July 12, 2026 12:15 PM
21
পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে সোমবাৰে পুৱা পাঁচ বজাৰ পৰা ৩১ জুলাইলৈ দলংখনেৰে সকলো ধৰণৰ যান-বাহনৰ চলাচল সম্পূর্ণৰূপে বন্ধ থাকিব
ব্ৰহ্মপুত্ৰৰ ওপৰৰ পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে কাইলৈ পুৱা পাঁচ বজাৰ পৰা ৩১ জুলাইলৈ দলংখনেৰে সকলো ধৰণৰ যান-বাহনৰ চলাচল সম্পূর্ণৰূপে বন্ধ থাকিব। গুৱাহাটীৰ যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্ত আৰু কামৰূপ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি নামনিৰ পৰা উজনি অসমৰ দিশলৈ অহা সক...