July 11, 2026 6:26 PM

views 9

আজি  নিশা ২.৩০বজাত ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত নৰৱে’ ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ এখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা নৰৱে’ ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মায়ামী ষ্টেডিয়ামত খেলখন ভাৰতীয় সময় অনুসৰি নিশা ২.৩০বজাত আৰম্ভ হ'ব। ইপিনে ভাৰতীয় সময় অনুসৰি কাইলৈ পুৱা ৬.৩০ বজাত হ’বলগীয়া আন এখন কোৱাৰ্টাৰ ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন আর্জেণ্টিনা ছুইজাৰলেণ্ডৰ বি...

July 11, 2026 6:19 PM

views 5

নাগালেণ্ডৰ মুককচুং জিলাৰ মংকুলেম্বাত থকা অতিৰিক্ত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত যোৰহাট আৰু মুককচুং জিলাৰ মাজত সীমান্ত সমন্বয় বৈঠক অনুষ্ঠিত

নাগালেণ্ডৰ মুককচুং জিলাৰ মংকুলেম্বাত থকা অতিৰিক্ত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি যোৰহাট আৰু মুককচুং জিলাৰ মাজত এখন সীমান্ত সমন্বয় বৈঠক অনুষ্ঠিত হয়। মুককচুঙৰ জিলা আয়ুক্তই যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীক আদৰণি জনায়। বৈঠকত অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ জনসাধাৰণৰ মাজত শান্তি সম্প্রীতি বজ...

July 11, 2026 6:20 PM

views 3

বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক প্ৰস্তুত কৰি তোলাৰ বাবে তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ত আজিৰে পৰা মাহযোৰা বিনামুলীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত

বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক প্ৰস্তুত কৰি তোলাৰ বাবে তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ত আজিৰে পৰা মাহযোৰা বিনামুলীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছে। তামুলপুৰৰ বিধায়ক তথা মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ উদ্যোগত আয়োজিত এই প্রশিক্ষণ শিবিৰত অসম প্ৰত্যক্ষ নিয়োগ পৰীক্ষা, অসম আৰক্ষী, বন ব...

July 11, 2026 6:09 PM

views 3

নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি বিশ্ববিদ্যালয়খনৰ শৈক্ষিক, প্রশাসনিক আৰু আন্তঃগাথনিৰ অগ্ৰগতি পর্যালোচনা শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি লখিমপুৰৰ নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি বিশ্ববিদ্যালয়খনৰ শৈক্ষিক, প্রশাসনিক আৰু আন্তঃগাথনিৰ অগ্ৰগতি পর্যালোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, যে গুণগত উচ্চ শিক্ষাৰ সম্প্ৰসাৰণৰ লক্ষ্যৰে ২০১৯ চনত বিশ্ববিদ্যালয়লৈ উন্নীত ক...

July 11, 2026 5:45 PM

views 5

গুৱাহাটীৰ জালুকবাৰীত থকা ড° ভূপেন হাজৰিকাৰ স্মৃতিসৌধক বিশ্ববন্দিত শিল্পীগৰাকীৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ কিছু সাল সলনি কৰা হ’বঃ মুখ্যমন্ত্ৰী

গুৱাহাটীৰ জালুকবাৰীত থকা ড° ভূপেন হাজৰিকাৰ স্মৃতিসৌধক বিশ্ববন্দিত শিল্পীগৰাকীৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ কিছু সাল সলনি কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থ পৰিদৰ্শন কৰি সাংবাদিকৰ আগত কয়, যে এই সমন্বয়ক্ষেত্...

