনপাৰা, গৰসিংপাৰা আৰু থাইগেৰগুৰিকে ধৰি কেইবাখনো গাঁও জলমগ্ন হৈছে। চুবুৰীয়া ভুটানৰ পৰা নামি অহা পানীৰ ঢলে চম্পাৱতী নৈৰ জলপৃষ্ঠ বৃদ্ধি কৰাত নৈপৰীয়া বহু অঞ্চল প্লা...