September 20, 2026 11:26 AM

views 2

কেন্দ্ৰীয় চৰকাৰে যুৱক-যুৱতীসকলক ভৱিষ্যতৰ বাবে সাজু হ’বলৈ প্রয়োজনীয় দক্ষতা আৰু সুযোগ প্রদানত নিৰন্তৰ গুৰুত্ব আৰোপ কৰি আহিছে বুলি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রকাশ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কুৰি সংখ্যক নিয়োগ মেলাৰ অংশ হিচাপে কালি বিয়লি ভি ডি অ' কনফাৰেন্সিং ব্যৱস্থাৰে বিভিন্ন চৰকাৰী সংস্থাত নতুনকৈ কর্ম-সংস্থাপন লাভ কৰা ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰে। এই উপলক্ষে শ্রীমোদীয়ে কয়, যে শেহতীয়া বছৰকেইটাত কেন্দ্ৰীয় চৰকাৰে যুৱক-যুৱতীসকলক ভৱি...

September 20, 2026 11:19 AM

views 5

১০০ সপ্তাহৰ নিচামুক্ত যুৱ প্ৰজন্ম অভিযানৰ অংশস্বৰূপে দেশৰ ১০৬৭টা স্থানত ৰাষ্ট্ৰীয় সংকল্প সমাৰোহ

'বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ প্ৰজন্ম ১০০ সপ্তাহৰ নিচামুক্ত যুৱ প্ৰজন্ম অভিযান'ৰ অংশস্বৰূপে আজি দেশজুৰি বিশাল যুৱ জাগৰণ কাৰ্যসূচী আয়োজন কৰা হৈছে। যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রালয়ে প্রকাশ কৰা অনুসৰি, এই উপলক্ষে দেশৰ ১,০৬৭ টা স্থানত 'ৰাষ্ট্ৰীয় সংকল্প সমাৰোহ' অনুষ্ঠিত হ'ব। এই কাৰ্যসূচী দেশৰ ৪৭১ টা ...

September 20, 2026 11:16 AM

views 7

ৰাজ সাহায্যযুক্ত ঘৰুৱা ৰন্ধন গেছৰ বাবে চলিত বৰ্ষৰ পহিলা অক্টোবৰৰ পৰা বায় মেট্ৰিক আধাৰ প্ৰমাণিকৰণ বাধ্যতামূলক বুলি চৰকাৰে প্ৰকাশ

ৰাজ সাহায্যযুক্ত ঘৰুৱা ৰন্ধন গেছৰ বাবে চলিত বৰ্ষৰ পহিলা অক্টোবৰৰ পৰা বায়'মেট্রিক আধাৰ প্ৰমাণিকৰণ বাধ্যতামূলক বুলি চৰকাৰে প্ৰকাশ কৰিছে। পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ে এটা বিবৃতিত প্রকাশ কৰা মতে ঘৰুৱা ৰন্ধন গেছৰ গ্ৰাহকসকলে প্রযোজ্য ৰাজসাহায্যৰ সৈতে নিৰ্ধাৰিত খুচুৰা বিক্ৰী মূল্যত চিলিণ্ডাৰ ব...

September 19, 2026 9:29 PM

নগাঁও লোকসভা সমষ্টিৰ উপ নির্বাচনৰ বাবে মনোনয়ন দাখিল কৰা মুঠ ২৫ জন প্ৰাৰ্থীৰ ভিতৰত ৭ জনৰ মনোনয়ন পত্ৰ নাকচ

নগাঁও লোকসভা সমষ্টিৰ উপ নির্বাচনৰ বাবে মনোনয়ন দাখিল কৰা মুঠ ২৫ জন প্ৰাৰ্থীৰ ভিতৰত ৭ জনৰ মনোনয়ন পত্ৰ নাকচ কৰা হৈছে। মনোনয়ন নাকচ হোৱা প্ৰাৰ্থীকেইজন হৈছে নিৰ্দলীয় শ্বাহ আলম, প্ৰণৱ কৌশিক, ৰাবুল হক, খলিলুদ্দিন, চামচুল আলম, আৰু চিকন্দৰ আলি তথা জয়প্রকাশ জনতা দলৰ পংকজ মৌৰ্য। প্ৰণৱ কৌশিকে আমানতৰ ধন জমা ...

