September 18, 2026 8:29 PM
18
ৰাজ্যজুৰি বিভিন্ন জনকল্যাণমূলক কাৰ্যসূচীৰে সেৱা সংকল্প অভিযান অব্যাহত
নিচামুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ উদ্যোগত বিভিন্ন ঠাইত সজাগতা অভিযান চলোৱা হৈছে। সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ অধীনৰ নিচামুক্ত ভাৰত অভিযানৰ অধীনত কালিৰে পৰা অহা দুই অক্টোবৰলৈ ব্যাপক সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। দুদিনীয়া ভ্রমণসূচীৰে বৰাক উপত্যকালৈ যোৱা ৰাজ্যপাল লক্ষ্মণ প্রসাদ আ...