November 2, 2026 8:52 PM
2
গুৱাহাটীৰ খানাপাৰাৰ কৃষি ভৱনত অৱস্থিত ৰাজ্য চৰকাৰৰ কৃষি সঞ্চালকালয় পৰিদৰ্শন মন্ত্রী পীযুষ হাজৰিকাৰ
গুৱাহাটীৰ খানাপাৰাৰ কৃষি ভৱনত অৱস্থিত ৰাজ্য চৰকাৰৰ কৃষি সঞ্চালকালয় আজি বিভাগীয় মন্ত্রী পীযুষ হাজৰিকাই পৰিদৰ্শন কৰি বিভাগীয় বিষয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত মাখানা মিছন, খোৱা তেলৰ বাবে তৈল খেজুৰ অভিযান, মাহজাতীয় শস্য অভিযানকে ধৰি বিভিন্ন কৃষিজাতীয় আঁচনিৰ অগ্ৰগ...