July 12, 2026 7:56 PM
7
গুৱাহাটী মহানগৰৰ বিভিন্ন অঞ্চলৰ লগতে যোৰাবাট অঞ্চলত কৃত্রিম বানৰ ফলত ব্যাপক যান-জঁটৰ সৃষ্টি
গুৱাহাটী আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত আজি বিয়লিৰ ভাগত অহা প্রবল বৰষুণৰ ফলত গুৱাহাটী মহানগৰৰ বিভিন্ন অঞ্চলৰ লগত যোৰাবাট অঞ্চলত হঠাতে কৃত্রিম বান হোৱাৰ ফলত ব্যাপক যান-জঁটৰ সৃষ্টি হয়। ফলত মেঘালয় আৰু উজনি অসমলৈ যোৱা বহু বাহন পথতে আৱদ্ধ হৈ পৰিছে। গুৱাহাটীৰ যান-বাহন আৰক্ষীয়ে নমাইল আৰু দহ মাইলত বানৰ ফলত যোৱা ...