September 18, 2026 11:36 AM

views 14

বিশ্বৰ বাবে ছেমি কণ্ডাক্টৰ নিৰ্মাণৰ নিৰ্ভৰযোগ্য কেন্দ্ৰ হিচাপে ভাৰতে নিজকে প্ৰস্তুত কৰি তুলিছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মন্তব্য

যোগান শৃংখলাক অস্ত্র হিচাপে ব্যৱহাৰৰ ক্ৰমবর্ধমান মানসিকতাৰ মাজত বিশ্বৰ বাবে ছেমি কণ্ডাক্টৰ নিৰ্মাণৰ নিৰ্ভৰযোগ্য কেন্দ্ৰ হিচাপে ভাৰতে নিজকে প্রস্তুত কৰি তুলিছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। নতুন দিল্লীৰ যশোভূমিত কালি ছেমিকন ইণ্ডিয়া সন্মিলন আৰু প্ৰদৰ্শনীৰ পঞ্চম সংস্কৰণ মুকলি কৰি শ্...

September 18, 2026 11:28 AM

views 7

নতুন দিল্লীত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাৰ বাবে বিত্ত যোগান বিষয়ক দুদিনীয়া সন্মিলনৰ আয়োজন

বিত্ত মন্ত্রালয়ে আজিৰে পৰা নতুন দিল্লীত বিকশিত ভাৰতৰ দিশে দেশৰ যাত্ৰাৰ বাবে বিত্ত যোগান বিষয়ক দুদিনীয়া সম্মিলনৰ আয়োজন কৰিছে। মন্ত্রালয়ে প্ৰকাশ কৰা মতে দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ বিত্ত মন্ত্ৰী আৰু বিত্ত সচিবসকলে এই সন্মিলনত ভাগ ল'ব। সন্মিলনত কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমন ...

September 17, 2026 7:35 PM

views 4

ব্যক্তিৰ পৰা ব্যক্তিলৈ বিনামুলীয়া হৈ থাকিব সকলো ধৰণৰ ইউ পি আইৰ লেনদেন

ব্যক্তিৰ পৰা ব্যক্তিলৈ সকলো ধৰণৰ ইউ পি আইৰ লেনদেন বিনামুলীয়া হৈ থাকিব। কোনো ব্যক্তিলৈ ইউ পি আইযোগে ধন প্ৰেৰণ কৰিলে অথবা দোকানত কিউ আৰ কোড স্কেন কৰি মূল্য পৰিশোধ কৰিলে কোনো ধৰণৰ মাছুল ভৰিব নালাগে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে, ইউ পি আই কি আৰ কোডৰ জৰিয়তে মাহে ১ লাখ টকালৈকে উপার্জন কৰা ব্যৱসায়ী বা বিক্...

September 17, 2026 7:31 PM

views 8

নতুন দিল্লীৰ যশোভূমিত ছেমিকন ইণ্ডিয়া ২০২৬ উদ্বোধন

সমগ্র বিশ্বই নতুন আৰু বিশ্বাসযোগ্য উৎপাদন কেন্দ্ৰৰ সন্ধান কৰাৰ সময়ত ভাৰতে এই প্রয়োজন পুৰাবৰ বাবে নিজকে ক্রমান্বয়ে প্রস্তুত কৰি তুলিছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। আজি নতুন দিল্লীৰ যশোভূমিত ছেমিকন ইণ্ডিয়া ২০২৬ উদ্বোধন কৰি তেওঁ কয় যে গোলকীয় উৎপাদন প্রত্যাহ্বানসমূহৰ মুখামুখি হবলৈ দ...

September 17, 2026 7:21 PM

views 9

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মৰিগাঁৱৰ বিষয়া-নিৰ্বাচনী বিষয়াৰ প্ৰশিক্ষণ

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি মৰিগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মৰিগাঁও মহাবিদ্যালয়ত ভোটগ্রহণ বিষয়া আৰু নিৰ্বাচনী বিষয়াসকলৰ দ্বিতীয় দিনৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়। প্রশিক্ষণত ই ভি এম আৰু ভিভি পেট পৰিচালনাৰ লগতে নির্বাচন আয়োগে নির্ধাৰণ কৰা নীতি-নির্দেশনা আৰু নির্বাচনী প্র...

September 17, 2026 7:16 PM

views 8

কাছাৰৰ পাইলাপুলৰ নেহৰু মহাবিদ্যালয়ত নিচামুক্ত ভাৰত সংকল্প অনুষ্ঠানত ৰাজ্যপালৰ অংশগ্রহণ

দুদিনীয়া ভ্রমণসূচীৰে বৰাকলৈ যোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি কাছাৰ জিলাৰ পাইলাপুলৰ নেহৰু মহাবিদ্যালয়ত নিচামুক্ত ভাৰত সংকল্প অনুষ্ঠানত অংশগ্রহণ কৰে। ৰাজ্যপালগৰাকীয়ে নিচাযুক্ত দ্রব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টি তথা যুৱক-যুৱতীসকলক মাদক দ্ৰব্যৰ পৰা মুক্ত হৈ থকাৰ বাবে বাৰ্তা দিয়ে। কাছাৰ জিলাৰ প্ৰাকৃত...

September 17, 2026 7:02 PM

views 13

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ৭৬ সংখ্যক জন্মদিনত দেশজুৰি উচাহ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আজি ৭৬ সংখ্যক জন্মদিন উপলক্ষে ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহকে ধৰি বিভিন্নজনে নেতাগৰাকীক শুভেচ্ছা জনাইছে। শ্রীমোদীৰ গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ মুঠ ২৫ বছৰ সম্পূৰ্ণ হ...

September 17, 2026 6:33 PM

views 9

অসম আৰক্ষীৰ সীমান্ত শাখাৰ অভিযানত ২৭জন বাংলাদেশী নাগৰিকক আটক

অসম আৰক্ষীৰ সীমান্ত শাখাই অভিযান চলাই ২৭জন বাংলাদেশী নাগৰিকক আটক কৰিছে। সীমান্ত আৰক্ষীয়ে গুৱাহাটীৰ পল্টন বজাৰৰ পৰা ১২জন আৰু ৰে'ল আৰক্ষীৰ সহযোগত বঙাইগাঁৱৰ পৰা ১৫জন বাংলাদেশী লোকক আটক কৰে। এই সন্দৰ্ভত আজি এখন সংবাদ মেলত সীমান্ত শাখাৰ উপ-আৰক্ষী অধীক্ষক কুলেন্দ্র প্রসাদ ডেকাই কয় যে মেঘালয়ৰ ডাডকীৰ পৰা বা...

September 17, 2026 6:05 PM

views 15

জুবিন দিৱস পালনৰ অংশহিচাপে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচী আৰম্ভ

জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ বাবে ১৯ ছেপ্তেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালনৰ অংশহিচাপে আজিৰেপৰা তিনিদিনীয়া কাৰ্যসূচী আৰম্ভ হৈছে। কলাগুৰু আর্টিষ্ট ফাউণ্ডেচন, জুবিন গার্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ ...

September 17, 2026 5:20 PM

views 3

মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম আৰু দ্বিতীয় পর্যায়ৰ আর্থিক সাহায্য বিতৰণ

মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম আৰু দ্বিতীয় পর্যায়ৰ অধীনত আজি হিতাধিকাৰীসকলৰ মাজত আর্থিক সাহায্য বিতৰণ কৰা হয়। গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই অভিযানৰ অধীনত মুঠ ৮২ হাজাৰ ২১৯ গৰাকী যুৱ উদ্যোগীৰ মাজত ২৭৮ কোটিৰ...