September 19, 2026 9:23 PM

views 2

বিংশতম এছিয়ান গেমছ আৰম্ভ

জাপানৰ আইচি-নাগোয়াত আজি বিংশতম এছিয়ান গেমছ আৰম্ভ হ'ব। পালমা মিজুহো ষ্টেডিয়ামত আয়োজিত মুকলি অনুষ্ঠানত দ্বৈত অলিম্পিক পদক বিজয়ী শ্বুটাৰ মনু ভাকৰ আৰু শ্বটপুট খেলুৱৈ তাজিন্দপাল সিং তুৰে ভাৰতীয় দলৰ পতাকা বহন কৰিব ৷ অহা চাৰি অক্টোবৰলৈ হ'বলগীয়া এই প্ৰতিযোগিতাত ভাৰতৰ ৫০০ তকৈও অধিক এথলীটে ৩৭ টা শাখাত ...

September 19, 2026 9:20 PM

views 4

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ আজি এবছৰ সম্পূৰ্ণ

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ আজি এবছৰ সম্পূৰ্ণ হ'ল। তিনি দশকৰো অধিক কাল অসমীয়া সংগীতজগতৰ একপ্ৰকাৰ অপ্রতিদ্বন্দ্বী কণ্ঠশিল্পী জুবিন গাৰ্গে অসমীয়াৰ উপৰি বাংলা, হিন্দী আৰু কেইবাটাও ভাৰতীয় ভাষাত গীত গাই শ্রোতাক মন্ত্রমুগ্ধ থৈ গৈছে। শিল্পীগৰাকীৰ স্মৃতিত তেওঁৰ সৃষ্টিৰাজি উদ...

September 19, 2026 6:28 PM

views 6

ৰাজ্যজুৰি জুবিন দিৱস পালন

  অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ অৰ্থে ৰাজ্যজুৰি জুবিন দিৱস পালন কৰা হৈছে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে...

September 19, 2026 3:16 PM

views 8

জনমূৰি কাৰ্বন নির্গমনৰ ক্ষেত্ৰত ভাৰতৰ অৰিহণা বিশ্বৰ গড় হাৰৰ আধাতকৈ কমঃ প্রধানমন্ত্রী মোদী

জনমূৰি কাৰ্বন নির্গমনৰ ক্ষেত্ৰত ভাৰতৰ অৰিহণা বিশ্বৰ গড় হাৰৰ আধাতকৈ কম বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত ‘পৰিৱেশ আৰু জলবায়ু গতিশীলতাৰ ভৱিষ্যত’ শীর্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰি আজি প্ৰধানমন্ত্রীয়ে কয়, যে উন্নয়নশীল দেশসমূহক সততে কার্বন নির্গমনৰ বাবে ...

September 19, 2026 10:50 AM

views 35

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত আজি ৰাজ্যজুৰি জুবিন দিৱস পালন

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে হেৰাই যোৱাৰ আজি এবছৰ সম্পূৰ্ণ হ'ল। তিনি দশকৰো অধিক কাল অসমীয়া সংগীতজগতৰ একপ্ৰকাৰ অপ্রতিদ্বন্দ্বী কণ্ঠশিল্পী জুবিন গাৰ্গে অসমীয়াৰ উপৰি বাংলা, হিন্দী আৰু কেইবাটাও ভাৰতীয় ভাষাত গীত গাই শ্রোতাক মন্ত্রমুগ্ধ থৈ গৈছে। গীতিকাৰ, সুৰকাৰ, অভিনেতা, সংগীত পৰিচালক,...

September 19, 2026 10:46 AM

views 7

আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত আজি ‘জুবিন মনন’ শীর্ষক জুবিন গার্গবিষয়ক অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত জুবিন মনন শীর্ষক জুবিন গার্গ বিষয়ক এটি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতী, জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰ আৰু আকাশবাণীৰ ঘোষক তথা জনপ্রিয় কণ্ঠশিল্পী মনদীপ মহন্তই অংশ ল'ব। অনুষ্ঠানটিৰ আঁত ধৰ...