July 11, 2026 11:10 AM

views 16

বিধানসভাত ৰাজহ আৰু দুর্যোগ ব্যবস্থাপনা বিভাগৰ মন্ত্রী কেশৱ মহন্তৰ প্ৰশ্নোত্তৰ

ৰাজ্যত ২০১৬ চনৰ পৰা বানৰ ফলত মুঠ ৮৩৬ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে আৰু প্ৰায় ৫৭ লাখ ৫৭হাজাৰ বিঘা ভূমিৰ খেতি নষ্ট হৈছে। বিধায়ক ৰেকিবুদ্দিন আহমেদে সোধা এটা তৰাবিহীন প্ৰশ্নৰ উত্তৰত ৰাজহ আৰু দুর্যোগ ব্যবস্থাপনা বিভাগৰ মন্ত্রী কেশৱ মহন্তই কালি বিধানসভাত কয়, যে ৰাজ্যত ২০১৬ চনৰ পৰা ৮৩৬ গৰাকী লোকে বানত, ৯৩ গৰা...

July 11, 2026 11:04 AM

views 4

এইবাৰৰ বাজেট ৰাজ্যৰ ইতিহাসৰ অন্যতম বৃহৎ বাজেট : দিলীপ শইকীয়া

বিত্তমন্ত্রী জয়ন্ত মল্লবৰুৱাই কালি দাখিল কৰা বাজেটক শাসকীয় মিত্ৰজোঁটৰ সহযোগী দলসমূহে এখন জনমুখী বাজেট বুলি অভিহিত কৰাৰ বিপৰীতে বিৰোধী দলে এয়া নতুনত্বহীন বাজেট বুলি প্রকাশ কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এইবাৰৰ বাজেটক ৰাজ্যৰ ইতিহাসৰ অন্যতম বৃহৎ বাজেট বুলি মন্তব্য কৰে। বিজেপি মিত্রজোটৰ অন্যত...

July 11, 2026 10:56 AM

views 16

ৰাজ্যিক মন্ত্রীসভাত শৈক্ষিক মানৱ সম্পদৰ বিকাশৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ৰাজ্যিক মন্ত্রীসভাই উন্নত আন্তঃগাঁথনি, শক্তিশালী শিক্ষা ব্যবস্থা, সুশৃংখলিত ভূমি প্রশাসন আৰু শৈক্ষিক মানৱ সম্পদৰ বিকাশৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰিছে। মন্ত্রীসভাই কালিৰ বৈঠকত তেজপুৰৰ মিছন চাৰিআলি উৰণ সেতু নির্মাণৰ বাবে ৪৭৪ কোটি ২৫ লাখ টকাৰ প্রশাসনিক অনুমোদনৰ পুনৰ বৈধতা প্রদানত...

July 11, 2026 10:44 AM

views 7

উইম্বলডন টেনিছ প্রতিযোগিতাৰ ফাইনেলত চেক গণৰাজ্যৰ কেৰোলিনা মুচ’ভা, লিণ্ডা নস্কোভাৰ বিৰুদ্ধে অৱতীৰ্ণ

উইম্বলডন টেনিছ প্রতিযোগিতাৰ মহিলাৰ একক শাখাৰ ফাইনেলত আজি চেক গণৰাজ্যৰ কেৰোলিনা মুচ'ভা নিজ দেশৰে লিণ্ডা নস্কোভাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। লণ্ডনত আজি খেলুৱৈ দুগৰাকীয়ে নিজৰ কেৰিয়াৰৰ প্ৰথমটো উইম্বলডন খিতাপ জয়ৰ লক্ষ্যৰে কোর্টত নামিব। ছেমিফাইনেলত নস্কোভাই ইউক্রেইনৰ মাৰ্টা কস্তিউকক আৰু মুচ'ভাই আমেৰিকাৰ কোকো গ...

July 11, 2026 10:38 AM

views 6

স্পেইন ফিফা ফুটবল বিশ্বকাপ প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ

স্পেইন ফিফা ফুটবল বিশ্বকাপ প্রতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। কালি নিশা আমেৰিকাৰ লছ এঞ্জেলছ ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত দলটোৱে বেলজিয়ামক ২-১ গ'লত পৰাস্ত কৰে। খেলৰ ৩০ মিনিটত ফেবিয়ান ৰুইজে স্পেইনক অগ্রগতি দিয়ে যদিও ৪০ মিনিটত চার্লছ ডি কেটেলাৰে বেলজিয়ামৰ হৈ সমতা স্থাপন কৰে। ৮৮ ম...